দূৰদৰ্শন

দূৰদৰ্শন বা টিভি (ইংৰাজীত Telivision/TV/Telly/Tube টেলিভিজন/টিভি/টেলি/ট্যুব) এটি মাধ্যম যাৰ জৰিয়তে শব্দ আৰু লৰচৰ কৰা ছবি পঠিয়াব পাৰি। ই ক'লা-বগা, ৰঙীন বা ত্ৰিমাত্ৰিক হ'ব পাৰে। দূৰদৰ্শন এটি জনমাধ্যম, মনোৰঞ্জন, শিক্ষা, বাতৰি তথা বিজ্ঞাপন প্ৰচাৰ কৰিবলৈ।

দূৰদৰ্শন
এক আমেৰিকান পৰিয়ালে দূৰদৰ্শন চাই থকাৰ ১৯৫৮ চনৰ ছবি

নামকৰণ

দূৰদৰ্শন শব্দটো "দূৰ" আৰু "দৰ্শন" শব্দৰে গঠিত। অসমীয়াৰ দৰেই ইংৰাজী টেলিভিজন শব্দ প্ৰাচীন গ্ৰীক শব্দ টেলি, যাৰ অৰ্থ দূৰ আৰু ভিজন, যাৰ অৰ্থ দৰ্শনেৰে গঠিত।

সামাজিক প্ৰভাৱ

দূৰদৰ্শনৰ সামাজিক প্ৰভাৱ বৃহৎ, তাৰ মাজত সংবাদ মাধ্যমৰ হিংসাৰ দৰে কু-প্ৰভাৱো আছে। নতুন গৱেষণাই দেখুৱা মতে অকলশৰীয়া লোকে দূৰদৰ্শনৰ চৰিত্ৰসমূহকে সংগী মানি মনৰ অকলশৰীয়াভাব আঁতৰাব পাৰে, এনে কৰাক পেৰাচ'ছিয়েল বা ফক্স ৰিলেছন্সিপ (Parasocial/faux relationship) বোলে। গৱেষণাই এই কথাও দেখুৱাইছে যে শৈক্ষিক দূৰদৰ্শনৰ বহুতো সুবিধা আছে।

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

হেম বৰুৱাবুলু ফিল্মহেমকোষগোৱালপাৰীয়া উপভাষাআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডমহেন্দ্ৰ বৰাৱিকিপ্ৰাচীন ভাৰতীয় সভ্যতাআৰবী ভাষাসাম্যবাদবাঁহী (আলোচনী)নক্ষত্ৰভাষাৱিকিমিডিয়া ফাউণ্ডেশ্যনড়অতুল চন্দ্ৰ হাজৰিকাখগেন মহন্তগৰু বিহুঅসমত দেখা পোৱা মাছৰ তালিকাঅশ্বত্থামাবৰ্ণালী কলিতাঅসমৰ ৰাজ্যিক প্ৰতীকসমূহঅসমৰ মুখা শিল্পঅনাভেদী যৌনক্ৰিয়াঅসমৰ চাহ জনগোষ্ঠীকোষ (জীৱবিজ্ঞান)কাৰাটেপাইথাগোৰাছৰ উপপাদ্যভট্টদেৱৰ গদ্যশৈলীভাৰতীয় ভাষাকুমাৰীত্বদিনলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনমহিলাৰ বিৰুদ্ধে হিংসাঅংকশৰৎচন্দ্ৰ চট্টোপাধ্যায়ঈয়াৰুইঙ্গমভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাঅসম আন্দোলনসত্যনাথ বৰাইতিহাসপাৰ্ৱতি প্ৰসাদ বৰুৱাশিশু সাহিত্যচ্যু-কা-ফাস্বাস্থ্যভঠেলিসাপঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাৰাধাগোবিন্দ বৰুৱাকিতাপধেমাজিশুৱালকুছিমাটিপদাৰ্থ বিজ্ঞানপৰ্যটনতলাতল ঘৰবাগ্‌ধ্বনিৰজনীকান্ত বৰদলৈলোকসভাদৰং জিলাভিটামিনপৰিয়াললক্ষ্মীধৰ শৰ্মাঅসমৰ পৰম্পৰাগত সাজ-পাৰনৱবিধা ভক্তিঅগ্নিগড়অসমৰ ধান খেতিৰ সঁজুলিসমূহসিংহকানাই বৰশী বোৱা শিলালিপি২৪ এপ্ৰিলতৰল পদাৰ্থজৈৱিক কৃষিমৈদাম🡆 More