জীৱবিদ্যা বৰ্গ

বৰ্গ (ইংৰাজী: order, অৰ্ডৰ; লেটিন: ordo, অৰ্ড') জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ত জীৱৰ বৰ্গীকৰণৰ এটা প্ৰধান গোট। জীৱৰ বৰ্গীকৰণত ক্ৰমে অধিজগৎ, জগৎ, পৰ্ব আৰু শ্ৰেণীৰ পাছতেই বৰ্গক ৰখা হৈছে। এটা বৰ্গক কেইবাটাও সৰু সৰু পৰিয়ালত ভাগ কৰা হৈছে। ইয়াৰ উপৰিও শ্ৰেণী আৰু বৰ্গ, বৰ্গ আৰু পৰিয়াল বা যিকোনো দুটা ক্ৰমিক গোটৰ মাজত বহুটো উপগোট নাইবা অধিগোট আদি থাকে।

জীৱবিদ্যা বৰ্গ
জীৱজগতৰ বৰ্গীকৰণ তালিকা, শ্ৰেণীৰ পাছতেই বৰ্গক ৰখা হৈছে।

ইতিহাস

জাৰ্মান উদ্ভিদবিদ আগাষ্টাছ কুইকিনাছ ৰিভিনাছে ১৬৯০ চনত, তেওঁৰ ধাৰাবাহিক ভাৱে প্ৰকাশিত এটি প্ৰবন্ধত বৰ্গ যে এটা সুনিৰ্দিষ্ট নামৰে সৈতে এটা বিশিষ্ট বৰ্গীয় স্থান সেইটো প্ৰথমবাৰৰ বাবে উল্লেখ কৰিছিল। কেৰলাছ লিনিয়াছে তেওঁৰ ছিষ্টেমা নেচাৰিয়াত (১৭৩৫, প্ৰথম সংস্কৰণ) বৰ্ণিত তেওঁৰ ৰাজ্য সমূহৰ (এনিমেল, ভেজিটেবিল আৰু লেপিডিয়াম) বিভাজনত, ইয়াক প্ৰথম পদ্ধতিগত ভাৱে ব্যৱহাৰ কৰিছিল।

তথ্য সংগ্ৰহ

Tags:

অধিজগৎ (জীৱ বিজ্ঞান)ইংৰাজীজগৎ (জীৱবিজ্ঞান)জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনপৰিয়াল (জীৱবিদ্যা)পৰ্ব (জীৱবিদ্যা)শ্ৰেণী (জীৱবিদ্যা)

🔥 Trending searches on Wiki অসমীয়া:

চাচনি মেৰবিলপায়ু সংগমভাৰতৰ সংৰক্ষণ ব্যৱস্থাঋণাত্মক অখণ্ড সংখ্যাআহোম ৰাজবংশপাচন তন্ত্ৰম'হৰ শিঙৰ পেঁপাবাণীকান্ত কাকতিবাথৌ পূজাবসন্ত ঋতুতলাতল ঘৰজোনাকী (আলোচনী)জীৱনীবেক্টেৰিয়াতৎসমনীলমণি ফুকন (জ্যেষ্ঠ)মামণি ৰয়ছম গোস্বামীভীমৰাও ৰামজী আম্বেদকাৰপৰম্পৰাঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিবুৰঞ্জী সাহিত্যঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাযোগ দৰ্শনপদুমঅসমীয়া ভাষা উন্নতি সাধিনী সভাদুৰ্গামহমে ডাম মে ফিহিন্দী ভাষাকামৰূপী উপভাষাগুৱাহাটীঅব্যয় পদঅৰ্থব্যৱস্থাজল প্ৰদূষণদুৰ্যোগতগৰদিখৌ নদীআলি আঃয়ে লৃগাংপঞ্চায়তী ৰাজপৰিৱেশ অধ্যয়নঅসমৰ গামোচাসাগৰ দেখিছা (কবিতা সংকলন)কলিমাগান্ধীবাদৰাম বিজয়ভাৰত-আৰ্য ভাষা পৰিয়ালধাতু আৰু অধাতুদেউৰী জনগোষ্ঠীপলাশীৰ যুদ্ধঅসমৰ নদীসমূহৰ তালিকাএ পি জে আব্দুল কালামবড়ো জনগোষ্ঠীভগদত্তবাঁহী (আলোচনী)উদয় শংকৰকলপ্ৰদূষণসংশয় ব্যৱস্থাপনাথাই ভাষাসাম্যবাদী সমাজক্ৰা দাদি জিলাভাৰতীয় ৰেলকাৰেঙৰ লিগিৰীজয় দৌলঅসমীয়া যুক্তাক্ষৰপৰিয়ালচৰ্যাপদদুৰ্গা পূজাগাঁও পঞ্চায়তমানুহৰুদ্ৰ কন্দলীত্ৰিভুজঅণুবীক্ষণ যন্ত্ৰথমাছ আলভা এডিচনবেটুপাতহিমন্ত বিশ্ব শৰ্মাবহনক্ষম ভূমি ব্যৱস্থাপনা🡆 More