৯ এপ্ৰিল: তাৰিখ

০৯ এপ্ৰিল (ইংৰাজী: 09 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৯৯তম (অধিবৰ্ষত ১০০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৬৬টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬  ২৭ 
২৮ ২৯ ৩০  

ঘটনাৱলী

  • ১৬৬৯ - মোগল সম্ৰাট ঔৰংজেৱে সকলো হিন্দু বিদ্যালয় আৰু মন্দিৰ ধ্বংস কৰিবলৈ আদেশ দিছিল।
  • ১৯১৮ - লাটভিয়া দেশে স্বাধীনতা ঘোষণা কৰে।
  • ১৯৪৫ - মাৰ্কিন যুক্তৰাষ্ট্ৰত আণবিক শক্তি কমিছন গঠন কৰা হয়।
  • ১৯৬৫ - ভাৰত আৰু পাকিস্তানৰ মাজত সীমান্ত যুদ্ধ আৰম্ভ হৈছিল।
  • ২০২০ - ভয়াবহ কৰ'না বেমাৰে ১০০ দিন সম্পূৰ্ণ কৰিছিল।
  • ২০২১ - আই পি এল ২০২১ আৰম্ভ।
  • ২০২১ - ভিভো আই পি এল ২০২১ৰ প্ৰথম মেচত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে মুম্বাই ইণ্ডিয়ানছক ২ উইকেটত পৰাস্ত কৰে।

জন্ম

মৃত্যু

  • ১৬২৬ - ফ্ৰান্সিস বেকন, ইংৰাজ দাৰ্শনিক।
  • ২০১৪ - আলে নৰেন্দ্ৰ, ভাৰতীয় ৰাজনীতিক।

দিৱস

তথ্য সংগ্ৰহ


বাহ্যিক সংযোগ

Tags:

৯ এপ্ৰিল ঘটনাৱলী৯ এপ্ৰিল জন্ম৯ এপ্ৰিল মৃত্যু৯ এপ্ৰিল দিৱস৯ এপ্ৰিল তথ্য সংগ্ৰহ৯ এপ্ৰিল বাহ্যিক সংযোগ৯ এপ্ৰিলঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

আহোম ৰাজবংশবেদান্তঅসমৰ পুৰণি স্থাপত্যৰবীন্দ্ৰনাথ ঠাকুৰবীজগণিতঅসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকাব'হাগ বিহুলাভলীনা বৰগোহাঁইঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাযোগাসনপাইথাগোৰাছৰ উপপাদ্যমানস ৰাষ্ট্ৰীয় উদ্যানজিকিৰউপভাষালিংগভিত্তিক অধ্যয়নকেঁচুযোৰহাট জিলাগীতাৱলী ৰাজকুমাৰীপৰিয়ালনাৰীবাদঅসমীয়া বৰ্ণমালাশিক্ষা মনোবিজ্ঞানবিহুগীতসংস্কৃতিজতুৱা ঠাঁচমে ডাম মে ফিসাত বিহুদুৰ্গাবৰ কায়স্থমৌন ওঁঠ মুখৰ হৃদয়নাগালেণ্ডআবেগঅসমৰ মহকুমাসমূহৰ তালিকাটকা (বাদ্য)অৰবিন্দ ৰাজখোৱা (লেখক)হনুমানমৌখিক সাহিত্যজ্যামিতিচৈয়দ আব্দুল মালিকৰাইমনা ৰাষ্ট্ৰীয় উদ্যানউজনি অসমনাথ-যোগী সম্প্ৰদায়শ্ৰীনিবাস ৰামানুজনঅশোক বনভাৰতীয় সংবিধানমোধেশ্বৰী মাতাঋতুঅসম বিধানসভাডিম্বেশ্বৰ নেওগইয়াত এখন অৰণ্য আছিলকপিলীপৰীয়া সাধুদৰিদ্ৰতালখিমপুৰ জিলাচাণক্যকোণচীনৰ মহাপ্ৰাচীৰচুটিগল্পঅৰ্পণা কোঁৱৰশ্ৰীমদ্ভগৱতগীতাআৱাহন (আলোচনী)আনন্দৰাম ঢেকিয়াল ফুকনঁ (চন্দ্ৰবিন্দু)ভাৰতীয় জাতীয় কংগ্ৰেছধুবুৰী জিলাঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাগশক্তিৰ সংৰক্ষণশীলতাঅসমীয়া ভাষা আন্দোলনঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকালিংগ বৈষম্য আৰু ভাৰতীয় নাৰীপঁচতি উৎসৱদশাৱতাৰভাৰতৰ জাতীয় পতাকাবড়ো সাহিত্য সভাপথেৰ পাঁচালীঅসমত দেখা পোৱা মাছৰ তালিকাউৰ্দু ভাষা🡆 More