১ আগষ্ট: তাৰিখ

১ আগষ্ট (ইংৰাজী: 1 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৩তম (অধিবৰ্ষত ২১৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৫২টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

উল্লেখযোগ্য ঘটনাৱলী

  • ১৭৭৪ - যোছেফ প্ৰিষ্টলিয়ে অক্সিজেন আবিষ্কাৰ কৰিছিল।
  • ১৯৩৬ - একাদশ গ্ৰীষ্মকালীন অলিম্পিক এডল্ফ হিটলাৰে বাৰ্লিনত শুভাৰম্ভ কৰিছিল।
  • ১৯৪৪ - এন ফ্ৰাংকে শেষ বাৰৰ বাবে ডায়েৰী লিখে।
  • ১৯৫৩ - ফিডেল কাষ্ট্ৰ'ক কিউবাত গ্ৰেপ্তাৰ কৰা হৈছিল।
  • ১৯৫৭ - নেচনেল বুক ট্ৰাষ্ট গঠন হৈছিল।
  • ১৯৬৫ - ধেমাজি জিলাৰ আটাইতকৈ পুৰণি মহাবিদ্যালয় ধেমাজি মহাবিদ্যালয় স্থাপন কৰা হৈছিল।
  • ১৯৭১ - এপ'লো-১৫-ৰ মহাকাশচাৰীসকলে ফলেন এষ্ট্ৰ'নট নামৰ এলুমিনিয়ামেৰে নিৰ্মিত মহাকাশ-যাত্ৰাৰ পোছাক পিন্ধা অৱস্থাত মহাকাশচাৰী এগৰাকীৰ এক ভাস্কৰ্য চন্দ্ৰপৃষ্ঠৰ মনছ হেড্‌লি বা হেড্‌লি ৰিলে নামৰ ঠাইত স্থাপন কৰে।

জন্ম

মৃত্যু

  • ১৭১৪ - এন ষ্টুৱাৰ্ট, ইংলেণ্ডৰ মহাৰানী।
  • ১৮৪৬ - দ্বাৰকানাথ ঠাকুৰৰ লণ্ডনত মৃত্য়ু, উদ্য়োগপতি, ৰবীন্দ্ৰনাথ ঠাকুৰৰ ককাক আছিল।
  • ১৮৭৩ - উইলিয়াম ৱাৰ্ড, অসমলৈ অহা এগৰাকী খৃষ্টান মিছনেৰী, 'অৰুনোদই' কাকতৰ সম্পাদক আৰু বাইবেলৰ অসমীয়া ভাঙনিৰ উদ্যোক্তাসকলৰ অন্যতম।
  • ১৯২০ - বাল গঙ্গাধৰ তিলক, এগৰাকী ভাৰতীয়, শিক্ষক, সাংবাদিক, উকীল, সমাজ সংস্কাৰক তথা ভাৰতীয় স্বাধীনতা আন্দোলনৰে জড়িত সক্ৰিয় ব্যক্তি।
  • ১৯৯৮ - উমেশ বৈশ্য, অসমীয়া শিল্পী,শিক্ষাবিদ, সাহিত্যিক।
  • ১৯৯৯ - নীৰদ চন্দ্ৰ চৌধুৰী, বঙালী লেখক।

দিৱস

  • চীনৰ সামৰিক বাহিনী দিৱস। (Armed Forces Day)
  • লেবাননৰ সামৰিক বাহিনী দিৱস। (Armed Forces Day)
  • বিশ্ব স্বাস্থ্য সংস্থা(WHO) আৰু ৰাষ্ট্ৰসংঘৰ শিশুৰ নিধিৰ (UNICEF)ৰ বিশ্ব মাতৃদুগ্ধ পান সপ্তাহৰ প্ৰথম দিন। (১ আগষ্টৰ পৰা ৭ আগষ্টলৈ)

বাহ্যিক সংযোগ

Tags:

১ আগষ্ট উল্লেখযোগ্য ঘটনাৱলী১ আগষ্ট জন্ম১ আগষ্ট মৃত্যু১ আগষ্ট দিৱস১ আগষ্ট বাহ্যিক সংযোগ১ আগষ্টঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

কছাৰী ৰাজ্যঅসমীয়া লোক কবিতাস্বদেশী আন্দোলনকালিকা পুৰাণতোলনি বিয়াঅসম সাহিত্য সভাপাতএহাত ডাবালিংগ বৈষম্য আৰু ভাৰতীয় নাৰীনাঙলবৰগীতকৰ্কট ৰোগঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাকামৰূপ ৰাজ্যভাৰতৰ সংবিধানইউনিক’ডলীলা গগৈলক্ষ্যধৰ চৌধুৰীহেম বৰুৱা (ত্যাগবীৰ)পলাশীৰ যুদ্ধকমলাকান্ত ভট্টাচাৰ্য্যব্ৰজাৱলী ভাষালোকভাষাবচন (ব্যাকৰণ)মোপিন উত্‍সৱবেলি ফুলনাগালেণ্ডৰামমোহন ৰায়ভাষাবিজ্ঞানদীৰ্ঘেশ্বৰী দেৱালয়গমধৰ কোঁৱৰসোণোৱাল কছাৰীনামচিংমহাভাৰতবুৰঞ্জীভৌতিক সংস্কৃতিচ্যু-লিক-ফাসালোক সংশ্লেষণখামটি ভাষাশ্ৰীমদ্ভগৱতগীতাতথ্য প্ৰযুক্তিচ্যু-কা-ফাশিশু সাহিত্যউইলিয়াম শ্বেইকছপীয়েৰবাল্য বিবাহউত্তৰ-পূব ভাৰতবৰষুণঅনুৰাধা শৰ্মা পূজাৰীজীৱনীসূৰ্যপৰিৱেশ অধ্যয়নসংবিধান দিৱস (ভাৰত)মোৰ জীৱন সোঁৱৰণভাৰত-ইউৰোপীয় ভাষা পৰিয়ালশব্দ প্ৰদূষণভাৰতৰ ৰাষ্ট্ৰপতিৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসমোৰো এটা সপোন আছেঅসমীয়া ভাষা আন্দোলনমুগা (ৰেচম)জাপিকলিকতানৱবিধা ভক্তিৰমন্যাসবাদম'হৰ শিঙৰ পেঁপাশামুকপিয়লি ফুকনযোৰহাটঅসমীয়া লোক-সংস্কৃতিশব্দমৃণাল কলিতাহিউৱেন-চাংজ'মাট'সপ্তকাণ্ড ৰামায়ণ🡆 More