লী ক'ৰবাজিয়ে

চাৰ্লছ-এডৱাৰ্ড জিয়েনেৰেট-গ্ৰীজ (ইংৰাজী: Charles-Édouard Jeanneret-Gris), যাক প্ৰধানকৈ লী ক'ৰবাজিয়ে (Le Corbusier; ফৰাচী: ; ৬ অক্টোবৰ, ১৮৮৭ – ২৭ আগষ্ট, ১৯৬৫) নামেৰে জনা যায়, এগৰাকী খ্যাতনাম স্থপতিবিদ, শিল্পী আৰু লেখক। তেওঁক আধুনিক স্থপতিবিদ্যাৰ জনকসকলৰ মাজত অন্যতম বুলি গণ্য কৰা হয়। ইউৰোপ, ভাৰত, আমেৰিকাৰ বিভিন্ন অঞ্চলত সিঁচৰিত হৈ থকা বিভিন্ন অট্টালিকাসমূহ তেওঁৰ পাঁচটা দশক জোৰা স্থপতিবিদ্যাৰ নিদৰ্শন।

লী ক'ৰবাজিয়ে
লী ক'ৰবাজিয়ে
লী ক'ৰবাজিয়ে
নাম Charles-Édouard Jeanneret
জন্ম ৬ অক্টোবৰ, ১৮৮৭
La Chaux-de-Fonds, Switzerland
মৃত্যু ২৭ আগষ্ট, ১৯৬৫ (৭৭ বছৰ)
Roquebrune-Cap-Martin, France
দেশ Swiss / French (from 1930)
বঁটা AIA Gold Medal (1961)

জীৱন

লী ক'ৰবাজিয়েৰ জন্ম হৈছিল ৬ অক্টোবৰ, ১৮৮৭ চনত ছুইজাৰলেণ্ডৰ এখন সৰু চহৰত। শৈশৱৰে পৰা তেওঁ স্থপতিবিদ্যাত আগ্ৰহী হৈ উঠিছিল। তেওঁ বুডাপেষ্ট আৰু পেৰিছত উচ্চশিক্ষা লাভ কৰে। ১৯০৮ চনত তেওঁ ভিয়েনাত স্থপতিবিদ্যা অধ্যয়ন কৰে। ১৯১০-১৯১১ তলী ক'ৰবাজিয়েই বাৰ্লিনত প্ৰখ্যাত স্থপতিবিদ পিটাৰ বেহৰেনছ (Peter Behrens)ৰ অধীনত কাম কৰিবলৈ লয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ চাৰিবছৰ জুৰি ছুইজাৰলেণ্ডত আধুনিক স্থপতিবিদ্যাৰ অধ্যয়ন কৰে। পৰৱৰ্ত্তীকালত তেওঁ স্বাধীনভাৱে কাম কৰিবলৈ লয়।

১৯১৮ চনত তেওঁ চিত্ৰশিল্পী 'Amédée Ozenfant' সৈতে মিলি কাম আৰম্ভ কৰে 'Purism' নামৰ এটা নতুন চিত্ৰশিল্পৰ আন্দোলনৰ জন্ম দিয়ে। ১৯২০ চনত তেওঁ পেৰিছৰ শিল্পীসকলৰ মাজত প্ৰচলিত জনপ্ৰিয় ট্ৰেণ্ড অনুসৰি নিজৰ নামটো লী ক'ৰবাজিয়ে লৈ সলনি কৰে।

ব্যক্তিগত জীৱন

লী ক'ৰবাজিয়েই 'Yvonne Gallis' নামৰ এগৰাকী ফেশ্বন মডেলৰ স'তে বিবাহ পাশত আবদ্ধ হয়। কিন্তু ১৯৫৭ চনত তেওঁৰ মৃত্যু হয়। বিবাহ-বৰ্ইভূতভাৱে লী ক'ৰবাজিয়েৰ 'Marguerite Tjader Harris' নামৰ এগৰাকী মহিলাৰ সৈতে বহুদিনিয়া সম্পৰ্ক থকাৰ কথা জনা যায়।

