২ ছেপ্টেম্বৰ: তাৰিখ

২ ছেপ্টেম্বৰ (ইংৰাজী: 2 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪৫তম (অধিবৰ্ষত ২৪৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১২০টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

ঘটনাৱলী

  • ১৬৬৬ - লণ্ডনৰ 'গ্ৰেট ফায়াৰ অৱ লণ্ডন' নামৰ অগ্নিকাণ্ড পুডিং লেনত (পথত) পিছৰাতি ২ বজাত আৰম্ভ হৈছিল, এই অগ্নিকাণ্ডৰ ফলত লণ্ডনৰ ৮০% অঞ্চল ধ্বংস হৈছিল।
  • ১৯৪৫ - দ্বিতীয় বিশ্বযুদ্ধত জাপানে পোছাকীভাৱে আত্মসমৰ্পণ কৰিছিল।
  • ১৯৪৬ - ভাৰতৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰ গঠিত হয়।
  • ১৯৭০ - ভাৰতৰ ৰাষ্ট্ৰপতি ভি ভি গিৰিয়ে কন্যাকুমাৰীৰ বিবেকানন্দ ৰ'ক মেমৰিয়েলৰ (স্মৃতিসৌধ) উদ্বোধন কৰে।
  • ১৯৯৮ - পাইলট বিহীন প্ৰশিক্ষণ বিমান নিশান্ত সফলভাবে উড্ডয়ন কৰা হয়।

জন্ম

  • ১৮১২ - কাৰ্কপেট্ৰিক মেকমিলান, স্কটিছ উদ্ভাৱক, আধুনিক পেডেলযুক্ত বাইচাইকেলৰ স্কটিছ উদ্ভাৱক।
  • ১৮৫৩ - ৱিলহেম অষ্টৱাল্ড, লেটভিয়ান ৰসায়ন বিজ্ঞানী।
  • ১৮৭৭ - ফ্ৰেইডৰিক ছ'ডি, ইংৰাজ ৰসায়নবিদ, নোবেল বিজয়ী বিজ্ঞানী।
  • ১৯২২ - আৰ্থাৰ অস্কিন, আমেৰিকান পদাৰ্থ বিজ্ঞানী। তেওঁ বেল পৰীক্ষাগাৰ আৰু লুচেণ্ট টেকন'লজিছত কাৰ্যনিৰ্বাহ কৰিছিল।
  • ১৯৩৬ - এণ্ড্ৰিঅ' গ্ৰ'ভ, হাঙ্গেৰিয়ান-আমেৰিকান ছেমিকণ্ডাক্টৰ শিল্পৰ (উদ্য়োগ) অগ্ৰদূত। ইণ্টেলৰ (Intel) প্ৰতিষ্ঠাতা আৰু চি ই অ'।
  • ১৯৪২ - নিপন গোস্বামী, অসমীয়া অভিনেতা।
  • ১৯৬৪ - কিয়ানু ৰীভছ, কানাডিয়ান অভিনেতা।
  • ১৯৬৫ - লেনক্স লুইছ, ব্ৰিটিছ-কানাডিয়ান হেভিৱেইট চেম্পিয়ন বক্সিং খেলুৱৈ।
  • ১৯৬৬ - চালমা হায়েক, মেক্সিকান-আমেৰিকান অভিনেত্ৰী।
  • ১৯৭১ - পৱন কল্যাণ, টলীউডৰ অভিনেতা।
  • ১৯৮৮ - ইশান্ত শৰ্মা, ভাৰতীয় জাতীয় দলৰ ক্ৰিকেট খেলুৱৈ।

