গ্ৰহ

গ্ৰহ (ইংৰাজী: Planet) হৈছে কোনো তৰা বা মৃত তৰাৰ চাৰিওফালে পৰিভ্ৰমণ কৰা এক প্ৰকাৰৰ জ্যোতিৰ্বৈজ্ঞানিক পিণ্ড যি

  • নিজৰ মাধ্যাকৰ্ষণৰ ফলত গোলাকৃতিৰ হৈ থাকে,
  • তাপনিউক্লিয় সংযোজন ঘটাবলৈ অপৰাগ, আৰু
  • মাধ্যাকৰ্ষণিক পৰিসৰ থকা সকলো বস্তুকে নিজৰ ফাললৈ আকৰ্ষিত কৰে।
বুধশুক্ৰ
পৃথিৱীমংগল
বৃহস্পতিশণি
ইউৰেনাচনেপচুন
সৌৰ জগতৰ গ্ৰহ আঠটা
  • শিলাময় গ্ৰহসমূহ
  • বৃহৎ গ্ৰহসমূহ

সূৰ্যৰ পৰা ক্ৰমান্নয়ে আৰু প্ৰকৃত ৰঙত দেখুওৱা হৈছে। আকাৰ মাপ অনুযায়ী নাই।

গ্ৰহৰ ইংৰাজী প্ৰতিশব্দ planet এটা পুৰনা শব্দ, ই ঐতিহাসিক, জ্যোতিৰ্বৈজ্ঞানিক, বৈজ্ঞানিক, পৌৰাণিক, আৰু ধৰ্মীয় বিষয়ৰ সৈতে জড়িত আছে। সৌৰজগতৰ কেইবাটাও গ্ৰহ খালি চকুৰে দেখা পোৱা যায়। বহুতো সংস্কৃতিত এই গ্ৰহবোৰক স্বৰ্গীয়, অথবা দেৱতা বুলি বিবেচনা কৰা হৈছিল। মানুহৰ বৈজ্ঞানিক জ্ঞানৰ অগ্ৰগতিৰ লগে লগে গ্ৰহ সম্পৰ্কীয় এই ধাৰণাসমূহ সলনি হবলৈ ধৰে।

গ্ৰীক জ্যোতিৰ্বিদ টলেমিৰ মতে গ্ৰহসমূহে ভিন্ন আৰু উপ-বৃত্তাকাৰ পথেৰে পৃথিৱীক পৰিভ্ৰমণ কৰে। গ্ৰহবোৰে সূৰ্যৰ প্ৰদক্ষিণ কৰাৰ ধাৰণাটো বহু সময়ত উত্থাপন কৰা হৈছিল, যদিও ১৭শ শতিকাত গেলিলিওৰ দূৰবীক্ষণ যন্ত্ৰৰ দ্বাৰা পৰ্যবেক্ষণ কৰি প্ৰমাণ আহৰণ কৰাৰ পিছতহে ইয়াক মানি লোৱা হৈছিল।

টোকা

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাতৰা

🔥 Trending searches on Wiki অসমীয়া:

লভিতাভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাবিপৰীতাৰ্থক শব্দউদাৰনৈতিকতাবাদগুৰু আসনঅসমৰ বাঁহ-বেতৰ শিল্পকাৰেংঘৰঅতুল চন্দ্ৰ হাজৰিকাখগেন মহন্তজামুগুৰিহাটকাৰ্ল মাৰ্ক্সশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯অসমীয়া সাহিত্যৰ অৰুণোদয় যুগঅসম সাহিত্য সভাগাঁও পঞ্চায়তনাগালেণ্ডৰ সংস্কৃতিনক্ষত্ৰবহনক্ষম উন্নয়নৰ লক্ষ্যশালস্তম্ভ ৰাজবংশবৰপেটাবাবৰবতাহঅসমৰ সাহিত্যিকসকলৰ তালিকাবিশ্ব বাণিজ্য সংস্থাৰাধাগোবিন্দ বৰুৱাপুষ্টিকাৰকস্বামী বিবেকানন্দআনন্দৰাম ঢেকিয়াল ফুকনশ্ৰী শ্ৰী বটদ্ৰৱা থানৰাষ্ট্ৰসংঘ দিৱসওৰাং ৰাষ্ট্ৰীয় উদ্যানজয়মতী (১৯৩৫ চলচ্চিত্ৰ)এহাত ডাবাৰাজ্যসভাৰাৱণপাঁচালীসমবাহু ত্ৰিভুজমুগা (ৰেচম)সত্যনাথ বৰাবগেজাৰী গীতৱিকিমিডিয়া ফাউণ্ডেশ্যনসতী সাধনীনামঘোষাপুঁজিবাদপ্লেটোঅপাৰেটিং চিষ্টেমসম্পাদনাগঙ্গা নদীকৰ্কট ক্ৰান্তিকেন্দ্ৰীয় শাসিত অঞ্চলঅনুবাদপথৰুঘাটৰ ৰণগণতন্ত্ৰভট্টদেৱৰ গদ্যশৈলীফুলগুৰি ধেৱাহনুমান জয়ন্তী২০২৪হাজং জনগোষ্ঠীচি++ভাষাশোণিত কুঁৱৰীবাঁহঅষ্ট্ৰেলিয়ানৰকাসুৰজল সংৰক্ষণবিজ্ঞানদীপলিনা ডেকাকুচিয়া মাছপূৰ্ণ স্বৰাজকামৰূপ ৰাজ্যভাৰতৰ নিৰ্বাচন আয়োগঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতসমাজবাদমহিম বৰা🡆 More