১৯৩০ চনত লী ক'ৰবাজিয়েই ফ্ৰান্সৰ নাগৰিকত্ব গ্ৰহণ কৰে।

১৯৬৫ চনৰ ২৭ আগষ্ট তাৰিখে ক'ৰাবজিয়ে ডাক্তৰৰ পৰামৰ্শ আওকাণ কৰি সাগৰলৈ সাঁতুৰিবলৈ যায়। সিদিনাই সাগৰৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ হয়। হৃদযন্ত্ৰ বিকল হৈ তেওঁৰ মৃত্যু হ'ল বুলি ধাৰণা কৰা হয়।

অৱদান

লী ক'ৰবাজিয়ে 
চণ্ডীগড়ৰ বিধানসভা
লী ক'ৰবাজিয়ে 
চণ্ডীগড়ৰ সচিবালয়
  • ১৯২৩: Villa La Roche, পেৰিছ
  • ১৯২৫: Villa Jeanneret, পেৰিছ
  • ১৯২৮: Villa Savoye, Poissy-sur-Seine, ফ্ৰান্স
  • ১৯২৯: Cité du Refuge, Armée du Salut,পেৰিছ
  • ১৯৩১: Palace of the Soviets, মস্কো
  • ১৯৩১: Immeuble Clarté, ছুইজাৰলেণ্ড
  • ১৯৩৩: Tsentrosoyuz, মস্কো
  • ১৯৪৭: Unité d'Habitation,,ফ্ৰান্স
  • ১৯৪৯-১৯৫২: United Nations headquarters, নিউয়ৰ্ক
  • ১৯৫০-১৯৫৪: Chapelle Notre Dame du Haut, ফ্ৰান্স
  • ১৯৫১: Maisons Jaoul, Neuilly-sur-Seine, ফ্ৰান্স
  • ১৯৫১: আহমেদাবাদৰ বিভিন্ন অট্টালিকা
    • ১৯৫১: Sanskar Kendra Museum,আহমেদাবাদ
    • ১৯৫১: ATMA House
    • ১৯৫১: Villa Sarabhai, আহমেদাবাদ
    • ১৯৫১: Villa Shodhan, আহমেদাবাদ
  • ১৯৫২: Unité d'Habitation of Nantes-Rezé, ফ্ৰান্স
  • ১৯৫২-৫৯: চণ্ডীগড়ৰ বিভিন্ন অট্টালিকা
    • ১৯৫২: Punjab and Haryana High Court
    • ১৯৫২: Government Museum and Art Gallery
    • ১৯৫৩:Secretariat Building (Chandigarh)
    • ১৯৫৩:Governor's Palace (Chandigarh)
    • ১৯৫৫: Palace of Assembly (Chandigarh)
    • ১৯৫৯: Government College of Art (GCA) and the Chandigarh College of Architecture
  • ১৯৫৭: Maison du Brésil,পেৰিছ
  • ১৯৫৭-১৯৬০: Sainte Marie de La Tourette, ফ্ৰান্স
  • ১৯৫৭: Unité d'Habitation of Berlin-Charlottenburg,বাৰ্লিন
  • ১৯৬৪-১৯৬৭: Patrimoine Le Corbusier de Firminy-Vert
    • ১৯৬৪: Unité d'Habitation of Firminy, ফ্ৰান্স
    • ১৯৬৫: Maison de la culture de Firminy-Vert
  • ১৯৬৭: Heidi Weber Museum ছুইজাৰলেণ্ড

