৬ অক্টোবৰ: তাৰিখ

৬ অক্টোবৰ (ইংৰাজী: 6 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭৯তম (অধিবৰ্ষত ২৮০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৮৬টা দিন বাকী থাকে।

১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

ঘটনাৱলী

  • ১৭৬২ – সাত বছৰীয়া যুদ্ধ: ব্ৰিটিছ সকলে স্পেইনৰ পৰা মানিলা দখল কৰে আৰু ইয়াক নিজৰ অধীন কৰে।
  • ১৯৪৩ – দ্বিতীয় বিশ্বযুদ্ধ: ক্ৰিটত এটা অৰ্ধসামৰিক গোটে তেৰজন নাগৰিকক জীৱিত অৱস্থাত জ্বলাই দিয়ে।
  • ১৯৪৮ - তুৰ্কমেনিস্তানৰ আশ্বগাবাট (Ashgabat) চহৰ ভূমিকম্পই (ৰিখটাৰ স্কেলত ৭.৩ জোখৰ) ধ্বংস কৰে। প্ৰতিবেদনসমূৰ মতে ১,১০,০০০ জনলৈকে লোক নিহত হৈছিল, যাৰ ফলত ই ১০টা আটাইতকৈ ভয়ংকৰ ভূমিকম্পৰ ভিতৰত এটা হৈ পৰিছিল।
  • ১৯৫৬ - বিজ্ঞানী এলবাৰ্ট চাবিনে ঘোষণা কৰে যে তেওঁৰ মৌখিক পলিঅ' ভেকছিন পৰীক্ষাৰ বাবে সাজু; ই সোনকালেই পৃথিৱীৰ বহুঠাইত জোনাছ চালকৰ ভেকছিনক স্থানান্তৰ কৰিব।
  • ১৯৮৩ - পাঞ্জাৱত ৰাষ্ট্ৰপতি শাসন প্ৰবৰ্তন কৰা হয়।
  • ১৯৮৭ – ফিজি গণৰাজ্যত পৰিণত হয়।
  • ১৯৯৫ – আন্য় এটা সূৰ্যক প্ৰদক্ষিণ কৰা প্ৰথম গ্ৰহ ৫১ পেগাচি বি আৱিষ্কাৰ হয়।

জন্ম

  • ১৭৭৩ – লুই ফিলিপ প্ৰথম, ফ্ৰান্সৰ ৰজা। (মৃঃ ১৮৫০)
  • ১৮৪৬ - জৰ্জ ৱেষ্টিংহাউছ কনিষ্ঠ, আমেৰিকান উদ্যোগী আৰু অভিযন্তা।
  • ১৮৮৭ - লী ক'ৰবাজিয়ে, খ্যাতনাম স্থপতিবিদ, শিল্পী আৰু লেখক।
  • ১৮৯৩ - মেঘনাদ সাহা, ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী, প্ৰতিষ্ঠান নিৰ্মাতা আৰু সাংসদ, তেখেতে 'আয়'নাইজেছন থিয়ৰী' বিকশিত কৰিছিল আৰু নক্ষত্ৰীয় বৰ্ণালীৰ ব্যাখ্যাত ইয়াৰ প্ৰয়োগ কৰিছিল।
  • ১৯১৪ - টুৰ হেয়াৰ্ডাল, ভ্ৰমণকাৰী, ফটোগ্ৰাফাৰ আৰু পুৰাতত্ত্ববিদ।
  • ১৯৪৬ - বিনোদ খান্না, বলীউড অভিনেতা আৰু প্ৰযোজক।
  • ১৯৫০ - শামা ভাটে, ভাৰতীয় কথক নৃত্যশিল্পী।
  • ১৯৬৩ - সঞ্জয় মিশ্ৰ, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা।
  • ১৯৬৬ - শিৰীন শাৰমিন চৌধুৰী, বাংলাদেশী ৰাজনীতিবিদ। বাংলাদেশৰ ইতিহাসত জাতীয় সংসদৰ প্ৰথম গৰাকী মহিলা অধ্যক্ষ।
  • ১৯৯১ - নিকিতা সিং, ভাৰতীয় লেখক।

