২০ ছেপ্টেম্বৰ: তাৰিখ

২০ ছেপ্টেম্বৰ (ইংৰাজী: 20 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬৩তম (অধিবৰ্ষত ২৬৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১০২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

ঘটনাৱলী

  • ১৮৭৮ - দা হিন্দু (The Hindu) নামৰ ইংৰাজী বাতৰি কাকতখন প্ৰথম প্ৰকাশ পায়।
  • ১৯৮৪ - লেবানৰ ৰাজধানী বেইৰুট স্থিত আমেৰিকাৰ দূতাবাসত এক আত্মঘাতী বোমা বিষ্ফোৰণ সংঘটিত হৈছিল।

জন্ম

  • ১৮৫৩ - চুলালংকৰন, থাইলেণ্ডৰ ৰজা।
  • ১৯৪৩ - জয়ন্ত হাজৰিকা, প্ৰয়াত কণ্ঠশিল্পী।
  • ১৯৪৯ - মহেশ ভট্ট, ভাৰতৰ এগৰাকী বিশিষ্ট চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক।
  • ১৯৮৩ - বৰষা ৰাণী বিষয়া, অভিনেত্ৰী।
  • ১৯৮৮ - খবিব নুৰমাগ'মেদভ, সমৰ কলাবিদ, ইউ এফ চি (UFC) চেম্পিয়ন।
  • ১৯৯৮ - ৰছীদ খান, আফগানিস্থানৰ ক্ৰিকেট খেলুৱৈ।

মৃত্যু

  • ১৩৮৮ - ফিৰোজ শ্বাহ টোঘলক, দিল্লীৰ চুলটান।
  • ১৮১৯ - এব্বে ফৰিয়া, দাৰ্শনিক আৰু মনোবিজ্ঞানী, সন্মোহন বিদ্যাৰ অধ্যয়ন কৰোঁতা।
  • ১৯২৮ - শ্ৰী নাৰায়ণ গুৰু, দাৰ্শনিক আৰু সমাজ সেৱক।
  • ১৯৩৩ - এনী বেছাণ্ট (Annie Besant), ইংৰাজ সমাজকৰ্মী, লেখিকা আৰু বক্তা আছিল।
  • ১৯৪২ - কনকলতা বৰুৱা, এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী। ভাৰত ত্যাগ আন্দোলন কৰোঁতে ব্ৰিটিছৰ গুলিত তেওঁ ছহিদ হয়। তেওঁ অসমৰ প্ৰথম মহিলা শ্বহীদ।
  • ১৯৪২ - মুকুন্দ কাকতি, এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী। ভাৰত ত্যাগ আন্দোলন কৰোঁতে কনকলতা বৰুৱাৰ সৈতে ব্ৰিটিছৰ গুলিত তেওঁ ছহিদ হয়।
  • ২০১৫ - জগমোহন ডালমিয়া, ভাৰতৰ এগৰাকী উদ্যোগপতি আৰু ক্ৰিকেট প্ৰশাসক।

দিৱস

বাহ্যিক সংযোগ



তথ্য সূত্ৰ

Tags:

২০ ছেপ্টেম্বৰ ঘটনাৱলী২০ ছেপ্টেম্বৰ জন্ম২০ ছেপ্টেম্বৰ মৃত্যু২০ ছেপ্টেম্বৰ দিৱস২০ ছেপ্টেম্বৰ বাহ্যিক সংযোগ২০ ছেপ্টেম্বৰ তথ্য সূত্ৰ২০ ছেপ্টেম্বৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

ভাস্কৰ (প্ৰথম)ভূৱন মোহন বৰুৱাউদাৰনৈতিকতাবাদনাটককোচ ৰাজবংশীঅপভ্ৰংশসাধুকথাঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫২৭ এপ্ৰিলধুবুৰী (লোকসভা সমষ্টি)পৰিৱেশ অধ্যয়নসোণোৱাল কছাৰীএ পি জে আব্দুল কালামদিল্লীবিজ্ঞাপনঅসমীয়া খাদ্যাভ্যাসমাটিবুৰঞ্জী সাহিত্যগমধৰ কোঁৱৰছিৰিমাভো বন্দৰনাইকেগোৱালপৰীয়া লোকগীতলীলা গগৈউমানন্দভাষাবিজ্ঞানদামোদৰ দেৱযক্ষ্মাএচিদ বৰষুণবায়ু প্ৰদূষণমাধৱ কন্দলিভূপেন হাজৰিকাসমাজপাইক প্ৰথাপ্ৰকৃতিভবেন্দ্ৰ নাথ শইকীয়াঅসমৰ জনগোষ্ঠীমংগোলিয়াৰাজহুৱা ক্ষেত্ৰনিৰুপমা বৰগোহাঞিঅষ্ট্ৰেলিয়াপদুমলোকভাষাপাঠ পৰিকল্পনানাগৰিকত্ব (সংশোধনী) আইন, ২০১৯জ্যোতিপ্ৰসাদ আগৰৱালামই আৰু নেফাতিনিচুকীয়া জিলাশ্ৰীনিবাস ৰামানুজনকিতাপবিশেষ্য পদকমলাকান্ত ভট্টাচাৰ্য্যমানুহনাৰীবাদবিহু নৃত্যগুগলছুনামিতেজমামণি ৰয়ছম গোস্বামীৰ উপন্যাসঅগ্নিগড়বৰপেটা (লোকসভা সমষ্টি)চৈয়দ আব্দুল মালিকশৰৎ ঋতুঅসমীয়া উপন্যাসপাইথেগাৰাছযোগ দৰ্শনঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাঋতুপতঞ্জলিৰ যোগসূত্ৰসিন্ধু সভ্যতাবিশ্বনাথ চাৰিআলিউইলিয়াম শ্বেইকছপীয়েৰডাকৰ বচন🡆 More