মৃত্যু

  • ৪৯০ খ্ৰীষ্টপূৰ্ব - ফেইডিপাইডছ, গ্ৰীক বীৰ আৰু আধুনি্ক মাৰাথনৰ অনুপ্ৰেৰক।
  • ১৮৬৫ - ছাৰ ৱিলিয়াম ৰ'ৱান হেমিল্টন, আইৰিছ পদাৰ্থ বিজ্ঞানী।
  • ১৯৩৭ - পিয়েৰ ডি কোবাৰ্টিন, ফৰাচী শিক্ষাবিদ, আধুনিক অলিম্পিকৰ পিতৃ পৰুষ।
  • ১৯৫২ - বেণী মাধব দাস, বাংলা পণ্ডিত, শিক্ষক আৰু ব্ৰিটিছ ভাৰতৰ দেশপ্ৰেমী ব্যক্তি।
  • ১৯৬৯ - হো চি মিন, ভিয়েটনামৰ কমিউনিষ্ট বিপ্লৱী আৰু উত্তৰ ভিয়েটনামৰ ৰাষ্ট্ৰপতি।
  • ২০০১ - ক্ৰিষ্টিয়ান বাৰ্নাৰ্ড, দক্ষিণ আফ্ৰিকাৰ চিকিৎসা বিজ্ঞানী, বিশ্বৰ প্ৰথম এজন মানুহৰ পৰা আন এজন মানুহৰ দেহলৈ হৃদযন্ত্ৰ স্থাপন কৰোঁতা।

দিৱস

  • ভিয়েটনামৰ জাতীয় দিৱস।
  • বিশ্ব নাৰিকল দিৱস।

বাহ্যিক সংযোগ



Tags:

২ ছেপ্টেম্বৰ ঘটনাৱলী২ ছেপ্টেম্বৰ জন্ম২ ছেপ্টেম্বৰ মৃত্যু২ ছেপ্টেম্বৰ দিৱস২ ছেপ্টেম্বৰ বাহ্যিক সংযোগ২ ছেপ্টেম্বৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

চিপাহী বিদ্ৰোহ ১৮৫৭গোলকীয় উষ্ণতা বৃদ্ধিহোমেন বৰগোহাঞিভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যঅসমৰ পৰম্পৰাগত সাজ-পাৰমিত্ৰদেৱ মহন্তবতৰসত্যনাথ বৰাৰাম বিজয়আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিমহাভাৰতসাঁচিপাতঋতুপৰিস্থিতি বিজ্ঞান২৬ এপ্ৰিলদূৰদৰ্শন (চেনেল)নাঙলৰাজিয়া চুলতানাজলবিদ্যুৎআৱাহন (আলোচনী)চৰিত পুথিজোৰোণভবেন্দ্ৰ নাথ শইকীয়াপানীঅসহযোগ আন্দোলনজণ্ডিছভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকানাগৰিকত্ব (সংশোধনী) আইন, ২০১৯চিলাৰায়সূৰ্যছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)থাই ভাষামৃত্যুঞ্জয়অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলঅসমৰ কাঁহ শিল্পডিগবৈ তেল শোধনাগাৰচৰকাৰজয়মতী কুঁৱৰীসত্ৰঅসমৰ মুখা শিল্পহিমন্ত বিশ্ব শৰ্মাবুৰঞ্জীলোকবিশ্বাসহীৰেন্দ্ৰ নাথ দত্তলোক-সংগীতআলেকজেণ্ডাৰ ফ্লেমিংহেমচন্দ্ৰ গোস্বামী (মুখাশিল্পী)উপনিষদপঞ্চায়তী ৰাজঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদঅসমীয়া বৰ্ণমালাপ্লেটোজল সংৰক্ষণভঠেলিফাকুৱাউপভাষাজন গণ মনডাকৰ বচনৰমন্যাসবাদভগৱানঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাদুৰ্গাঅসম বৈভৱ বঁটাব্ৰহ্মপুত্ৰ উপত্যকাব'হাগ বিহুঅসমৰ সত্ৰসমূহৰ তালিকাভাৰতীয় শিল্পকলাধৰ্মচুটিগল্পঅসমৰ ইতিহাসকমলাবাৰী সত্ৰবিত্তীয় ব্যৱস্থাজিকিৰগদ্যহাবুং🡆 More