মৃত্যু

  • ১৯৫১ - অটো ফ্ৰিটজ মেয়াৰহ'ফ, ন'বেল বঁটা বিজয়ী জাৰ্মান-আমেৰিকান চিকিৎসক আৰু জৈৱ ৰসায়নবিদ। (জঃ ১৮৮৪)
  • ১৯৮১ - আনৱাৰ সাদাত, ইজিপ্তৰ তৃতীয় ৰাষ্ট্ৰপতি (১৯৭০-৮১), শান্তিৰ ন'বেল বঁটা জয়ী (১৯৭৮), ৬২ বছৰ বয়সত মৌলবাদী সেনা বিষয়াসকলে হত্যা কৰে।
  • ২০০৭ - লক্ষ্মী মল সিংভি, আইনবিদ, সাংসদ, পণ্ডিত আৰু কূটনীতিবিদ।
  • ২০০৭ - বাবাচাহেব ভোচালে, ভাৰতীয় অধিবক্তা আৰু ৰাজনীতিবিদ, মহাৰাষ্ট্ৰৰ অষ্টম মুখ্যমন্ত্ৰী (জঃ ১৯২১)
  • ২০১২ - বি সত্য নাৰায়ণ ৰেড্ডী, উত্তৰ প্ৰদেশ, উৰিষ্যা আৰু পশ্চিম বংগৰ ৰাজ্যপাল আছিল।
  • ২০১৪ - মৰিয়ন ছেল্ডেছ, আমেৰিকান অভিনেত্ৰী।
  • ২০২১ - অৰবিন্দ ত্ৰিবেদী, ভাৰতীয় অভিনেতা।

ছুটী আৰু দিৱস

বাহ্যিক সংযোগ


তথ্য সূত্ৰ

Tags:

৬ অক্টোবৰ ঘটনাৱলী৬ অক্টোবৰ জন্ম৬ অক্টোবৰ মৃত্যু৬ অক্টোবৰ ছুটী আৰু দিৱস৬ অক্টোবৰ বাহ্যিক সংযোগ৬ অক্টোবৰ তথ্য সূত্ৰ৬ অক্টোবৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

কোচ ৰাজবংশীঅসম সাহিত্য সভামহাদেশচিত্ৰা মণ্ডলভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাঅসমৰ বনৌষধিবাইখো পূজালখিমপুৰ (লোকসভা সমষ্টি)মহাকাব্যদীৰ্ঘেশ্বৰী দেৱালয়সূৰ্যসুশোভন সোনু ৰায়চাইকেলভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰূপালীমপাৰিপাৰ্শ্বিক সংঘাতবিশ্ব পৰিৱেশ দিৱসবৰগীতমহেশ্বৰ নেওগপঞ্চায়তী ৰাজযোৰানামযতীন বৰাতথ্য জনাৰ অধিকাৰ আইন, ২০০৫ভাৰতীয় নাগৰিকত্ব আইনহিন্দু ধৰ্মআকবৰনিৰ্মলপ্ৰভা বৰদলৈতিনিচুকীয়া জিলাবানপানীভাৰতীয় ভাষাঁ (চন্দ্ৰবিন্দু)গণতন্ত্ৰg987zমৌৰ্য সাম্ৰাজ্যজাভাশ্বিলংঅসমৰ জিলাসমূহপাচন তন্ত্ৰজল প্ৰদূষণপৰ্যাবৃত্ত তালিকালোকসভাসংখ্যাঅসমীয়া ব্যাকৰণমানৱ শৰীৰছ'ভিয়েট সংঘঅসমৰ পুৰণি স্থাপত্যঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫কুলিযৌগিক সংখ্যালোক-সংগীতচৰ্যাপদঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিঅপাৰেটিং চিষ্টেমপাঁচালীপৃথুআপংউত্তৰ গুৱাহাটীঅন্তৰীপ (উপন্যাস)বুৰঞ্জী সাহিত্যবৰপেটা সত্ৰত্ৰিপিটকভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগশূন্যঅসমীয়া প্ৰতিদিনঅৰ্জুন ভঞ্জননাগৰিকত্ব (সংশোধনী) আইন, ২০১৯একলব্যনৰকাসুৰভেদাই লতাভাৰতীয় দৰ্শনঅসম গণ পৰিষদবহনক্ষম উন্নয়নৰ লক্ষ্যগদ্য🡆 More