ভিয়েনা

ভিয়েনা (/viˈɛnə/; জাৰ্মান: Wien, উচ্চাৰণ  ( শুনক)) অষ্ট্ৰিয়াৰ নখন প্ৰদেশৰ এখন। ই অষ্ট্ৰিয়াৰ ভিতৰতে সৰ্ববৃহৎ মহানগৰী আৰু ইয়াৰ ৰাজধানী। এই মহানগৰৰ জনসংখ্যা প্ৰায় ১.৮ মিলিয়ন যি অষ্ট্ৰিয়াৰ মুঠ জনসংখ্যাৰ এক তৃতীয়াংশ। জনসংখ্যাৰ ফালৰ পৰা ভিয়েনা ইউৰোপিয়ান ইউনিয়নৰ ভিতৰত সপ্তম বৃহৎ মহানগৰ। বিংশ শতাব্দীৰ আৰম্ভণিলৈকে এই মহানগৰীৰ বিশ্বৰ সৰ্ববৃহৎ জাৰ্মান ভাষী বসবাস কৰা মহানগৰৰূপে পৰিগণিত হৈছিল। বৰ্তমান বাৰ্লিনৰ পিছতে জাৰ্মানভাষী লোকৰ জনসংখ্যাৰ ক্ষেত্ৰত এই মহানগৰীৰ স্থান দ্বিতীয়। ৰাষ্ট্ৰসংঘ, অপেক (OPEC)-কে ধৰি ভিয়েনাত ভালেসংখ্যক আন্তৰাষ্ট্ৰীয় সংগঠন আছে।

ভিয়েনা
Wien (স্থানীয় নাম)
Montage of Vienna.jpgFrom top left, clockwise: Kunsthistorisches Museum, City Hall, St. Stephen's Cathedral, Vienna State Opera, and Austrian Parliament Building
ভিয়েনা
পতাকা
ভিয়েনা
Coat of arms
ভিয়েনা is located in অষ্ট্ৰিয়া
ভিয়েনা
ভিয়েনা
Location of Vienna in Austria
ভৌগোলিক স্থানাংক: 48°12′N 16°22′E / 48.2°N 16.367°E / 48.2; 16.367
ৰাষ্ট্ৰ ভিয়েনা অষ্ট্ৰিয়া
ৰাজ্য ভিয়েনা
চৰকাৰ
 - Mayor and Governor Michael Häupl (SPÖ)
 - Vice-Mayor and Vice-Governor Maria Vassilakou (Grüne),
Renate Brauner (SPÖ)
মাটিকালি
 - নগৰ ৪১৪.৬৫ কি.মি. 
(১৬০.১ বৰ্গ মিটাৰ)
 - মাটি ৩৯৫.২৬ কি.মি. 
(১৫২.৬ বৰ্গ মাইল)
 - পানী ১৯.৩৯ কি.মি. 
(৭.৫ বৰ্গ মাইল)
উচ্চতা ১৫১ (Lobau) – ৫৪২ (Hermannskogel) মিটাৰ (এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ ফুট)
জনসংখ্যা (১ জুলাই ২০১৫)
 - চহৰ ১.৮১২.৬০৪ জন বৃদ্ধি জন
 - জনঘনত্ব ৪,৩২৬.১ প্ৰতি বৰ্গ কি.মি. 
(১১,২০৪.৫ প্ৰতি বৰ্গ মাইল)
 - মহানগৰ ca. ২৪,১৯,০০০ জন জন
 - Ethnicity ৬১.২% Austrian
৩৮.৮% Other জন
  Statistik Austria, VCÖ – Mobilität mit Zukunft
বিশেষণ Viennese, Wiener
সময় অঞ্চল CET (গ্ৰী.মা.স.+1)
 - গ্ৰীষ্ম (দি স স) CEST (গ্ৰী.মা.স.+2)
Vehicle registration W
ৱেবছাইট www.wien.gv.at
ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থান
Historic Centre of Vienna
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম
দেশ Austria
ধৰণ Cultural
মাপকাঠি ii, iv, vi
উদ্ধৃতি 1033
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল Europe and North America
অভিলিখনৰ ইতিহাস
অভিলিখন 2001 (অজ্ঞাত অধিবেশন)

ভৌগোলিক অৱস্থান

ভিয়েনা অষ্ট্ৰিয়াৰ পূবে অৱস্থিত। এই চহৰৰ সীমাত চেক ৰিপাব্লিক, শ্ল’ভাকিয়া আৰু হাংগেৰী অৱস্থিত। সীমামূৰীয়া ব্ৰেটিছলাভা (Bratislava)-ৰ সৈতে ভিয়েনাই তিনি মিলিয়ন লোকৰ এক মেট্ৰ’পলিটান মহানগৰৰ সৃষ্টি কৰিছে। ২০০১ চনত ইয়াৰ চিটি চেণ্টাৰক ইউনেষ্ক’ই ৱৰ্ল্ড হেৰিটেজ ছাইট ৰূপে স্বীকৃতি দিছে।

