দাদাচাহেব ফাল্কে বঁটা

ভাৰতীয় চলচ্চিত্ৰৰ জনকৰূপে অভিহিত দাদাচাহেব ফাল্কেৰ স্মৃতি ৰক্ষাৰ্থে দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়। ভাৰতীয় চলচ্চিত্ৰৰ উৎকৰ্ষ আৰু বিকাশৰ হকে উল্লেখযোগ্য বৰঙনিৰ স্বীকৃতিৰূপে এই বঁটা প্ৰদান কৰা হয়। ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটাৰূপে স্বীকৃত এই বঁটাৰ অৰ্থমূল্য দহ লাখ টকা। ইয়াৰ লগতে বিজয়ীজনক এখন প্ৰশক্তি পত্ৰ আৰু এখন আলোৱান প্ৰদান কৰা হয়।

দাদাচাহেব ফাল্কে বঁটা
বঁটাৰ তথ্য
শ্ৰেণী ভাৰতীয় চলচ্চিত্ৰ
বৰ্ণনা জীৱনযোৰা সাধনাৰ বঁটা
প্ৰতিষ্ঠা ১৯৬৯
প্ৰথমবাৰ প্ৰদান ১৯৬৯
মুঠ প্ৰদানৰ সংখ্যা ৫৩
প্ৰদানকৰ্তা ভাৰত চৰকাৰ
নগদ টকা ১০,০০,০০০
প্ৰথম প্ৰাপক দেৱিকা ৰাণী ১৯৬৯ চনত
অন্তিম প্ৰাপক ৱাহিদা ৰহমান ২০২১ চনত

দাদাচাহেব ফাল্কে বঁটা লাভ কৰাসকল

বছৰ বঁটাপ্ৰাপ্ত বৃত্তি
১৯৬৯ দেবীকাৰাণী অভিনেত্ৰী
১৯৭০ বি এন চিৰকাৰ চলচ্চিত্ৰ প্ৰযোজক
১৯৭১ পৃথিৰাজ কাপুৰ অভিনেতা
১৯৭২ পংকজ মল্লিক সংগীত পৰিচালক
১৯৭৩ ৰুবি মায়াৰ্ছ (সুলোচনা) অভিনেত্ৰী
১৯৭৪ বি এন ৰেড্ডী চলচ্চিত্ৰ পৰিচালক
১৯৭৫ ধীৰেন গাঙ্গুলী অভিনেতা, চলচ্চিত্ৰ পৰিচালক
১৯৭৬ কানন দেৱী অভিনেত্ৰী
১৯৭৭ নীতি বসু চিত্ৰগ্ৰহণকাৰী, চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ
১৯৭৮ আৰ চি বোৰাল সংগীত পৰিচালক, চলচ্চিত্ৰ পৰিচালক
১৯৭৯ ছোৰাব মোদী অভিনেতা, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক
১৯৮০ পি জয়ৰাজ অভিনেতা, চলচ্চিত্ৰ পৰিচালক
১৯৮১ নৌশাদ আলি সংগীত পৰিচালক
১৯৮২ এল. বি প্ৰসাদ অভিনেতা, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক
১৯৮৩ দুৰ্গা খোটে অভিনেত্ৰী
১৯৮৪ সত্যজিত ৰায় চলচ্চিত্ৰ পৰিচালক
১৯৮৫ ভি চান্তাৰাম অভিনেতা, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক
১৯৮৬ বি নাগী ৰেড্ডী চলচ্চিত্ৰ প্ৰযোজক
১৯৮৭ ৰাজ কাপুৰ অভিনেতা, চলচ্চিত্ৰ পৰিচালক
১৯৮৮ অশোক কুমাৰ অভিনেতা
১৯৮৯ লতা মংগেশকাৰ নেপথ্য গায়িকা
১৯৯০ এ নাগেশ্বৰ ৰাও অভিনেতা
১৯৯১ বি এল পেন্দ্বাৰ কাৰ চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক
১৯৯২ ভূপেন হাজৰিকা চলচ্চিত্ৰ পৰিচালক, নেপথ্য গায়ক
১৯৯৩ মজৰুহ চুলতানপুৰী গীতিকাৰ
১৯৯৪ দিলীপ কুমাৰ অভিনেতা
১৯৯৫ ৰাজ কুমাৰ অভিনেতা
১৯৯৬ শিৱাজী গণেশন অভিনেতা
১৯৯৭ ৰামচন্দ্ৰ নাতায়ণজী দ্বিবেদী গীতিকাৰ
১৯৯৮ বি আৰ চোপ্ৰা চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক
১৯৯৯ হৃষীকেশ মুখাৰ্জী চলচ্চিত্ৰ পৰিচালক
২০০০ আশা ভোছলে নেপথ্য গায়িকা
২০০১ য়শ ছোপ্ৰা চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক
২০০২ দেৱানন্দ অভিনেতা, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক
২০০৩ মৃনাল সেন চলচ্চিত্ৰ পৰিচালক
২০০৪ আদুৰ গোপালকৃষ্ণন চলচ্চিত্ৰ পৰিচালক
২০০৫ শ্যাম বেঙ্গল চলচ্চিত্ৰ পৰিচালক
২০০৬ তপন শিনহা চলচ্চিত্ৰ পৰিচালক
২০০৭ মান্না দে নেপথ্য গায়ক
২০০৮ ভি. কে মূৰ্তি চিত্ৰগ্ৰহণকাৰী
২০০৯ ডি. ৰামানাইডু চলচ্চিত্ৰ প্ৰযোজক
২০১০ কে. বালাচন্দ্ৰ চলচ্চিত্ৰ পৰিচালক
২০১১ সৌমিত্ৰ চেটাৰ্জী অভিনেতা
২০১২ প্ৰাণ অভিনেতা
২০১৩ গুলজাৰ গীতিকাৰ
২০১৪ শশী কাপুৰ অভিনেতা
২০১৫ মনোজ কুমাৰ অভিনেতা
২০১৬ কাশীনাথোন্নী বিশ্বনাথ চলচ্চিত্ৰ পৰিচালক, শব্দগ্ৰহণকাৰী
২০১৭ বিনোদ খান্না অভিনেতা
২০১৮ অমিতাভ বচ্চন অভিনেতা
২০১৯ ৰজনীকান্ত অভিনেতা
২০২০
৬৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
আশা পাৰেখ অভিনেত্ৰী
২০২১
৬৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
ৱাহিদা ৰহমান অভিনেত্ৰী