তথ্যসূত্ৰ

  • Behrens, Roy R. (2005). Cook Book: Gertrude Stein, William Cook and Le Corbusier. Dysart, Iowa: Bobolink Books. ISBN 0-9713244-1-7.
  • Brooks, H. Allen (1999) Le Corbusier's Formative Years: Charles-Edouard Jeanneret at La Chaux-de-Fonds, Paperback Edition, University of Chicago Press, ISBN 0-226-07582-6
  • Eliel, Carol S. (2002). L'Esprit Nouveau: Purism in Paris, 1918 - 1925. New York: Harry N. Abrams, Inc. ISBN 0-8109-6727-8
  • Curtis, William J.R. (1994) Le Corbusier: Ideas and Forms, Phaidon, ISBN 978-0-7148-2790-2
  • Frampton, Kenneth. (2001). Le Corbusier, London, Thames and Hudson.
  • Jencks, Charles (2000) Le Corbusier and the Continual Revolution in Architecture, The Monacelli Press, ISBN 978-1-58093-077-2
  • Jornod, Naïma and Jornod, Jean-Pierre (2005) Le Corbusier (Charles Edouard Jeanneret), catalogue raisonné de l’oeuvre peint, Skira, ISBN 88-7624-203-1
  • Von Moos, Stanislaus (2009) Le Corbusier: Elements of A Synthesis, Rotterdam, 010 Publishers.
  • Weber, Nicholas Fox (2008) Le Corbusier: A Life, Alfred A. Knopf, ISBN 0-375-41043-0

বাহ্যিক সংযোগ

Tags:

লী ক'ৰবাজিয়ে জীৱনলী ক'ৰবাজিয়ে ব্যক্তিগত জীৱনলী ক'ৰবাজিয়ে অৱদানলী ক'ৰবাজিয়ে তথ্যসূত্ৰলী ক'ৰবাজিয়ে বাহ্যিক সংযোগলী ক'ৰবাজিয়েen:WP:IPA for Frenchআমেৰিকাইংৰাজী ভাষাইউৰোপভাৰত

🔥 Trending searches on Wiki অসমীয়া:

খিলঞ্জীয়া লোকহীৰেন গোহাঁইশ্ৰী শ্ৰী বটদ্ৰৱা থানস্বৰাজপঞ্জাবী ভাষানগাঁওগীতাৱলী ৰাজকুমাৰীজয়মতী কুঁৱৰী (নাটক)ৱিকিঅসমৰ চিত্ৰকলাৰ ইতিহাসইংৰাজী ভাষাঅতুল চন্দ্ৰ হাজৰিকাপালি ভাষাআত্মজীৱনীভটিমাশ্ৰীমদ্ভগৱতগীতাঅসমীয়া জাতিমাজুলীঅগ্নিগড়উত্তৰ-পূব ভাৰতমামণি ৰয়ছম গোস্বামীজয়মতী (১৯৩৫ চলচ্চিত্ৰ)শকুন্তলাপৰিৱেশ অধ্যয়নমাৰ্কাছ টুলিয়াছ চিচেৰোকপিলীপৰীয়া সাধুলখিমপুৰ জিলাকনকলতা বৰুৱাবাল্য বিবাহৰাণী গাইডিনলিউআনন্দৰাম বৰুৱামহা মৃত্যুঞ্জয় মন্দিৰৰাজিয়া চুলতানাহীৰেন ভট্টাচাৰ্যইমেইলসন্ধ্যাৰাগ (চলচ্চিত্ৰ)কলাজভাৰতৰ উচ্চতম ন্যায়ালয়অসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাভাষাবিজ্ঞানগ্ৰহাণুতাপগতি বিজ্ঞানসেউজ গৃহ প্ৰভাৱগীতি-ৰামায়ণফিফা বিশ্বকাপঅসমৰ সাধুকথাবগীবিল দলংদুৰ্গাবৰ কায়স্থভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহআধুনিকতাবাদভাৰতীয় জনতা পাৰ্টিপঞ্জাৱ নেচনেল বেংকঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাহিচাপবিদ্যাআইনামহেমচন্দ্ৰ গোস্বামীমহাভাৰতনৱ-বৈষ্ণৱ ধৰ্মঅসমীয়া বিখ্যাত সাহিত্যিকসকলৰ তালিকাফ্ৰান্সউপনিষদবিশেষ শিক্ষাজ্ঞানপীঠ বঁটাঅসমীয়া ভাষাপিঠাবনলতা সেন (কবিতা)হেঙুল আৰু হাইতাল২৭ মাৰ্চৰাম গগৈভাৰতীয় ভাষাজৱাহৰলাল নেহৰুভাৰতৰ স্বাধীনতা আন্দোলনমোৱামৰীয়া বিদ্ৰোহবিহু নৃত্যঅংকীয়া নাট🡆 More