বিশ্ব স্বাস্থ্য সংস্থা

বিশ্ব স্বাস্থ্য সংস্থা বা ডব্লিউ এইছ অ' হৈছে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা। বিশ্ব স্বাস্থ্য সংস্থা আন্তৰ্জাতিক জনস্বাস্থ্যৰ সমন্বয়কৰ ভূমিকা পালন কৰে। ১৯৪৮ চনৰ ৭ এপ্ৰিল তাৰিখে ইয়াৰ গঠন কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভা চহৰত অৱস্থিত। বিশ্ব স্বাস্থ্য সংস্থা ৰাষ্ট্ৰসংঘৰ উন্নয়ন গোটৰ সদস্য। জাতিসংঘৰ সময়ত গঠিত হোৱা স্বাস্থ্য সংস্থা ইয়াৰ পূৰ্বৱৰ্তী ৰূপ আছিল।

বিশ্ব স্বাস্থ্য সংস্থা
منظمة الصحة العالمية
世界卫生组织+
Organization mondiale de la santé
Всемирная организация здравоохранения
Organización Mundial de la Salud
বিশ্ব স্বাস্থ্য সংস্থা
বিশ্ব স্বাস্থ্য সংস্থাৰ পতাকা
ধৰণ ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা
সক্ৰিয়তা সক্ৰিয়
প্ৰধান  কাৰ্যালয় জেনেভা, ছুইজাৰলেণ্ড
ৱেবছাইট who.int

১৯৪৬ চনৰ ২২ জুলাই তাৰিখে বিশ্ব স্বাস্থ্য সভাত ৬১খন দেশে বিশ্ব স্বাস্থ্য সংস্থাৰ সংবিধানত স্বাক্ষৰ কৰে। স্থাপন হোৱাৰ পৰায়ে ই পৃথিৱীৰ পৰা বৰআইৰ নিৰ্মূলৰ বাবে কাম কৰিছিল। বৰ্তমান ইয়াৰ মুখ্য উদ্দেশ্য হল সংক্ৰামক ৰোগ যেনে, এইড্‌ছ, ইব'লা, মেলেৰিয়া, যক্ষ্মা ৰোগ ইত্যাদিৰ সংক্ৰমণ ৰোধ কৰা আৰু অসংক্ৰামক ৰোগৰ প্ৰভাৱ কম কৰিবলৈ চেষ্টা কৰা। যৌন স্বাস্থ্য, বিকাশ, বৃদ্ধাৱস্থা, পুষ্টি, খাদ্য সুৰক্ষা আৰু স্বাস্থ্যসন্মত সুষম আহাৰ ইত্যাদি বিষয়টো বিশ্ব স্বাস্থ্য সংস্থায়ে কাম কৰি আহিছে। স্বাস্থ্য বিষয়ক ৰূপৰেখা প্ৰস্তুত কৰা, আন্তৰ্জাতিক নীতি নিয়ম প্ৰৱৰ্তন কৰা আৰু স্বাস্থ্যজনিত বিষয় সমূহৰ বিষয়ে সজাগতা সৃষ্টি ইয়াৰ অন্যতম উদ্দেশ্য।

বিশ্ব স্বাস্থ্য সংস্থায়ে প্ৰতি বছৰে বিশ্ব স্বাস্থ্য দিৱসত বিশ্ব স্বাস্থ্য খতিয়ান প্ৰকাশ কৰে। গোটেই বিশ্বত চলোৱা সমীক্ষাৰ পৰা এই ৰিপৰ্ট প্ৰস্তুত কৰা হয়। বৰ্তমান ইথিয়পিয়া দেশৰ টেড্ৰছ আধানম বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান। তেওঁৰ পাঁচ বছৰীয়া কাৰ্যকাল ২০১৭ চনৰ ১ জুলাইৰ পৰা আৰম্ভ হৈছিল।

তথ্য উৎস

বাহ্যিক সংযোগ

06°08′03″E / 46.23222°N 6.13417°E / 46.23222; 6.13417

Tags:

ছুইজাৰলেণ্ডজাতিসংঘৰাষ্ট্ৰসংঘ

🔥 Trending searches on Wiki অসমীয়া:

ৰুক্মিণী হৰণ নাটমাটিৰ হিচাপপৰিৱেশ অধ্যয়নঅসমত দেখা চৰাইবোৰহুঁচৰিবৰ-মানিমুনিবাঁহী (আলোচনী)হীৰেন ভট্টাচাৰ্যঅসমৰ চলচ্চিত্ৰগোলাঘাটআহোম-মোগলৰ সংঘৰ্ষলুৰিন জ্যোতি গগৈঅখিল গগৈদীনেশ চন্দ্ৰ গোস্বামীউদকলাখাৰড়ভাৰতৰ নিৰ্বাচন আয়োগভ্ৰমণ সাহিত্যশ্ৰীমন্ত শংকৰদেৱ বঁটাআন্তৰ্জাতিক যোগ দিৱসতথ্য জনাৰ অধিকাৰ আইন, ২০০৫পিয়লি ফুকনমাজুলীঅংকীয়া নাটঅসমীয়া বান্দৰনাগালেণ্ডৰ সংস্কৃতিমনকৰ্কট ক্ৰান্তি২৯ নৱেম্বৰবসন্ত ৰোগভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনফাকুৱাঅসমৰ পৰম্পৰাগত খেল-ধেমালিপৰ্যাবৃত্ত তালিকাঅসমৰ মহকুমাসমূহৰ তালিকাঅসমৰ জিলাসমূহশদিয়াকম্পিউটাৰবিশেষ্য পদভাৰত ৰত্নবাঁহমহা মৃত্যুঞ্জয় মন্দিৰজোনাকী (আলোচনী)বৰপেটা (লোকসভা সমষ্টি)দুৰ্গা পূজাৰংবং তেৰাংআত্মজীৱনীপ্ৰেমচন্দমহেন্দ্ৰ বৰাশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহঅসহযোগ আন্দোলনবেটুপাতসত্ৰীয়া নৃত্যৱিকিপিডিয়ালভিতাডিমাছা জনগোষ্ঠীযৌন উদ্যোগ সম্পৰ্কে নাৰীবাদী দৃষ্টিভংগীলালবাহাদুৰ শাস্ত্ৰীসত্ৰবঙালী ভাষাঅম্বিকাগিৰি ৰায়চৌধুৰীঅৰূপা পটংগীয়া কলিতাভূপেন হাজৰিকাআম১৯ এপ্ৰিলঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাগাঁও পঞ্চায়তকথাকলিপঞ্চায়তী ৰাজনাটকৰামমোহন ৰায়কেলিগোলামে ডাম মে ফিপটল🡆 More