২ ফেব্ৰুৱাৰী: তাৰিখ

২ ফেব্ৰুৱাৰী (ইংৰাজী: 2 February) গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৩তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩৪টা দিন (অধিবৰ্ষত ৩৩৫টা দিন) বাকী থাকে।

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯

ঘটনাৱলী

  • ১৮১৪ - কলকাতাত ভাৰতীয় সংগ্ৰহালয় (ইণ্ডিয়ান মিউজিয়াম) প্ৰতিষ্ঠিত হয়।
  • ১৮১৭ - শিক্ষা আৰু খ্ৰিষ্টধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে মিছনেৰী চোচাইটিৰ প্ৰথম শাখা কলকাতাত স্থাপিত হয়।
  • ১৯৮৯ - সত্যজিৎ ৰায়ক ফ্ৰান্সৰ সৰ্ব্বোচ্চ সন্মান "লিজিয়ন অফ অনাৰ" প্ৰদান কৰা হয়।
  • ১৯৩৫ - আমেৰিকা যুক্তৰাষ্ট্ৰৰ আদালতত প্ৰথম সাক্ষী আৰু প্ৰমাণ হিচাপে আলোকচিত্ৰ অনুমোদিত হয়।
  • ১৯১৩ - নিউয়ৰ্ক চহৰৰ 'গ্ৰেণ্ড চেণ্ট্ৰেল টাৰ্মিনেল' মুকলি কৰা হয়।
  • ১৯৪৩ - দ্বিতীয় ষ্টেলিন গ্ৰাডৰ যুদ্ধ সমাপ্ত হয়। জাৰ্মান সেনাই ছোভিয়েটৰ ওচৰত আত্মসমৰ্পণ কৰে।
  • ১৯৫৭ - ইস্কান্দৰ মিৰ্জাই গুড্ডু বেৰেজৰ আধাৰশিলা স্থাপন কৰে।
  • ১৯২২ - জেমছ জয়েছৰ "ইউলিচিছ" প্ৰকাশিত হয়।
  • ১৯৫৯ - শিশিৰ কুমাৰ ভাদুৰীয়ে ভাৰত চৰকাৰে প্ৰদান কৰা "পদ্মভূষণ" বঁটা নাকচ কৰে।

জন্ম

মৃত্যু

দিৱস

তথ্য সংগ্ৰহ

Tags:

২ ফেব্ৰুৱাৰী ঘটনাৱলী২ ফেব্ৰুৱাৰী জন্ম২ ফেব্ৰুৱাৰী মৃত্যু২ ফেব্ৰুৱাৰী দিৱস২ ফেব্ৰুৱাৰী তথ্য সংগ্ৰহ২ ফেব্ৰুৱাৰীইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জী

🔥 Trending searches on Wiki অসমীয়া:

সৰস্বতী পূজাৰাজনৈতিক দলবিপৰীতাৰ্থক শব্দব'হাগ বিহুঅসমৰ গামোচাঅভ্যাসব্ৰজাৱলী ভাষামেজিঅৰুণাচল প্ৰদেশডাকৰ বচনমলয়া গোস্বামীশ্ৰী শ্ৰী আঠখেলীয়া নামঘৰগোলকীয় উষ্ণতা বৃদ্ধিহিতেশ ডেকাকালিচৰণ ব্ৰহ্মসপ্তকাণ্ড ৰামায়ণঅসমৰ বনৌষধিমহামায়া ধামপ্ৰাকৃতিক সম্পদভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাতাঁতশালএলবাৰ্ট আইনষ্টাইনতেজমুদ্ৰাস্ফীতিনাগাৰাকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলঅসমীয়া লোকসাহিত্যসংস্কৃতিপাইক প্ৰথামোৰ জীৱন সোঁৱৰণগুণাভিৰাম বৰুৱানিমাতী কইনাদুৰ্যোগলখিমপুৰ জিলাশিক্ষা মনোবিজ্ঞানবৰদৈচিলাঅসমীয়া ভাষা আন্দোলনচ'জুনসাঁচিপাতগোলকীকৰণঅসমীয়া ভাষা উন্নতি সাধিনী সভামিচিং জনগোষ্ঠীকোষ (জীৱবিজ্ঞান)মালিনী থানশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯হাগা গেন্দেৰাভাস্কৰাব্দঅসমৰ কাঁহ শিল্পভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাগৰু বিহুনাগৰিকত্ব (সংশোধনী) আইন, ২০১৯আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰগণতন্ত্ৰডিম্বেশ্বৰ নেওগভাৰতৰ সংসদ ভৱনআই সবাহকপৌ ফুলজাতীয়তাবাদউইলিয়াম শ্বেইকছপীয়েৰমোহৰৰামধেনুউমানন্দভাওনাবুঢ়ী আইৰ সাধুঅণুবীক্ষণ যন্ত্ৰঅসমীয়া খাদ্যাভ্যাসঅংকবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যনলবাৰী জিলাহস্তমৈথুন🡆 More