৯ এপ্ৰিল: তাৰিখ

০৯ এপ্ৰিল (ইংৰাজী: 09 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৯৯তম (অধিবৰ্ষত ১০০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৬৬টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬  ২৭ 
২৮ ২৯ ৩০  

ঘটনাৱলী

  • ১৬৬৯ - মোগল সম্ৰাট ঔৰংজেৱে সকলো হিন্দু বিদ্যালয় আৰু মন্দিৰ ধ্বংস কৰিবলৈ আদেশ দিছিল।
  • ১৯১৮ - লাটভিয়া দেশে স্বাধীনতা ঘোষণা কৰে।
  • ১৯৪৫ - মাৰ্কিন যুক্তৰাষ্ট্ৰত আণবিক শক্তি কমিছন গঠন কৰা হয়।
  • ১৯৬৫ - ভাৰত আৰু পাকিস্তানৰ মাজত সীমান্ত যুদ্ধ আৰম্ভ হৈছিল।
  • ২০২০ - ভয়াবহ কৰ'না বেমাৰে ১০০ দিন সম্পূৰ্ণ কৰিছিল।
  • ২০২১ - আই পি এল ২০২১ আৰম্ভ।
  • ২০২১ - ভিভো আই পি এল ২০২১ৰ প্ৰথম মেচত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে মুম্বাই ইণ্ডিয়ানছক ২ উইকেটত পৰাস্ত কৰে।

জন্ম

মৃত্যু

  • ১৬২৬ - ফ্ৰান্সিস বেকন, ইংৰাজ দাৰ্শনিক।
  • ২০১৪ - আলে নৰেন্দ্ৰ, ভাৰতীয় ৰাজনীতিক।

দিৱস

তথ্য সংগ্ৰহ


বাহ্যিক সংযোগ

Tags:

৯ এপ্ৰিল ঘটনাৱলী৯ এপ্ৰিল জন্ম৯ এপ্ৰিল মৃত্যু৯ এপ্ৰিল দিৱস৯ এপ্ৰিল তথ্য সংগ্ৰহ৯ এপ্ৰিল বাহ্যিক সংযোগ৯ এপ্ৰিলঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

অৰণ্যঅসমীয়া গীতি সাহিত্যঅসমীয়া প্ৰতিদিনবিশ্বনাথ ঘাটঅসমৰ চাহ জনগোষ্ঠীমহামায়া ধামঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদঅসমৰ মুখা শিল্পজোৰোণভঠেলিভাৰতীয় জাতীয় কংগ্ৰেছভাইটি (চলচ্চিত্ৰ)অশোকৰ অনুশাসনকুলিনেপালী জনগোষ্ঠীলোকবিশ্বাসৰাষ্ট্ৰসংঘঅসমৰ জাতীয় গীতবিশেষ্য পদৰাজিয়া চুলতানাপ্ৰবীণা শইকীয়াভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানবিশ্বকোষশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকালুৰিন জ্যোতি গগৈজৱাহৰলাল নেহৰুবসন্ত ঋতুনীলমণি ফুকন (জ্যেষ্ঠ)বিষুৱ ৰেখাৰুদ্ৰেশ্বৰ দেৱালয়খেৰাইদেউৰী জনগোষ্ঠীজৈন ধৰ্মঅসমীয়া ভাষাৰ ব্যাকৰণ (হেমচন্দ্ৰ বৰুৱা)বাঁহীসাগৰমিচিং জনগোষ্ঠীগোলাঘাট জিলাঅম্বিকাগিৰি ৰায়চৌধুৰীনিচুকনি গীতগোলাঘাটশিক্ষক দিৱসমাটিমৌলিক সংখ্যাবড়োলেণ্ডবিচূৰ্ণীভৱনভাৰত-ইউৰোপীয় ভাষা পৰিয়ালইংৰাজী ভাষাবতৰফাকুৱাঅসম বিধানসভাহীৰেন্দ্ৰ নাথ দত্তপাইথাগোৰাছৰ উপপাদ্যমহাদেশআহোম বিবাহ পৰম্পৰাভাৰতীয় দৰ্শনঅসমৰ বাঁহ-বেতৰ শিল্পকামৰূপ ৰাজ্যএচিদ বৰষুণইয়াণ্ডাবু সন্ধিছোৱাইন ফ্লুচামগুৰি সত্ৰনৱকান্ত বৰুৱাছক্ৰেটিছচুটিগল্পসংক্ৰমণৰূপালীমগুৱাহাটী (লোকসভা সমষ্টি)পঞ্চভুজযতি-চিনসাহিত্যৰ সমাজতত্ত্বভাষাচন্দ্ৰকুমাৰ আগৰৱালাবিহুৰ খাদ্য🡆 More