আটলাণ্টিক মহাসাগৰ: মহাসাগৰ

আটলাণ্টিক মহাসাগৰ পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ। ইয়াৰ ক্ষেত্ৰফল ১০,৬৪,০০,০০০ বৰ্গকিলোমিটাৰ (৪,১১,০০,০০০ বৰ্গমাইল); যি পৃথিৱীপৃষ্ঠৰ প্ৰায় ২০% আৰু মুঠ জলভাগৰ ২৬%।

আটলাণ্টিক মহাসাগৰ: মহাসাগৰ
উত্তৰ মহাসাগৰ

বিশ্ব মহাসাগৰৰ সৈতে আন্তঃসম্পৰ্কযুক্ত আটলাণ্টিক মহাসাগৰৰ পশ্চিমে আমেৰিকা মহাদেশ আৰু প্ৰশান্ত মহাসাগৰৰ একাংশ, পূবে ইউৰোপ, আফ্ৰিকা আৰু ভাৰত মহাসাগৰ, উত্তৰে উত্তৰ মহাসাগৰ, আৰু দক্ষিণে দক্ষিণ মহাসাগৰ অৱস্থিত। বিষুৱ ৰেখাই আটলাণ্টিক মহাসাগৰক দুভাগত বিভক্ত কৰিছে: উত্তৰে উত্তৰ আটলাণ্টিক মহাসাগৰ আৰু দক্ষিণে দক্ষিণ আটলাণ্টিক মহাসাগৰ

তথ্যসূত্ৰ


Tags:

ক্ষেত্ৰফলপৃথিৱীমহাসাগৰ

🔥 Trending searches on Wiki অসমীয়া:

শ্ৰীনিবাস ৰামানুজনদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানমোহনদাস কৰমচান্দ গান্ধীসোৱণশিৰি নদীগায়ন-বায়নশিশু সাহিত্যচৰক সংহিতাবড়ো ভাষাঅসমৰ কাঁহ শিল্পগোৱালপৰীয়া লোকগীতপ্ৰতিমা (কাব্য গ্ৰন্থ)একলব্যমালিতাভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাশৰৎ ঋতুমেঘালয়ৰ মাতৃবংশীয় সমাজচৈয়দ আব্দুল মালিকশৰাইঘাটৰ যুদ্ধভাৰতীয় জাতীয় কংগ্ৰেছচৰিত পুথিমূলা গাভৰুঅসমৰ কুঁহিলা শিল্পকৰবুৰঞ্জী সাহিত্যঘৰচিৰিকানয়ন নীলিমমাধৱদেৱg987zথমাছ আলভা এডিচনআউনীআটী সত্ৰঘৰজোনাকী (আলোচনী)হিতেশ্বৰ বৰবৰুৱাআগ্নেয়গিৰিস্বাভাৱিক সংখ্যাঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাতগৰবৌদ্ধ ধৰ্মসৌৰভ কুমাৰ চলিহাশব্দ প্ৰদূষণবিষ্ণুপ্ৰসাদ ৰাভাভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগনামঘৰঅসম আন্দোলনমৃত্যুঞ্জয়কীৰ্তন ঘোষা সংকলনঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকামৌ-মাখিছক্ৰেটিছঅম্বিকাগিৰি ৰায়চৌধুৰীপায়ু সংগমঢোলনলবাৰীসাত বিহুঅৰুণাচল প্ৰদেশকিতাপঅষ্ট্ৰেলিয়াগুৱাহাটীনেলছন মেণ্ডেলাগোলাঘাট জিলাহুঁচৰিএ পি জে আব্দুল কালামপালি ভাষানগাঁও (লোকসভা সমষ্টি)ক্ৰিকেটপদ (ব্যাকৰণ)পাচনঅসমৰ মন্ত্ৰ-সাহিত্যলখিমপুৰ (লোকসভা সমষ্টি)ডি এন এলোক-সংগীতঅসমৰ জনগোষ্ঠী🡆 More