১ এপ্ৰিল: তাৰিখ

১ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯১তম (অধিবৰ্ষত ৯২তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৭৪ দিন বাকী থাকে।

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪  ২৫  ২৬ ২৭
২৮ ২৯ ৩০  

উল্লেখযোগ্য ঘটনা

  • ১৮২৬ - ইণ্টাৰনেল কম্বিউশ্বন ইঞ্জিনৰ বাবে ছেমুৱেল মৰেই পেটেণ্ট লাভ কৰে।
  • ১৮৭৮ - কলকাতাত যাদুঘৰ প্ৰতিষ্ঠিত হয়।
  • ১৮৮৭ - মুম্বাই অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰতিষ্ঠা।
  • ১৯১২ - ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হয়।
  • ১৯৩৫ - ভাৰতৰ কেন্দ্ৰীয় বেংক, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিষ্ঠা।
  • ১৯৩৬ - পূৰ্বতে কলিংগ বা উৎকল নামেৰে প্ৰসিদ্ধ উৰিষ্যাক ৰাজ্য ৰূপে ঘোষণা।
  • ১৯৭২ - গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নাগালেণ্ড ৰাজ্যৰ শাখা, কহিমা বিচাৰ পীঠৰ বাবে স্থায়ী বিচাৰক হিচাপে অৰূপ কুমাৰ গোস্বামীক নিযুক্ত।
  • ১৯৭৩ - জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত ব্ৰাঘ্য প্ৰকল্পৰ শুভাৰম্ভ।
  • ২০০১ - নেদাৰলেণ্ডত সম-লিংগ বিবাহৰ বৈধকৰণ। এই আইন প্ৰণয়ন কৰা এইখনেই প্ৰথম দেশ।
  • ২০০২ - নামৰূপ সাৰ কাৰখানাক হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰ্পৰেশ্বনৰ পৰা বিভক্ত কৰি ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্বন লিমিটেড হিচাপে নামকৰণ।
  • ২০০৪ - গুগলৰ দ্বাৰা পৰিচালিত বিনামূলীয়া, বিজ্ঞাপন সমৰ্থিত ই-মেইল সেৱা জিমেইল মুকলি।

জন্ম

  • ১৫৭৮ - ডা° উইলিয়াম হাৰ্ভে, ৰক্ত সঞ্চালন পদ্ধতিৰ অন্যতম উদ্ভাৱক। (মৃত্যু: ১৬৫৭)
  • ১৬২১ - গুৰু টেগ বাহাদুৰ, নৱম শিখ ধৰ্মগুৰু।
  • ১৮৮৯ - কেশৱ বলিৰাম হেডগেৱাৰ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিস্থাপক।
  • ১৯২২ - ৱিলিয়াম মেনচেষ্টৰ, আমেৰিকাৰ লেখক। (মৃত্যু: ২০০৪)
  • ১৯২৯ - মিলান কুন্দেৰা, ফৰাচী তথা চেক্ ঔপন্যাসিক।
  • ১৯২৬ - হেমেন্দ্ৰ প্ৰসাদ বৰুৱা, হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰী গ্ৰহণ কৰা উত্তৰ-পূবৰ প্ৰথমজন ব্যক্তি, অসম আৰু পূব ভাৰতৰ প্ৰথম শ্ৰেণীৰ উদ্যোগপতি।
  • ১৯২৭ - যোগেশ দাস, অসমীয়া চুটিগল্প আৰু উপন্যাস লেখক তথা সাংবাদিক।
  • ১৯৩৬ - তৰুণ গগৈ, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
  • ১৯৩৭ - মহম্মদ হামিদ আঞ্চাৰী, ভাৰতৰ ১৩ তম ৰাষ্ট্ৰপতি।
  • ১৯৩৮ - নুৰুল হক, অসমীয়া প্ৰযোজক, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু পৰিচালক।
  • ১৯৪৩ - নাৰায়ণ চন্দ্ৰ বৰকটকী, ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভাৰ সাংসদ।
  • ১৯৪৩ - দুলাল ৰয়, অসমীয়া নাট্যকাৰ, নাট আৰু চলচ্চিত্ৰ পৰিচালক তথা অভিনেতা।
  • ১৯৫১ - ড° উষাৰাণী বৰুৱা, অসমীয়া শিক্ষাবিদ, অধ্যাপিকা, সাহিত্যিক, লেখিকা।
  • ১৯৬৯ - ইলোৰা ৰায়চৌধুৰী, মৰণোত্তৰভাৱে নেত্ৰদান আৰু দেহদান কৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা।
  • ১৯৭৭ - পল কালানিথি, আমেৰিকান স্নায়ুশৈল্যচিকিৎসক আৰু লেখক।

মৃত্যু

দিৱস

বাহ্যিক সংযোগ


তথ্য সংগ্ৰহ

Tags:

১ এপ্ৰিল উল্লেখযোগ্য ঘটনা১ এপ্ৰিল জন্ম১ এপ্ৰিল মৃত্যু১ এপ্ৰিল দিৱস১ এপ্ৰিল বাহ্যিক সংযোগ১ এপ্ৰিল তথ্য সংগ্ৰহ১ এপ্ৰিলঅধিবৰ্ষগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিনবছৰ

🔥 Trending searches on Wiki অসমীয়া:

আকাশবাণী গুৱাহাটীথাই ভাষানৱ-বৈষ্ণৱ ধৰ্মভূমিস্খলনভীমৰাও ৰামজী আম্বেদকাৰঅসমৰ পৰম্পৰাগত খেল-ধেমালিউদ্ভিদঅমিয় কুমাৰ ভূঞানাৰীবাদবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনমৃত্যুঞ্জয়মৃণাল কলিতামৌৰ্য সাম্ৰাজ্যতথ্য জনাৰ অধিকাৰ আইন, ২০০৫হেমচন্দ্ৰ বৰুৱাইন্দিৰা মিৰিইছলামযৌন সংগমহিমবাহবিল গেট্‌ছকোণসাত বিহুঅসমৰ চলচ্চিত্ৰছুনামিজুবিন গাৰ্গঅসমৰ ৰাজ্যপালসকলৰ তালিকাঅসমৰ ৰাজ্যিক প্ৰতীকসমূহঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাকোচ ৰাজবংশীঅসম বিধানসভাযক্ষ্মাকাঞ্চন (উপন্যাস)ছ'ভিয়েট সংঘনিমাতী কইনাফুলগুৰি ধেৱাযতীন বৰানেলছন মেণ্ডেলাযোৰহাট জিলাৰ ইতিহাসকোকৰাঝাৰ (লোকসভা সমষ্টি)জল সংৰক্ষণবাথৌ পূজামৌ-মাখিসাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকাঅংগৰাগ মহন্তপৰিসংখ্যাভঠেলিদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাশালস্তম্ভ ৰাজবংশআহোম ৰাজ্যঅসম আৰক্ষীবিশ্বনাথ চাৰিআলিপ্লেটোমণিকৰ্ণেশ্বৰ দেৱালয়ম'হৰ শিঙৰ পেঁপাসংখ্যাভাষাবিজ্ঞানমাটিচৰ্যাপদকুলধৰ শইকীয়াভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাভাৰত-চীন যুদ্ধশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯ভাৰতঅৰ্থনীতিমাধৱদেৱসত্যনাথ বৰাযোগেশ দাসকমলাকান্ত ভট্টাচাৰ্য্যশৰৎ ঋতুমূৰাৰা, ৰঙিয়ামাঘ বিহু🡆 More