ভেকুলী

ভেকুলী (ইংৰাজী: Frog) হৈছে উভচৰ মেৰুদণ্ডী প্ৰাণীৰ এটা প্ৰজাতি। বৰ্তমানে প্ৰায় ৪,৮০০ টা প্ৰজাতিৰ ভেকুলী নথিভুক্ত কৰা হৈছে, যিটো জীৱিত উভচৰ প্ৰাণীৰ প্ৰায় ৮৫%তকৈও বেচি হব। ইয়াৰোপৰি মেৰুদণ্ডী প্ৰাণীৰ পাঁচটা সৰ্বাধিক বৈচিত্ৰময় বৰ্গৰ ভিতৰত ইহঁতো অন্যতম।

ভেকুলী
জীৱাশ্ম কাল: Early Jurassic - Present,
২০০–০ নিযুত বছৰ
প্ৰিকে
কেম
ছি
ডে
কা
পা
ট্ৰি
জু
ক্ৰি
পে
নি
ভেকুলী
বিভিন্ন প্ৰকাৰৰ ভেকুলী
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Arthropoda
শ্ৰেণী: Amphibia
(অশ্ৰেণীকৃত): Salientia
বৰ্গ: Anura
Duméril, ১৮০৬ (Anoures হিচাপে)
উপবৰ্গ

Archaeobatrachia
Mesobatrachia
Neobatrachia
 –
এনোৰা বৰ্গৰ পৰিয়ালবোৰৰ তালিকা

ভেকুলী
ভেকুলীৰ ভৌগোলিক বিস্তৃতি (সেউজীয়া)


Dark-colored toad facing left
European fire-bellied toad (Bombina bombina)
Panamanian golden frog
Panamanian golden frog (Atelopus zeteki).

বিৱৰ্তন আৰু শ্ৰেণীবিভাজন

ইহঁত এনোৰা (প্ৰাচীন গ্ৰীক: an-, নথকা, + oura, নেজ) বৰ্গৰ অন্তৰ্গত, দেহ চুটি আৰু নেজ নেথাকে। এই জীৱবিধ প্ৰাক ট্ৰায়েছিক যুগত মাডাগাস্কাৰৰ আটাইতকৈ পুৰণি জীৱাশ্ম "প্ৰ'ট' ফ্ৰ'গ (ইংৰাজী: proto-frog)"ৰ উদ্ভৱ হৈছিল বুলি কোৱা হয় যদিওঁ, আনৱিক ক্লক ডেটিং পদ্ধতিয়ে ইহঁত তাতোতকৈও ২৬৫ নিযুত বছৰ আগৰ পাৰ্মিয়ান যুগৰ বুলি কয়। ভেকুলীবোৰ tropicsৰ পৰা subarctic অঞ্চললৈকে বহুলভাৱে বিস্তৃত হৈ আছে। বৰ্ষাৰণ্যবোৰত ইহঁতৰ জনসংখ্যা সৰ্বাধিক।

শাৰীৰিক বৈশিষ্ট

ভেকুলী জীৱনকালৰ প্ৰথম অৱস্থাত লালুকী হিচাপে পানীত থাকে। পাছলৈ প্ৰাপ্ত বয়স্ক ভেকুলী হয়। ভেকুলীৰ চাৰিখন ঠেং থাকে তাৰে মতা ভেকুলীৰ আগ ঠেঙৰ প্ৰথম আঙুলিত যৌনাংগ থাকে। পিছৰ ঠেং কেইটা সাতুৰিব পৰাকৈ পাঁচোটা আঙুলিত জাল থাকে। ভেকুলীয়ে পানীত থকা অৱস্থাত ছালেৰে উশাহ লয়। আৰু মাটিত থকা অৱস্থাত ছাল, ভ'কেল চেক আৰু হাওঁফাওঁৰ যোগেদি উশাহ লয়। ভেকুলীয়ে নিজৰ গাৰ উষ্ণতা নিয়ন্ত্ৰণ কৰিব নোৱাৰে সেয়ে অত্যধিক গৰম বা অত্যাধিক ঠাণ্ডা হলে গাতৰ ভিতৰত থাকে। ভেকুলীযৰ হৃদযন্ত্ৰত তিনিটা কোঠা থাকে। ভেকুলী পতংগভোজী প্ৰাণী। ভেকুলীৰ শৰীৰটো সেমেকা থাকে। ইয়াৰ ফলত ই উশাহ লোৱাত সুবিধা হয়। ভেকুলীৰ জিভাই খাদ্য ধৰে। কিছু প্ৰজাতিয়ে নিজৰ গাৰ বৰণ সলনি কৰিব পাৰে। ইয়াৰ গাটো সাধাৰণতে সেউজীয়া আৰু কলা দাগ যুক্ত থাকে।