মুখ্য আকৰ্ষণ

ভিয়েনা চহৰৰ প্ৰসিদ্ধ সংগীতৰ ধাৰাৰ বাবে এই চহৰক সংগীতৰ চহৰ (City of Music) বুলি জনা যায়। এই চহৰ বিংশ শতিকাৰ প্ৰাৰম্ভতে ইউৰোপিয়ান সংগীতৰ এক কেন্দ্ৰবিন্দু হৈ উঠে। তদুপৰি এই চহৰ বিশ্বৰ প্ৰথম মনোবিজ্ঞানী (psycho-analyst) চিগমুণ্ড ফ্ৰয়েদ (Sigmund Freud) ৰো গৃহ চহৰ। এই চহৰখন প্ৰাচীন অট্টালিকা, বাগিচা আৰু নানা ঐতিহাসিক কৃতীচিহ্নৰেও পৰিপূৰ্ণ।

মাৰচাৰ (Mercer) নামৰ মানৱ-সম্পদ বিকাশৰ এক সংগঠনৰ বাৰ্ষিকভাৱে চলাই অহা ’জীৱন ধাৰণৰ মানদণ্ড ( "Quality of Living") শীৰ্ষক ছাৰ্ভেত ২০০৯ ৰ পৰা ২০১৫ চনলৈ একেৰাহে ভিয়েনাই বিশ্বৰ সকলো মহানগৰক পিছ পেলাই সৰ্বোচ্চ স্থান দখল কৰি আহিছে। অন্য এক একে বিষয়ৰ ছাৰ্ভে (Monocle) ত ২০১৫ ত বিশ্বৰ মুখ ২৫খন মহানগৰৰ ভিতৰত ভিয়েনাই দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয়।

তথ্যসূত্ৰ

  • Pippal, M.: A short History of Art in Vienna, Munich: C.H. Beck 2000, ISBN 978-3-406-46789-9, provides a concise overview.
  • Dassanowsky, Robert ed, : "World Film Locations: Vienna", London: Intellect/Chicago: U of Chicago Press, 2012, ISBN 978-1-84150-569-5. International films about Vienna or Austria shot on location throughout cinema history.

Tags:

ভিয়েনা ভৌগোলিক অৱস্থানভিয়েনা মুখ্য আকৰ্ষণভিয়েনা তথ্যসূত্ৰভিয়েনা বাহ্যিক সংযোগভিয়েনাWien1.oggen:Help:IPA for Englishen:WP:IPA/Standard Germanঅষ্ট্ৰিয়াচিত্ৰ:Wien1.oggজাৰ্মান ভাষাৰাষ্ট্ৰসংঘৱিকিপিডিয়া:IPA for English

🔥 Trending searches on Wiki অসমীয়া:

অৰূপা পটংগীয়া কলিতাগণৰাজ্য দিৱস (ভাৰত)ভাৰতীয় ৰেলচিপাহী বিদ্ৰোহ ১৮৫৭ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যহিতেশ্বৰ বৰবৰুৱাআলুঅংকীয়া নাটবিহু নৃত্যমাইলছ ব্ৰনছনম'হৰ শিঙৰ পেঁপাৰঘুনাথ চৌধাৰীগোৱালপাৰামাটিঊৰুমৈথুনমহাদেশধানপৰিৱেশ অধ্যয়নলভিতাঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতসৰ্বশিক্ষা অভিযানশ্ৰীমন্ত শংকৰদেৱসোণোৱাল কছাৰীশ্ৰীমদ্ভগৱতগীতাশৰাইঘাটৰ যুদ্ধপানীস্বাভাৱিক সংখ্যাবিষুৱ ৰেখাঅভিধানজৱাহৰলাল নেহৰুব্যক্তিত্বঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাআকবৰফুলবচন (ব্যাকৰণ)কল্প (সময়)বসন্ত ঋতুকপৌ ফুলবাজেটবন্দে মাতৰম্‌বেণুধৰ শৰ্মামোৱামৰীয়া বিদ্ৰোহচীনা-তিব্বতীয় ভাষানাগৰিকত্বনগাঁওহৰিদেৱগৌতম বুদ্ধচুতীয়া ৰাজ্যপদ্মনাথ গোহাঞি বৰুৱাধৰ্মপঞ্চভুজসেউজ গৃহ প্ৰভাৱঅসম বিধানসভাৱেবছাইটগঙ্গা নদীডিমাছা জনগোষ্ঠীবৰ্মণ ৰাজবংশবৈচাগুব’হাগহিমন্ত বিশ্ব শৰ্মাহুঁচৰিভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যউদ্ভিদডিব্ৰুগড়শিখ ধৰ্মহিউৱেন-চাংতামোলদুৰ্যোগদিল্লীঅসমৰ চাহ জনগোষ্ঠীমাতৃভাষাভাৰতীয় ভাষাভোজন মন্ত্ৰ🡆 More