জীৱবৈজ্ঞানিক বৰ্গীকৰণ

জীৱবৈজ্ঞানিক বৰ্গীকৰণ (ইংৰাজী: biological taxonomy) এক প্ৰকাৰৰ বৈজ্ঞানিক শ্ৰেণীবিন্যাস (scientific classification) পদ্ধতি যাৰ মাধ্যমত মহাবিশ্বৰ সকলো জীৱকে বিভিন্ন গোষ্ঠী বা শ্ৰেণীত সজোৱা হয়। কেৰলাছ লিনিয়াছক আধুনিক জীৱবৈজ্ঞানিক শ্ৰেণীবিন্যাসৰ জনক বুলি কোৱা হয়। তেৱেই পোনপ্ৰথমে বৈজ্ঞানিক ভাৱে জীৱৰ শ্ৰেণীবিভাগ কৰিছিল। চাৰ্লছ ডাৰউইনৰ সাধাৰণ পূৰ্বপুৰুষ (Principle of common descent)ৰ তত্ত্বৰ স’তে খাপ খোৱাকৈ লিনিয়াছৰ এই শ্ৰেণীবিভাজন পদ্ধতিক পৰৱৰ্তী কালত বিভিন্নভাবে সংশোধন কৰা হৈছে। বৰ্তমানৰ শ্ৰেণীবিভাজনত ডি.এন.এ.

চিকুৱেন্স (DNA sequences) ব্যৱহাৰে এই পদ্ধতিৰ শুদ্ধতা অধিক বৃদ্ধি কৰিছে।

জীৱবৈজ্ঞানিক বৰ্গীকৰণৰ ধাৰাক্ৰম

জীৱবৈজ্ঞানিক বৰ্গীকৰণ 
জীববিজ্ঞানৰ প্ৰধান শ্ৰেণীবিন্যাসগত পদসমূহ
  • অধিজগৎ, ডোমেইন বা সম্ৰাজ্য
  • মহাপৰ্ব (উদ্ভিদবিজ্ঞানত মহাবিভাগ)
    • পৰ্ব (উদ্ভিদবিজ্ঞানত বিভাগ)
      • উপপৰ্ব (উপবিভাগ)
        • ইনফ্ৰাপৰ্ব (ইনফ্ৰাবিভাগ)
          • অনুপৰ্ব
  • মহাকোহৰ্ট (উদ্ভিদবিজ্ঞান)
    • কোহৰ্ট (উদ্ভিদবিজ্ঞান)
      • উপকোহৰ্ট (উদ্ভিদবিজ্ঞান)
        • ইনফ্ৰাকোহৰ্ট (উদ্ভিদবিজ্ঞান)
  • মহাশ্ৰেণী
    • শ্ৰেণী
      • উপশ্ৰেণী
        • ইনফ্ৰাশ্ৰেণী
          • পাৰ্ভশ্ৰেণী
  • মহাবিভাগ (প্ৰাণীবিজ্ঞান)
    • বিভাগ (প্ৰাণীবিজ্ঞান)
      • উপবিভাগ (প্ৰাণীবিজ্ঞান)
        • ইনফ্ৰাবিভাগ (প্ৰাণীবিজ্ঞান)
  • মহালিজন (প্ৰাণীবিজ্ঞান)
    • লিজন (প্ৰাণীবিজ্ঞান)
      • উপলিজন (প্ৰাণীবিজ্ঞান)
        • ইনফ্ৰালিজন (প্ৰাণীবিজ্ঞান)
  • মহাকোহৰ্ট (প্ৰাণীবিজ্ঞান)
    • কোহৰ্ট (প্ৰাণীবিজ্ঞান)
      • উপকোহৰ্ট (প্ৰাণীবিজ্ঞান)
        • ইনফ্ৰাকোহৰ্ট (প্ৰাণীবিজ্ঞান)
  • গিগাবৰ্গ (প্ৰাণীবিজ্ঞান)
    • মেগানবৰ্গ বা মেগাবৰ্গ (প্ৰাণীবিজ্ঞান)
      • গ্ৰ্যাণ্ডবৰ্গ বা কেপ্যাক্সবৰ্গ (প্ৰাণীবিজ্ঞান)
        • মিৰবৰ্গ বা হাইপাৰবৰ্গ (প্ৰাণীবিজ্ঞান)
          • মহাবৰ্গ
            • চিৰিজ (মৎসকুল)
              • বৰ্গ
                • পাৰ্ভবৰ্গ
                  • ন্যানবৰ্গ (প্ৰাণীবিজ্ঞান)
                    • হাইপোবৰ্গ (প্ৰাণীবিজ্ঞান)
                      • মিনবৰ্গ (প্ৰাণীবিজ্ঞান)
                        • উপবৰ্গ
                          • ইনফ্ৰাবৰ্গ
                            • পাৰ্ভবৰ্গ (সাধাৰণত) বা অনুবৰ্গ(প্ৰাণীবিজ্ঞান)
  • অনুচ্ছেদ (প্ৰাণীবিজ্ঞান)
    • উপঅনুচ্ছেদ (প্ৰাণীবিজ্ঞান)
  • গিগাপৰিয়াল (প্ৰাণীবিজ্ঞান)
    • মেগাপৰিয়াল (প্ৰাণীবিজ্ঞান)
      • গ্ৰ্যাণ্ডপৰিয়াল (প্ৰাণীবিজ্ঞান)
        • হাইপাৰপৰিয়াল (প্ৰাণীবিজ্ঞান)
          • মহাপৰিয়াল
            • এপিপৰিয়াল (প্ৰাণীবিজ্ঞান)
              • Series (লেপিডোপ্টেৰা)
                • Group (লেপিডোপ্টেৰা)
  • মহাগোত্ৰ
    • গোত্ৰ
      • উপগোত্ৰ
        • ইনফ্ৰাগোত্ৰ
  • গণ
    • উপগণ
      • অনুচ্ছেদ (উদ্ভিদবিজ্ঞান)
        • উপঅনুচ্ছেদ (উদ্ভিদবিজ্ঞান)
          • চিৰিজ (উদ্ভিদবিজ্ঞান)
            • উপচিৰিজ (উদ্ভিদবিজ্ঞান)
  • মহাপ্ৰজাতি বা প্ৰজাতিশ্ৰেণী
    • প্ৰজাতি
      • উপপ্ৰজাতি
        • ভ্যেৰাইটি (উদ্ভিদবিজ্ঞান) or ফৰ্ম/মৰ্ফ (প্ৰাণীবিজ্ঞান)
          • উপভেৰাইটি (উদ্ভিদবিজ্ঞান)
            • ফৰ্ম (উদ্ভিদবিজ্ঞান)
              • উপফৰ্ম (উদ্ভিদবিজ্ঞান)




তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাকাৰ্ল লিনিয়াছচাৰ্লছ ডাৰউইন

🔥 Trending searches on Wiki অসমীয়া:

বাণিজ্যঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাঅমিয় কুমাৰ ভূঞাউৎপাদন (অৰ্থনীতি)জোনাকী (আলোচনী)আনন্দ চন্দ্ৰ আগৰৱালানৰকাসুৰঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাজন গণ মনআফগানিস্তানঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিহেমচন্দ্ৰ গোস্বামীগাখীৰভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাবিপন্ন প্ৰজাতিপুৰাণচিলাৰায়দশাৱতাৰম'হৰ শিঙৰ পেঁপাআজান পীৰজৈৱিক কৃষিশব্দযোৰানামআমেৰিকা যুক্তৰাষ্ট্ৰহনুমানআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিঅসমৰ কাঁহ শিল্পপদাৰ্থৰ অৱস্থাপঞ্চভুজবাংলাদেশগণিতচৰাইলোকবিশ্বাসকৰ'নাভাইৰাছ ৰোগ ২০১৯অসমীয়া লোকসাহিত্যআগ্নেয়গিৰিচৰিত পুথিভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাফাট বিহুপাণিনিচৈয়দ আব্দুল মালিকবৃত্তভূৱন মোহন বৰুৱাপৰিৱেশ তন্ত্ৰঅষ্ট্ৰেলিয়াঅসমীয়া উপন্যাসঅসমৰ জিলাসমূহঅসমত দেখা চৰাইবোৰশিক্ষাপোৱামক্কাজ্ঞানপীঠ বঁটাভূমিস্খলনআনন্দৰাম ঢেকিয়াল ফুকনবিশ্ব বেংকহেম বৰুৱা (ত্যাগবীৰ)অসমৰ গামোচাকলশ্ৰীকৃষ্ণকীৰ্তনথাই ভাষাঅপভ্ৰংশহুমায়ুনৰ সমাধিক্ষেত্ৰঅসম আৰক্ষীইণ্ডোনেছিয়াহিন্দী ভাষাভাৰত-আৰ্য ভাষা পৰিয়ালনীলমণি ফুকন (জ্যেষ্ঠ)আউনীআটী সত্ৰনিৰ্মলপ্ৰভা বৰদলৈযুগ্ম সংখ্যামূলা গাভৰুগোৱালপৰীয়া লোকগীতএইচ.আই.ভি/এইড্‌ছ🡆 More