তথ্য সংগ্ৰহ

লগতে চাওক

Tags:

চলচ্চিত্ৰদাদাচাহেব ফাল্কে

🔥 Trending searches on Wiki অসমীয়া:

স্বামী বিবেকানন্দউপন্যাসব্যাকৰণসিন্ধু সভ্যতাআত্মজীৱনীৱিকিপিডিয়াভাৰত ৰত্নফুলঅসীমত যাৰ হেৰাল সীমাআমাৰ অসমঅসমত মহাত্মানৱকান্ত বৰুৱাঅসমৰ কুঁহিলা শিল্পভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাবৰদৈচিলাচিপকো আন্দোলনপাইথাগোৰাছৰ উপপাদ্যবৰগীতভঠেলিব্যৱস্থাপনাজল সংৰক্ষণসাম্যবাদঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাব'হাগ বিহুভূপেন্দ্ৰ সংগীতএইচ টি এম এলতাল (বাদ্যযন্ত্ৰ)মহাদেশৰবীন্দ্ৰনাথ ঠাকুৰঅসমৰ ধান খেতিৰ সঁজুলিসমূহঅভিধাননাৰী সবলীকৰণচিলাৰায়কৰ্কট ক্ৰান্তিপ্ৰজ্ঞাচৰাইদেউ জিলাগুৱাহাটীসংঘাতকোচ ৰাজবংশহিন্দু ধৰ্মশব্দসিংহসংক্ৰমণঅসমৰ তেল শোধনাগাৰলোকাচাৰসাহিত্য অকাডেমি বঁটাগৰুপাঁচালীঅসমীয়া ব্যাকৰণমহামায়া ধামবড়ো জনগোষ্ঠীনুৰ জাহান (মোগল সম্ৰাজ্ঞী)ৱেবছাইটদৰং জিলাঅসমৰ জিলাসমূহউমানন্দইষ্ট ইণ্ডিয়া কোম্পানীস্বাধীনতা দিৱস (ভাৰত)যোৰহাটউৎসৱমহো-হো উৎসৱঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিআত্মসহায়ক গোটপদাৰ্থ বিজ্ঞানসমীৰ তাঁতীডিমাছা জনগোষ্ঠীআহোম ৰাজবংশবুলু ফিল্মঅসহযোগ আন্দোলনঅসমীয়া ভাষা উন্নতি সাধিনী সভাৰমন্যাসবাদবকুল ফুলৰ দৰে (গ্ৰন্থ)মামণি ৰয়ছম গোস্বামীশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহজাভা🡆 More