২৮ জুলাই: তাৰিখ

২৮ জুলাই (ইংৰাজী: 28 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০৯তম (অধিবৰ্ষত ২১০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৫৬টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

উল্লেখযোগ্য ঘটনাৱলী

  • ১৮২১ - পেৰুৱে স্বাধীনতা লাভ কৰে।
  • ১৯১৪ - ছাৰ্বিয়াৰ বিৰুদ্ধে অষ্টিয়াৰ যুদ্ধ ঘোষণা কৰে। এই যুদ্ধত জাৰ্মানীয়ে সমৰ্থন কৰে অষ্টিয়াক আৰু ছাৰ্বিয়াক সমৰ্থন কৰে। ব্ৰিটেইন,ফ্ৰান্স আৰু ৰাছিয়াই ছাৰ্বিয়াৰ পক্ষ অৱলম্বন কৰে। সূচনা হয় প্ৰথম মহাসমৰৰ।
  • ১৯৭৯ - চৌধুৰী চৰণ সিং ভাৰতবৰ্ষৰ পঞ্চম গৰাকী প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে।
  • ২০০১ - ৰামায়ণী সাহিত্যৰ গৱেষক, যশস্বী অসমীয়া ঔপন্যাসিক ড° মামণি ৰয়ছম গোস্বামী ওৰফে ড॰ ইন্দিৰা গোস্বামীলৈ ভাৰতীয় জ্ঞানপীঠ বঁটা আগবঢ়োৱা হয়।
  • ২০০৭ - মহানন্দ শৰ্মা আৰু জ্ঞানদা বৰালৈ নটসূৰ্য ফণী শৰ্মা বঁটা আগবঢ়োৱা কথা ঘোষণা কৰা হয়।
  • ২০১১ - লোকপালৰ খচৰাত ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাই অনুমোদন জনায়।
  • ২০১১ - ভাৰত আৰু মংগোলিয়াৰ মাজত প্ৰতিৰক্ষা চুক্তিখন স্বাক্ষৰিত হয়।
  • ২০১২ - উজনি অসমত জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ ৬৪ জনলোক মৃত্যু মুখত পৰে।
  • ২০১২ - ফৰাচী বেংকত ভাৰতীয়ৰ ৫৬৫কোটি টকাৰ জমা তথ্য ফাদিল হয়।

জন্ম

  • ১৬৩৫ - ৰবাৰ্ট হুক, পদাৰ্থ আৰু ৰসায়ন বিজ্ঞানী, কোষৰ আৱিষ্কাৰক হিচাপে আৰু হুকৰ সূত্ৰৰ বাবে বিখ্যাত।
  • ১৯৩২ - হীৰেন ভট্টাচাৰ্য, সুগন্ধি পখিলাৰ কবি ৰূপে খ্যাত। তেখেতৰ জন্মদিনটো অসমত কাব্যস্নেহ দিৱস হিচাপে পালন কৰা হয়।
  • ১৯৮৩ - ধনুশ বা ভেংকটেশ প্ৰভু কস্তুৰি ৰাজা, টলীউড আৰু বলীউডৰ অভিনেতা।
  • ১৯৮৭ - পেড্ৰ' ৰ'ড্ৰিগেজ, স্পেইনৰ ফুটবল খেলুৱৈ, ২০১০ চনৰ ফিফা বিশ্বকাপ বিজয়ী দলৰ সদস্য।
  • ১৯৯৩ - হাৰি কেন, ইংলেণ্ডৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ অধিনায়ক।

মৃত্যু

  • ১৭৫০ - যোহান ছোষ্টিন বাখ, ইউৰোপৰ বিশিষ্ট সংগীত শিল্পী।
  • ১৯৩৯ - দেশভক্ত তৰুণ ৰাম ফুকন, ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা।
  • ২০১৬ - মহাশ্বেতা দেৱী, পশ্চিমবংগৰ লেখিকা আৰু মানৱ অধিকাৰ কৰ্মী।

দিৱস

বাহ্যিক সংযোগ


Tags:

২৮ জুলাই উল্লেখযোগ্য ঘটনাৱলী২৮ জুলাই জন্ম২৮ জুলাই মৃত্যু২৮ জুলাই দিৱস২৮ জুলাই বাহ্যিক সংযোগ২৮ জুলাইঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

শিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাউপনিষদকৃষ্ণকান্ত সন্দিকৈপটলসমাজবাদলাচিত বৰফুকনঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাঅৰুণ শৰ্মাঅসম বিধানসভাঅসমৰ পৰম্পৰাগত সাজ-পাৰঅসমৰ চলচ্চিত্ৰমনোমতীফাকুৱাগ্ৰেইজ এনাটমীস্বামী বিবেকানন্দএইচ.আই.ভি/এইড্‌ছভাৰতীয় জাতীয় কংগ্ৰেছইয়াণ্ডাবু সন্ধিগঙ্গা নদীৰাভা জনগোষ্ঠীবিশ্ব খাদ্য কাৰ্যসূচীৰূপালীমঅসমৰ বনৌষধিজৱাহৰলাল নেহৰুচ'ত২০২২ ফিফা বিশ্বকাপলোককথানামঘোষাএচিদ বৰষুণৱিকিপিডিয়াভাৰতৰ উপৰাষ্ট্ৰপতিকেতেকী ফুলবাঁহীবাজেটবিহুফ্ৰান্সৰ শ্ৰুতিকথাহালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)ব্ৰাহ্ম সমাজআহোম ৰাজবংশঅসমৰ নদীসমূহৰ তালিকাবেদউপভাষাঢোলভাৰতীয় জনতা পাৰ্টিমৌন ওঁঠ মুখৰ হৃদয়তেজপুৰকামৰূপী উপভাষাজাতীয়তাবাদপৃথিৱীৰ বায়ুমণ্ডলটি এছ ইলিয়টপ্ৰেমচন্দঅসমৰ লোকগীতঅসমৰ জাতীয় গীতগোলকীয় নাগৰিকত্বশব্দ (অভিধান)অসমীয়া বৰ্ণমালাৰাছিয়াসংস্কৃত ভাষাচেংগিজ খানশিৱজৈৱ বৈচিত্ৰ্যপাঠ্যক্ৰম২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনকালিকা পুৰাণবৰ্মণ ৰাজবংশপতঞ্জলিৰ যোগসূত্ৰভাৰতীয় শিল্পকলাসংস্কৃত সাহিত্যপায়ু সংগমচৈয়দ আব্দুল মালিকভূ-বিজ্ঞানমাৰ্টিন লুথাৰ কিং, কনিষ্ঠখ্ৰীষ্টান ধৰ্মৰাষ্ট্ৰসংঘবাবৰঘিলাধাৰী ঘাটৰ সন্ধি🡆 More