জিমেইল

জিমেইল (ইংৰাজী: Gmail) হৈছে গুগলৰ দ্বাৰা পৰিচালিত এটা বিনামূলীয়া, বিজ্ঞাপন সমৰ্থিত ই-মেইল সেৱা। ইয়াক ১ এপ্ৰিল,২০০৪ত মুকলি কৰা হৈছিল। কিন্তু ৭ ফেব্ৰুৱাৰী,২০০৭তহে ইয়াক ৰাজহুৱা ব্যৱহাৰৰ বাবে মুকলি কৰি দিয়া হৈছিল। ২০১৭ চনৰ জুলাইৰ পৰিসংখ্যা অনুসৰি বিশ্বজুৰি জিমেইলৰ ১২০ কোটি সক্ৰিয় ব্যৱহাৰকাৰী আছে। এণ্ড্ৰইড সঁজুলিৰ গুগল প্লে' ষ্ট'ৰত ১০০ কোটি ইন্‌ষ্টল হোৱা প্ৰথম এপ্‌ হিচাপেও ই পৰিগণিত হৈছে।

জিমেইল
জিমেইল ল'গ' soft2i
ইউ আৰ এল mail.google.com
বাণিজ্যক হয়
প্ৰকাৰ ই-মেইল সেৱা
পঞ্জীয়ন প্ৰয়োজনীয়
ভাষা ১০৫ টা es-us
পঞ্জীকৃত সদস্য ১.৪ বিলিয়ন (এপ্ৰিল ২০১৮)
স্বত্বাধিকাৰী গুগল
সৃষ্টিকৰ্তা পল বুচেইট
মুকলি ১ এপ্ৰিল, ২০০৪
বৰ্তমান স্থিতি সক্ৰিয়

জিমেইল ম'বাইল

জিমেইল ম'বাইল হৈছে জিমেইলৰ সেৱাৰ এটা অংশ। এইটো এটা বিনামূলীয়া সেৱা, যাৰ সহায়ত জিমেইলৰ সেৱা যিকোনো ম'বাইল ফোনৰ পৰা সুবিধা ল'ব পৰা যায়। ব্যৱহাৰকৰ্তা জনে ইয়াৰ সহায়তে মেইল লিখিব, পঢ়িব, উত্তৰ দিব, forward, mark unread, add a star, custom labels যোগ or trash কৰিব পাৰে। .

জিমেইল ম'বাইলৰ সুবিধা গ্ৰহণ কৰিবৰ বাবে ব্যৱহাৰকৰ্তা জনৰ জিমেইল একাউণ্ট তথা ম'বাইলত নিম্নোলিখিত সুবিধাসূহ থকা প্ৰয়োজনীয়:

জিমেইল ম'বাইল ১৬ ডিচেম্বৰ,২০০৫ তাৰিখে মুকলি কৰা হৈছিল। বৰ্তমান ই ৪০ টাৰো তাতোধিক ভাষাত সুবিধা প্ৰদান কৰে।

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাৱিকিপিডিয়াঅসমৰ লোকগীতঅসমৰ ৰাজ্যিক প্ৰতীকসমূহকাতি বিহুহেমচন্দ্ৰ গোস্বামী (মুখাশিল্পী)লাচিত বৰফুকনৰাষ্ট্ৰসংঘ দিৱসনিৰ্মলপ্ৰভা বৰদলৈপাচন তন্ত্ৰপাৰিপাৰ্শ্বিক সংঘাতমহনিমাতী কইনাহনুমানউদাৰনৈতিকতাবাদসংস্কৃতিপৰ্যাবৃত্ত তালিকাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাটুক্ৰেশ্বৰী দেৱালয়সংগীত নাটকব্ৰিটিছ ৰাজটকা (বাদ্য)ৰাষ্ট্ৰসংঘহিউৱেন-চাংবলোৰাম২৪ এপ্ৰিলচীনমানুহৰ কংকালবিল গেট্‌ছবিহু নৃত্যভাৰতীয় টকাঅসমত দেখা চৰাইবোৰকলিতা জনগোষ্ঠীগৰু বিহুঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাযোৰানামবৃত্তৰেখামৌখিক পৰম্পৰাবাল্মীকিপৰিয়ালজাতিসংঘসালোক সংশ্লেষণতিৱা জনগোষ্ঠীৰুক্মিণীঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাগৌতম বুদ্ধসমাজবাদহোমাৰজ্যামিতিজল প্ৰদূষণঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাএশিঙীয়া গঁড়ভক্তি ৰত্নাৱলীঅৰুণ শৰ্মামেখেলা চাদৰচ্যু-লিক-ফাআমেৰিকা যুক্তৰাষ্ট্ৰদূৰদৰ্শন (চেনেল)চক্ৰধ্বজ সিংহ (নাটক)হিন্দী ভাষাঅযোধ্যা (পৌৰাণিক নগৰ)ভগৱানপ্ৰাক-ইতিহাসঅসমীয়া যুক্তাক্ষৰমই আৰু নেফাঅসম বৈভৱ বঁটাঘৰচিৰিকাশিৱসাগৰ জিলানগাঁও জিলাঅসমৰ মাছনৱবিধা ভক্তিচি++হৰিবৰ বিপ্ৰবড়ো জনগোষ্ঠীস্বামী বিবেকানন্দ🡆 More