৬ এপ্ৰিল: তাৰিখ

৬ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৬তম (অধিবৰ্ষত ৯৭তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৬৯ দিন বাকী থাকে।

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪  ২৫  ২৬ ২৭
২৮ ২৯ ৩০  

উল্লেখযোগ্য ঘটনা

  • ১৫৮০ - ইংলেণ্ড, ফ্লেণ্ডাৰ্ছ আৰু উত্তৰ ফ্ৰান্সত এটা প্ৰবল ভূমিকম্প।
  • ১৮৬৯ - ছেলুলয়ডৰ পেটেণ্ট।
  • ১৯১৯ - ভাৰতত মহাত্মা গান্ধীৰ দ্বাৰা সাধাৰণ প্ৰতিবাদৰ আদেশ।
  • ১৯৬৫ - প্ৰথম ব্যৱসায়িক উপগ্ৰহ, আৰ্লি বাৰ্ডৰ উৎক্ষেপন।
  • ১৯৯৮ - পাকিস্তানৰ দ্বাৰা ভাৰতত প্ৰৱেশ সক্ষম মধ্য দূৰত্বৰ মিছাইলৰ পৰীক্ষণ।

জন্ম

  • ১৯২৮ - জেমছ ৱাটছন, ন'বেল বঁটা প্ৰাপ্ত আমেৰিকান জীৱবিজ্ঞানী।
  • ১৯৩১ - সুচিত্ৰা সেন, ভাৰত তথা পশ্চিমবঙ্গৰ অন্যতম বিখ্যাত অভিনেত্ৰী।
  • ১৯৪৯ - হৰ্ষ্ট লাডৱিগ ষ্টৰমাৰ, ন'বেল বঁটা প্ৰাপ্ত জাৰ্মান চিকিৎসক।
  • ১৯৫৬ - দিলীপ ভেংগাস্কাৰ, ভাৰতীয় ক্ৰিকেটাৰ আৰু প্ৰশিক্ষক।
  • ১৯৬৪ - ডেভিড উদাৰ্ড, আমেৰিকান লেখক।
  • ১৯৭১ - সঞ্জয় সুৰি, ভাৰতীয় অভিনেতা।
  • ১৯৯৫ - প্ৰণতি নায়ক, ভাৰতীয় জিমনাষ্ট।

মৃত্যু

দিৱস

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

৬ এপ্ৰিল উল্লেখযোগ্য ঘটনা৬ এপ্ৰিল জন্ম৬ এপ্ৰিল মৃত্যু৬ এপ্ৰিল দিৱস৬ এপ্ৰিল তথ্য সংগ্ৰহ৬ এপ্ৰিল বাহ্যিক সংযোগ৬ এপ্ৰিলঅধিবৰ্ষগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিনবছৰ

🔥 Trending searches on Wiki অসমীয়া:

পুৰাণগায়ত্ৰী মহন্তমহাদেশতাজমহলঅৰ্থনীতিজ্যোতিপ্ৰসাদ আগৰৱালাপালি ভাষাএডল্ফ হিটলাৰভূপেন হাজৰিকাহাবুংযোগাসনবৰপেটা সত্ৰৰুদ্ৰেশ্বৰ দেৱালয়শিৱসাগৰৰমন্যাসবাদহস্তীবিদ্যাৰ্ণৱসমাজবাদহনুমান জয়ন্তীঅষ্ট্ৰেলিয়াবাগ্‌ধ্বনিআত্মসহায়ক গোটৰামধেনুমণিপুৰমাইলছ ব্ৰনছনদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাবসন্ত ৰোগঅসমৰ বনৌষধিকেতেকীঅসমীয়া প্ৰতিদিনপৰ্যটনৰাসায়নিক মৌলমানৱ শৰীৰসংস্কৃত সাহিত্যউত্তৰ-পূব ভাৰতবকুল ফুলৰ দৰে (গ্ৰন্থ)মিডিয়াৱিকিৰাষ্ট্ৰসংঘকাৰাটেজৈৱ বৈচিত্ৰ্যনামঘৰযতীন্দ্ৰ নাথ দুৱৰাতেজপুৰমালিনী থানওজাপালিস্তন সংগমৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসশীতল যুদ্ধবাঁহীঅনাভেদী যৌনক্ৰিয়াঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাজেতুকাঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাসমীৰ তাঁতীস্বাস্থ্যভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকানাগৰিকত্ব (সংশোধনী) আইন, ২০১৯অসমৰ শাক-পাচলিৰ তালিকাবিশ্ব বাণিজ্য সংস্থামিচিং জনগোষ্ঠীঅসমৰ লোকগীতআহোম ধৰ্মআল্লাহচোৰধৰামৰুভূমিআৰ্যভট্টঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫ভৌতিক সংস্কৃতিবৰ্ণালী কলিতাসাহিত্য সমালোচনাবেদনিমাতী কইনা🡆 More