অসমৰ সমাজ জীৱনত ভেকুলী

অসমত বৰষুণ নিদিলে ভেকুলীৰ বিয়া ৰাজহুৱাভাৱে অনুষ্ঠিত কৰাৰ জনবিশ্বাস আছে। জনবিশ্বাস মতে ভেকুলীৰ বিয়া পাতিলে বৰষুণ আহে।

উপকাৰিতা

ভেকুলীয়ে পথাৰৰ পোকপতংগ খাই শস্য বৃদ্ধিত খেতিয়কক সহায় কৰে।

তথ্য সংগ্ৰহ

Tags:

ভেকুলী বিৱৰ্তন আৰু শ্ৰেণীবিভাজনভেকুলী শাৰীৰিক বৈশিষ্টভেকুলী অসমৰ সমাজ জীৱনত ভেকুলী তথ্য সংগ্ৰহভেকুলীইংৰাজী ভাষাউভচৰ প্ৰাণীপ্ৰজাতি (জীৱবিদ্যা)মেৰুদণ্ডী প্ৰাণী

🔥 Trending searches on Wiki অসমীয়া:

যকৃৎহাজোনিৰ্মলপ্ৰভা বৰদলৈইলন মাস্ক্গৰু বিহুমদন কামদেৱ দেৱালয়পাকস্থলীৰমন্যাসবাদবগেজাৰী গীতজাভাপৰিৱেশ বিজ্ঞানঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাঅসমৰ সাহিত্যিকসকলৰ তালিকাদৰং জিলাঅসমৰ সত্ৰসমূহৰ তালিকাভাৰত ৰত্নভগ্নাংশ (গণিত)মনোমতীজন গণ মনফুলবিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণমহাকাব্যসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকামানচিত্ৰমেখেলা চাদৰপাৰিপাৰ্শ্বিক সংঘাতঋণাত্মক অখণ্ড সংখ্যাতাল (বাদ্যযন্ত্ৰ)পৰিৱেশ অধ্যয়নশালস্তম্ভ ৰাজবংশনামচিংগড়গাঁওনলবাৰী জিলালোকসভাগদ্যত্ৰিপুৰাভূমি প্ৰদূষণঅসমৰ ইতিহাসমৰাণ জনগোষ্ঠীচকলংপূৰবী বৰমুদৈদক্ষিণপাট সত্ৰমৃণাল কলিতাশব্দ (অভিধান)মাইলছ ব্ৰনছনতিৱা জনগোষ্ঠীশিক্ষাবিশ্বকোষভাৰতীয় সাহিত্যঋতুমই আৰু নেফাযোৰানামভাষাঅশ্বিনী কুমাৰ বৰুৱাভাইৰাছপ্ৰথম বিশ্বযুদ্ধসেউজ গৃহ প্ৰভাৱডিব্ৰুগড় জিলামানুহৰ কংকালবড়োলেণ্ডনাৰীভঠেলিগৌতম বুদ্ধব্যৱস্থাপনাএশিঙীয়া গঁড়অনুৰাধা শৰ্মা পূজাৰীভীমৰাও ৰামজী আম্বেদকাৰমিঠু বৰুৱাবাণীকান্ত কাকতিস্বাস্থ্যমোৰো এটা সপোন আছেচাহলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদান🡆 More