যকৃৎ

যকৃৎ (ইংৰাজী: liver) হৈছে মেৰুদণ্ডী আৰু অন্য কিছু প্ৰাণীৰ এটা অত্যাৱশ্যকীয় অংগ। মানুহৰ ক্ষেত্ৰত ই মধ্যচ্ছদাৰ তলফালে পেটৰ সোঁকাষৰ ওপৰ অংশত থাকে। যকৃতৰ বহু কাৰ্য আছে, বহু দেহজ ক্ৰিয়াৰ বিষ প্ৰশমন, প্ৰ'টিন সংশ্লেষণ, পাচনৰ বাবে প্ৰয়োজনীয় জৈৱৰসায়নৰ উৎপাদন কৰে।

যকৃৎ
যকৃৎ
মানুহৰ যকৃৎ
সবিশেষ
প্ৰিকাৰ্ছৰ Foregut
তন্ত্ৰ পাচন তন্ত্ৰ
ধমনী হেপাটিক সিৰা
সিৰা হেপাটিক ধমনী আৰু হেপাটিক পৰ্টেল ধমনী
স্নায়ু চিলিয়াক গেংগলিয়া আৰু ভেগাছ স্নায়ু
চিনাক্তকাৰক
লেটিন Jecur, iecur
গ্ৰীক হেপাৰ (ἧπαρ)
মূল
হেপাত- (ἡπατ-)
MeSH D008099
TA98 A05.8.01.001
TA2 3023
FMA 7197
দেহতাত্ত্বিক পৰিভাষা

প্ৰকৃততে যকৃৎ এটা গ্ৰন্থি, ই গ্লাইক'জেন সংৰক্ষণ নিয়ন্ত্ৰণ, লোহিত ৰক্ত কোষৰ পচন, প্লাজমা প্ৰ'টিনৰ সংশ্লেষণ, হৰম'ন উৎপাদন, আৰু বিষক্ৰিয়া প্ৰশমনকে ধৰি অসংখ্য কাৰ্যৰ দ্বাৰা মানৱ শৰীৰৰ মেটাবলিজিমত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই এটা সহকাৰী পাচন গ্ৰন্থি আৰু ই লিপিডৰ বিভংগন ঘটাই পাচন কাৰ্যত সহায় কৰা এক প্ৰকাৰৰ ক্ষাৰকীয় যৌগ, পাচক ৰসৰ উৎপাদন কৰে। যকৃতৰ থিক তলতেই থকা এটা ক্ষুদ্ৰ থলী পিত্তস্থলীত, যকৃতত প্ৰস্তুত হোৱা ৰস সংৰক্ষিত হৈ থাকে। অধিকতৰ হেপাট'চাইটেৰে গঠিত যকৃতৰ বিশেষ কলাই, গৰিষ্টসংখ্যক সাধাৰণ জৈৱিক কাৰ্যৰ বাবে প্ৰয়োজনীয় বৃহৎ আকাৰৰ জৈৱৰাসায়নিক বিক্ৰিয়াবোৰ, ক্ষুদ্ৰ আৰু জটিল কণাবোৰৰ সংশ্লেষণ আৰু বিভংগন নিয়ন্ত্ৰণ কৰে। অংগটোৰ মুঠ কাৰ্যৰ ভিন্নতা পৰিলক্ষিত হয়, কিন্তু পাঠ্যপুথিৰ মতে ই প্ৰায় ৫০০টা মান ভিন্ন কাৰ্য কৰে।

যকৃতৰ লগত জড়িক পৰিভাষাত গ্ৰীক শব্দ হেপাৰৰ আৰ্হিত হেপাৰ- বা হেপাট- ৰে আৰম্ভ হোৱা শব্দ ব্যৱহাৰ কৰা হয়।

বৰ্তমান যকৃতৰ অবিহনে কাৰ্য কৰিব পৰা কোনো দীৰ্ঘ ম্যাদী ব্যৱস্থা নাই, কিন্তু লিভাৰ ডাইলাইছিছ নামৰ প্ৰদ্ধতি ব্যৱহাৰ কৰি কিছু দিনলৈ সকাহ পাব পাৰি। যকৃৎ বিকল হ'লে কেৱল আৰু একমাত্ৰ উপায়টো হৈছে যকৃৎ প্ৰতিষ্ঠাপন।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষামেৰুদণ্ডী প্ৰাণী

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতৰ প্ৰধানমন্ত্ৰীহৰপ্পাদৰ্শনশালস্তম্ভ ৰাজবংশৰজনীকান্ত বৰদলৈত্ৰিভুজসূৰ্যকুমাৰ ভূঞামৌৰ্য সাম্ৰাজ্যলোক-সংগীতএৰী ৰেচমকাৰেঙৰ লিগিৰীৰমন্যাসবাদলোকবিশ্বাসঅম্বিকাগিৰি ৰায়চৌধুৰীবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যকোষ (জীৱবিজ্ঞান)বিহু নৃত্যপাঠ্যক্ৰমভোলানাথ দাসগ্ৰহপদাৰ্থৰ অৱস্থাগণিতজন গণ মনহিতেশ্বৰ বৰবৰুৱাশিক্ষাগগৈউইলিয়াম শ্বেইকছপীয়েৰৰামইজৰাইলভূমি প্ৰদূষণভাৰতৰ স্বাধীনতা আন্দোলনভূমিকম্পআন্তৰ্জাতিক মানৱ অধিকাৰ আইনসংঘাতধেমাজি জিলাজ'মাট'জিকিৰস্বদেশী আন্দোলনইষ্ট ইণ্ডিয়া কোম্পানীঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাসত্ৰসাধুকথাভট্টদেৱৰ গদ্যশৈলীভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাছুনামিছক্ৰেটিছইন্দিৰা মিৰিবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনমৃত্যুঞ্জয়হনুমানমিৰি জীয়ৰীনামচিংশৰৎ ঋতুএহাত ডাবাধ্যান চান্দকালিদাসমাধৱদেৱসতী সাধনীশেৱালি ফুলভেঁকুৰকোচ ৰাজবংশীগাঁও পঞ্চায়তঅসমৰ ৰাজ্যিক প্ৰতীকসমূহচন্দ্ৰকুমাৰ আগৰৱালাঅসম গণ পৰিষদৰাইমনা ৰাষ্ট্ৰীয় উদ্যানকৰমহেন্দ্ৰ বৰাসম্পাদনামাধৱী লতা🡆 More