মেৰী শ্বেলী

মেৰী ৱলষ্ট’নক্ৰেফ্‌ট শ্বেলী (ইংৰাজী: Mary Wollstonecraft Shelley) হৈছে উনবিংশ শতিকাৰ এগৰাকী প্ৰখ্যাত ইংৰাজ সাহিত্যিক। তেওঁ একাধাৰে এজন ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, প্ৰবন্ধকাৰ, জীৱনীকাৰ আৰু ভ্ৰমণকাহিনী লেখিকা। ১৭৯৭ চনৰ ৩০ আগষ্টত লণ্ডনত মেৰী ৱলষ্ট’নক্ৰেফ্‌ট শ্বেলীৰ জন্ম হয়। তেওঁৰ পিতৃ আছিল দাৰ্শনিক উইলিয়াম গডউইন আৰু মাক মেৰী ৱলষ্ট’নক্ৰেফ্‌ট সেই সময়ৰ এগৰাকী নাৰীবাদী চিন্তাৰ মহিলা আৰু লেখিকা আছিল। তেওঁ প্ৰখ্যাত ইংৰাজ কবি পাৰ্ছি বাইশ্ব শ্বেলী (Percy Bysshe Shelley)-ৰ দ্বিতীয় পত্নী আছিল।

মেৰী ৱলষ্ট’নক্ৰেফ্‌ট শ্বেলী
মেৰী শ্বেলী
মেৰী শ্বেলীৰ এখন চিত্ৰ
জন্ম ৩০ আগষ্টত ১৭৯৭
লণ্ডন, ইংলেণ্ড
মৃত্যু ১ ফেব্ৰুৱাৰী ১৮৫১
লণ্ডন, ইংলেণ্ড
পেচা ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, প্ৰবন্ধকাৰ
ভাষা ইংৰাজী
ৰাষ্ট্ৰীয়তা লণ্ডন, ইংলেণ্ড
ধৰণ ৰোমাণ্টিক

জন্ম আৰু বংশ পৰিচয়

১৭৯৭ চনৰ ৩০ আগষ্টত লণ্ডনৰ চমাৰছ চহৰত মেৰী শ্বেলী জন্ম হয়। তেখেতৰ পিতৃ উইলিয়াম গদউইন এজন ৰাজনীতিবিধ আৰু দাশনিৰ্ক আছিল মাতৃ মেৰী উৱলষ্টন এগৰাকী দাশনিৰ্কৰ লগতে নাৰীবাদী কামৰ লগত জড়িত আছিল। তেখেতে ১৮১৬ চনত ৰোমাণ্টিক কবি আৰু দাৰ্শনিক প্ৰচী বিচ শ্বেলীৰ লগত বিয়াত বহিছিল।

মৃত্যু

১৮৫১ চনৰ ১ ফেব্ৰুৱাৰীত লণ্ডনত মেৰী শ্বেলীৰ মৃত্যু হয়।

গ্ৰন্থসমূহ

  • ফ্ৰেংকেনষ্টাইন
  • ভালপেৰ্‌গা
  • দা ফৰছুন অৱ পাৰ্কিন ৱেৰবেক
  • দা লাষ্টত মেন
  • হিষ্টৰী অৱ এ ছিক্স উইকছ্‌ টুৰ
  • লাড’ৰ

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

মেৰী শ্বেলী জন্ম আৰু বংশ পৰিচয়মেৰী শ্বেলী মৃত্যুমেৰী শ্বেলী গ্ৰন্থসমূহমেৰী শ্বেলী তথ্য সংগ্ৰহমেৰী শ্বেলী বাহ্যিক সংযোগমেৰী শ্বেলীইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

অস্বাভাৱিক মনোবিজ্ঞাননাগৰিকত্ব (সংশোধনী) আইন, ২০১৯২৫ এপ্ৰিলসেউজ গৃহ প্ৰভাৱবাথৌ পূজাডিব্ৰুগড় জিলাসিংহঅসমীয়া সাহিত্যডি এন এশুৱালকুছি২৪ এপ্ৰিলমৌ-মাখিবীৰেন্দ্ৰনাথ দত্তবিশেষ শিক্ষাআমযোৰহাট জিলাবিশেষ্য পদঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকানৱকান্ত বৰুৱালখিমপুৰ (লোকসভা সমষ্টি)পদুমৰাষ্ট্ৰসংঘদিল্লীঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহশব্দ (অভিধান)আইজাক নিউটনভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহজন গণ মনভাৰতীয় দৰ্শনবাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ধৰ্ষণঅপভ্ৰংশৰাজহুৱা ক্ষেত্ৰপ্ৰাকৃতিক সম্পদইণ্ডোনেছিয়ামাধৱদেৱছিৰিমাভো বন্দৰনাইকেঅসম সাহিত্য সভামোহনদাস কৰমচান্দ গান্ধীগুৱাহাটীসম্ৰাট অশোকজোনবিল মেলাশিশু সাহিত্যবংগ বিভাজন (১৯০৫)অসমৰ সাধুকথাগগনাভূমিস্খলনঅসমত গঁ‌ড়ৰ চোৰাং চিকাৰনাটকনগাঁও (লোকসভা সমষ্টি)শোণিতপুৰ জিলাভাৰতউত্তৰ গুৱাহাটীৱিকিমিডিয়া ফাউণ্ডেশ্যনঅসমীয়া গীতি সাহিত্যবায়ু প্ৰদূষণআত্মজীৱনীপথৰুঘাটৰ ৰণঅসমৰ বাঁহ-বেতৰ শিল্পউদ্বিগ্নতাপ্ৰাক্-ছক্ৰেটেছীয় দৰ্শনপ্লেটোঘিলাধাৰী ঘাটৰ সন্ধিৰামচ্যু-লিক-ফানাৰীবাদদৌল গোবিন্দ মন্দিৰবিৰিঞ্চি কুমাৰ বৰুৱামানুহঅপৰিমেয় সংখ্যাভূমি প্ৰদূষণমিচিং জনগোষ্ঠীৰ সাজপাৰভাৰতীয় জনতা পাৰ্টি🡆 More