বৈকাল হ্ৰদ

বৈকাল হ্ৰদ (ৰুছ: о́зеро Байка́л, tr.

বৈকাল হ্ৰদ (Lake Baikal)
বৈকাল হ্ৰদ
বৈকাল হ্ৰদ
অৱস্থান Siberia, Russia
স্থানাংক 53°30′N 108°0′E / 53.5°N 108°E / 53.5; 108 108°0′E / 53.5°N 108°E / 53.5; 108
Primary inflows Selenge, Barguzin, Upper Angara
Primary outflows Angara
Catchment area 5,60,000 বৰ্গ কি.মি. (5.60000000×1011 বৰ্গ মিটাৰ)
Basin countries Russia and Mongolia
Max. length 636 km (395 মাইল)
Max. width 79 km (49 মাইল)
Surface area 31,722 বৰ্গ কি.মি. (3.1722×1010 বৰ্গ মিটাৰ)
Average depth 744.4 মিটাৰ (2,442 ফুট)
Max. depth 1,642 মিটাৰ (5,387 ফুট)
Water volume সাঁচ:Convert/km3
Residence time 330 years
Shore length1 2,100 km (1,300 মাইল)
Surface elevation 455.5 মিটাৰ (1,494 ফুট)
Frozen January–May
Islands 27 (Olkhon)
Settlements Irkutsk
1 Shore length is not a well-defined measure.

বৈকাল হ্ৰদ সমগ্ৰ বিশ্বৰ ভিতৰতে আয়তনৰ ফালৰ পৰা সৰ্ববৃহৎ নিৰ্মল পানীৰ হ্ৰদ (freshwater lake) ৷ এই হ্ৰদে বিশ্বৰ প্ৰায় ২০% নিৰ্মল আৰু গোট নমৰা পানী (unfrozen surface fresh water.) ধৰি ৰাখিছে ৷ এই হ্ৰদৰ গভীৰতা 1,642 মিটাৰ (5,387 ফুট) যাৰ বাবে ই বিশ্বৰ আটাইতকৈ গভীৰ হ্ৰদ বুলিও স্বীকৃত ৷ তাৰোপৰি এই হ্ৰদক বিশ্বৰ আটাইতকৈ পৰিস্কাৰ বা নিৰ্মল আৰু ২৫ মিলিয়ন বৰ্ষৰ পূৰ্বে সৃষ্টি হোৱাৰ বাবে আটাইতকৈ প্ৰাচীন হ্ৰদ ৰূপে স্বীকৃতি দিয়া হয় ৷ কালি (surface area) ৰ দিশৰ পৰা ইয়াৰ স্থান বিশ্বৰ ভিতৰত সপ্তম ৷ সাঁচ:Convert/km3 পানীৰে এই হ্ৰদে উত্তৰ আমেৰিকাৰ বৃহৎ হ্ৰদ (Great Lakes) সমূহতকৈও অধিক পানী ধৰি ৰাখিছে ৷

ইতিহাস

টাংগান্যিকা হ্ৰদৰ দৰেই বৈকাল হ্ৰদৰো এক প্ৰাচীন প্ৰাচীৰ উপত্যকা (ancient rift valley) ৰূপে সৃষ্টি হৈছিল ৷ সেইসময়ত ইয়াৰ কালি আছিল 31,722 বৰ্গ কি.মি. (12,248 বৰ্গ মাইল) ৷

গুৰুত্ব

বৈকাল হ্ৰদ প্ৰায় ১,৭০০ বিভিন্ন উদ্ভিদ আৰু প্ৰাণীৰ গৃহভূমি ৷ ইয়াৰে দুই-তৃতীয়াংশ জীৱ পৃথিৱীৰ অন্য কোনো ঠাইতে পোৱা নাযায় ৷ ১৯৯৬ চনত এই হ্ৰদক ইউনেস্কই ৱৰ্ল্ড হেৰিটেজ ছাইট ৰূপে স্বীকৃতি দিয়ে ৷ এই হ্ৰদ বুৰিয়াট জনজাতি (Buryat tribes) ৰো গৃহভূমি৷ এই লোকসকলৰ প্ৰধান বৃত্তি পশুপালন৷ এই অঞ্চলত সৰ্বনিম্ন তাপমাত্ৰা সাঁচ:Convert/−1 °C (−2 °F) আৰু সৰ্বোচ্চ তাপমাত্ৰা 14 °C (57 °F).

আলোকচিত্ৰৰ ভঁৰাল

তথ্যসূত্ৰ

Tags:

বৈকাল হ্ৰদ ইতিহাসবৈকাল হ্ৰদ গুৰুত্ববৈকাল হ্ৰদ আলোকচিত্ৰৰ ভঁৰালবৈকাল হ্ৰদ তথ্যসূত্ৰবৈকাল হ্ৰদ বাহ্যিক সংযোগবৈকাল হ্ৰদen:Help:IPA/Russianৰুছ ভাষা

🔥 Trending searches on Wiki অসমীয়া:

কৃষ্ণচন্দ্ৰ নেপালী পোখৰেলগোৱালপৰীয়া লোকগীতবৰাইল পৰ্বতঅসমৰ নদীসমূহৰ তালিকাসিন্ধু সভ্যতামাৰ্ক্সবাদজন গণ মনপৰিমেয় সংখ্যাশ্ৰী শ্ৰী বটদ্ৰৱা থানঅসমীয়া ভাষাৰ শব্দসম্ভাৰলক্ষ্মীনন্দন বৰাহেম বৰুৱাঅশোকৰ অনুশাসনৰাষ্ট্ৰসংঘঅসমৰ সমস্যাম’বাইল ফোনতামোলপাৰিজাত হৰণ নাটগোলাঘাটভাৰতীয় ভাষাঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাবনফুলপৃথিৱীবাঁহহাজোভট্টদেৱভাৰতৰ সংৰক্ষণ ব্যৱস্থামৌ-মাখিমিকী মাউছধানচাহবেক্টেৰিয়ামাজুলীভূপেন হাজৰিকাৰ সাহিত্যচ্যু-লিক-ফাহৰিবৰ বিপ্ৰশিক্ষা মনোবিজ্ঞানবিজ্ঞাপনপ্ৰেমচন্দকলিমান'বেল বঁটাহেপাটাইটিছ বিখেৰাইবৰপেটা সত্ৰঅন্নপ্ৰাশনসুতুলীচকলংভট্টদেৱৰ গদ্যশৈলীসন্ধিমণিপুৰযতি-চিনঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলথাই ভাষানাৰীবাদমোপিন উত্‍সৱপাচনওডিছীগাঁও পঞ্চায়তমিজোৰামব’হাগঅসহযোগ আন্দোলনমদন কামদেৱ দেৱালয়ওজাপালিঅংগৰাগ মহন্তশোণিত কুঁৱৰীবসন্ত ৰোগশৰৎচন্দ্ৰ চট্টোপাধ্যায়গৱেষণাশিক্ষাৰ অধিকাৰজল সংৰক্ষণশ্ৰীনিবাস ৰামানুজনঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিকুলধৰ শইকীয়াভাৰত-চীন যুদ্ধ🡆 More