জীৱবিদ্যা পৰিয়াল

পৰিয়াল (ইংৰাজী: family, ফেমিলি, লেটিন: familia, বহুবচন familiae), জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ত বৰ্গ আৰু গণৰ মাজৰ এটা বৰ্গীয় স্থান। পৰিয়ালক কেইবাটাও সৰু সৰু গণ হিচাপে ভাগ কৰা হয়, যদিও কেতিয়াবা উপপৰিয়ালৰ দৰে উপগোটটো ভাগ কৰা হয়। সাধাৰণতে, পৰিয়ালৰ কোনো সাধাৰণ সদস্যৰ নামেৰেও পৰিয়াল এটাৰ নামকৰণ কৰা পৰিলক্ষিত হয়, যেনে- 'ৱালনাট' আৰু 'হিকৰি' গছবোৰ 'যোগ্লানডেচিয়া' পৰিয়ালৰ অন্তৰ্গত যাক 'ৱালনাট পৰিয়াল' বুলিও কোৱা হয়।

জীৱবিদ্যা পৰিয়াল
জীৱজগতৰ বৰ্গীকৰণ তালিকা, পৰিয়াল, বৰ্গ আৰু গণৰ মাজৰ এটা বৰ্গীয় স্থান।

নামকৰণ

পৰিয়ালৰ নামকৰণ কৰোঁতে কিছুমান আন্তঃৰাষ্ট্ৰীয় ক'ড মানি চলা হয়।

  • ভেঁকুৰ, শেলাই, আৰু উদ্ভিদৰ নামকৰণ কৰোঁতে পৰিয়ালৰ নামবোৰ "-আচিয়া"ৰে সামৰণি মৰা হয়, অৱশ্যে ব্যতিক্ৰম নথকা নহয়।
  • প্ৰাণীবিজ্ঞানত, প্ৰাণী সমূহৰ পৰিয়ালৰ নামকৰণ কৰোঁতে নামৰ অন্তত "-ইডি" যোগ কৰা হয়।

ইতিহাস

পৰিয়াল শব্দটো ফ্ৰান্সৰ উদ্ভিদবিদ পিৰে মগ্নলে তেওঁৰ, Prodromus historiae generalis plantarum, in quo familiae plantarum per tabulas disponuntur (১৬৮৯)ত প্ৰথম ব্যৱহাৰৰ কৰিছিল।

কেৰলাছ লিনিয়াছে তেওঁৰ ফিলচফিয়া বটেনিকাত (১৭৫১) উদ্ভিদৰ প্ৰধান গোট: বৃক্ষ, herb, ঢেকীয়া, palm, আদিক বুজাবলৈ ফেমিলিয়া শব্দটো ব্যৱহাৰৰ কৰিছিল।

জীৱবিজ্ঞানত, পৰিয়াল বৰ্গ আৰু গণৰ মাজৰ এটা বৰ্গীয় স্থান বুলি পিৰে আন্দ্ৰে লেট্ৰিলে তেওঁৰ, Précis des caractères génériques des insectes, disposés dans un ordre naturel (১৭৯৬)ত উল্লেখ কৰিছিল। তেওঁ "পতংগ"ৰ সকলো বৰ্গকে নহয়, কিন্তু কিছুমান পৰিয়াল হিচাপে ভাগ কৰিছিল (তাৰে কিছুমানৰ নামকৰণ কৰা হোৱা নাছিল)।

ব্যৱহাৰ

পৰিয়ালবোৰক বিৱৰ্তনিক, জীৱাশ্মীয় আৰু জেনেটিক অধ্যয়নত ব্যৱহাৰ কৰিব পাৰি, কাৰণ গণ আৰু প্ৰজাতিৰ দৰে নিম্ন বৰ্গীয় স্থান সমূহতকৈ সিহঁত অধিক স্থায়ী।

তথ্য সংগ্ৰহ

Tags:

জীৱবিদ্যা পৰিয়াল নামকৰণজীৱবিদ্যা পৰিয়াল ইতিহাসজীৱবিদ্যা পৰিয়াল ব্যৱহাৰজীৱবিদ্যা পৰিয়াল তথ্য সংগ্ৰহজীৱবিদ্যা পৰিয়ালইংৰাজী ভাষাগণ (জীৱবিদ্যা)জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনবৰ্গ (জীৱবিদ্যা)

🔥 Trending searches on Wiki অসমীয়া:

ডিগবৈ তেল শোধনাগাৰসোৱণশিৰি নদীৰাসোৎসৱপ্ৰথম বিশ্বযুদ্ধমে ডাম মে ফিঅসমীয়া শিশু আলোচনীসমূহৰ তালিকামাধৱী লতাভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যভট্টদেৱৰ গদ্যশৈলীশ্বিলংধ্যান চান্দগোলাঘাট জিলাকমলাবাৰী সত্ৰকানাই বৰশী বোৱা শিলালিপিকলপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যমিৰি জীয়ৰীপায়ু সংগমঅম্বুবাচীজোৰোণআৱাহন (আলোচনী)ইংলেণ্ডস্বাভাৱিক সংখ্যাভূমিকম্পমাটিপঞ্চায়তী ৰাজআমেৰিকা যুক্তৰাষ্ট্ৰকছাৰী ৰাজ্যকৃষিলুৰিন জ্যোতি গগৈআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাসংস্কৃতিকনকলতা বৰুৱাৰঘুনাথ চৌধাৰীচ্যু-খ্ৰুং-ফাকাৰ্বি জনগোষ্ঠীঢ়গৱেষণাপূৰ্ণ স্বৰাজভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাগোলকীকৰণঅপভ্ৰংশঁ (চন্দ্ৰবিন্দু)ভূগোলহীৰেন গোহাঁইমংগোলিয়ামানস ৰাষ্ট্ৰীয় উদ্যানপঞ্চভুজঅসম সাহিত্য সভাঅসম আন্দোলনকাৰেঙৰ লিগিৰীমহাসাগৰযুগ্ম সংখ্যাগুৰু আসনশ্ৰীমদ্ভগৱতগীতাশিক্ষা মনোবিজ্ঞানভাৰতত মহিলাৰ স্বাস্থ্যভাৰতীয় সাহিত্যবিৰিঞ্চি কুমাৰ বৰুৱাবনঘোষাহস্তীবিদ্যাৰ্ণৱঅম্বিকাগিৰি ৰায়চৌধুৰীভট্টদেৱযাদৱ পায়েংনাৰীইয়াত এখন অৰণ্য আছিলমাঘ বিহুব্লগকামৰূপী লোকগীতথাই ভাষাযোৰহাট জিলাসপ্তকাণ্ড ৰামায়ণঅসমৰ সাহিত্যিকসকলৰ তালিকাএৰিষ্ট'টলউদ্বিগ্নতা🡆 More