১ ফেব্ৰুৱাৰী: তাৰিখ

১ ফেব্ৰুৱাৰী (ইংৰাজী: 1 February) গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩২তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩৩টা দিন (অধিবৰ্ষত ৩৩৪টা দিন) বাকী থাকে।

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯

ঘটনাৱলী

  • ১৭৮৬ - লৰ্ড কৰ্ণৱালিচ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হয় আৰু ১৭৯৭ চনৰ আজিৰ দিনটোতে বেংগলৰ গৱৰ্ণৰ জেনেৰেল হয়।
  • ১৮২৭ - কলকাতা চহৰত বেংগল ক্লাব প্ৰতিষ্ঠিত হয়।
  • ১৮৩১ - বুশ ক্লাবৰ উদ্যোগত কলকাতা চহৰত প্ৰথম চাৰুকলা প্ৰদৰ্শনীৰ উদ্বোধন হয়।
  • ১৮৩৫ - ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দাৰ্জিলিঙক চিকিমৰ ৰজাৰ পৰা Leaseত লয়।
  • ১৮৫৫ - কলকাতাৰ পৰা আগ্ৰা পৰ্যন্ত টেলিগ্ৰাফ যোগাযোগ ব্যৱস্থাৰ আনুষ্ঠানিক উদ্বোধন কৰা হয়।
  • ১৮৬২ - বংগীয় সভাৰ (বেংগল লেজিচলেটিভ কাউন্সিল) প্ৰথম সভা অনুষ্ঠিত হয়।
  • ১৮৮৪ - অক্সফোৰ্ড ইংলিছ ডিক্সনাৰীৰ ১ম খণ্ড (এ টু এণ্ট) প্ৰকাশিত হয়।
  • ১৮৮৪ - ডাক বীমা যোজনা আৰম্ভ কৰা হয়।
  • ১৮৯৭ - দক্ষিণ কোৰিয়াৰ প্ৰাচীনতম বেংক হিচাপে শিনহান বেংকে চিউলত কাৰ্যক্ৰম আৰম্ভ কৰে।
  • ১৯৩০ - The Times কাকতে প্ৰথম বাৰৰ বাবে Cross Word Puzzle প্ৰকাশ কৰে।
  • ১৯৪২ - Voice of Americaই আনুষ্ঠানিক ৰেডিঅ' আৰু দূৰদৰ্শন সেৱাৰ আৰম্ভ কৰিছিল।
  • ১৯৭৭ - ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় ৰে'ল সংগ্ৰহালয় দিল্লীত স্থাপন কৰা হয়।

জন্ম

মৃত্যু

  • ১৮৫১ - মেৰী শ্বেলী, উনবিংশ শতিকাৰ ইংৰাজ সাহিত্যিক।
  • ১৯৭৬ - ৱাৰ্নাৰ হাইজেনবাৰ্গ, হৈছে ন'বেল বঁটা প্ৰাপ্ত জাৰ্মান ত্বাত্তিক পদাৰ্থবিজ্ঞানী।
  • ১৯৮২ - ৰঘুনাথ মুৰ্মু, ভাৰতীয় ভাষাতত্ত্ববিদ, লেখক, নাট্যকাৰ আৰু চাঁওতালি ভাষাত ব্যবহৃত অল চিকি লিপিৰ উদ্ভাৱক।
  • ২০০৩ - কল্পনা চাওলা, আমেৰিকান মহাকাশচাৰী তথা মহাকাশলৈ যোৱা ভাৰতীয় মূলৰ প্ৰথম মহিলা।
  • ২০১০ - বীণা দাস মান্না, অসমীয়া অভিনেত্ৰী।
  • ২০১৪ - ছিলভাৰিন স্বেৰ, ভাৰতীয় সমাজকৰ্মী, শিক্ষাবিদ আৰু অসামৰিক সেৱা বিষয়া।

দিৱস

  • বায়ু সেনা দিৱস (নিকাৰাগুৱা)।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

১ ফেব্ৰুৱাৰী ঘটনাৱলী১ ফেব্ৰুৱাৰী জন্ম১ ফেব্ৰুৱাৰী মৃত্যু১ ফেব্ৰুৱাৰী দিৱস১ ফেব্ৰুৱাৰী তথ্য সংগ্ৰহ১ ফেব্ৰুৱাৰী বাহ্যিক সংযোগ১ ফেব্ৰুৱাৰীঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীবছৰ

🔥 Trending searches on Wiki অসমীয়া:

মনোমতীগদী ভাষাজ্যোতিপ্ৰসাদ আগৰৱালাভাৰতীয় ৰিজাৰ্ভ বেংকৰমা দাশৰাম গগৈসমাজবাদভাৰতীয় শিল্পকলাসেউজ গৃহ প্ৰভাৱভাৰতীয় ভাষাঅসমীয়া যুক্তাক্ষৰঅশোক ফুলঅসম আৰক্ষীজোনাকী (আলোচনী)ইটো সিটো বহুতোমনভাৰত-ইউৰোপীয় ভাষা পৰিয়ালৰঘুনাথ দাস মহন্তভৌতিক সংস্কৃতিভ্ৰাম্যমাণ থিয়েটাৰৱিকিপিডিয়াঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাবাঁহনিৰ্মলপ্ৰভা বৰদলৈঋকবেদকোৰআনলক্ষ্মীনন্দন বৰাঝুমুৰৱাশ্বিংটন ডি.চি.বিজয় (অভিনেতা)বৌদ্ধ দৰ্শনকলশ্ৰীনিবাস ৰামানুজনবিহু নৃত্যৰমন্যাসবাদএশিঙীয়া গঁড়বনঘোষাকলাভাৰতৰ ৰাষ্ট্ৰপতিলখিমী সবাহকৃষিশিল্প বিপ্লৱস্বৰাজপৃথিৱীডিম্বেশ্বৰ নেওগচীনৰ মহাপ্ৰাচীৰউত্তৰ-পূব ভাৰতপৰ্যটনছ'ভিয়েট সংঘযোগাসনচুটিগল্পঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাবিবাহচন্দ্ৰকুমাৰ আগৰৱালাপূৰবী বৰমুদৈঅনুবাদমাহমাৰ্কাছ টুলিয়াছ চিচেৰোহিন্দ স্বৰাজব্ৰহ্মপুত্ৰ উপত্যকাবৰাক নদীকীৰ্তন-ঘোষাঅসমত দেখা পোৱা স্তন্যপায়ী প্ৰাণীসমূহফিফা বিশ্বকাপআউনীআটী সত্ৰযোৰানামচলচ্চিত্ৰচন্দ্ৰপ্ৰভা শইকীয়ানীপুৰাণনাৰীহীৰেন গোহাঁইলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীধেমাজি জিলাম'লবসন্ত ঋতুপৰিৱেশবাদ🡆 More