ভাৰত মহাসাগৰ: মহাসাগৰ

ভাৰত মহাসাগৰ (ইংৰাজী: Indian Ocean) হৈছে পৃথিৱীৰ তৃতীয় বৃহত্তম মহাসাগৰ। পৃথিৱীৰ মুঠ জলভাগৰ ২০ শতাংশ এই মহাসাগৰে অধিকাৰ কৰি আছে। এই মহাসাগৰৰ উত্তৰে আছে ভাৰতীয় উপমহাদেশ; পশ্চিমে পূব আফ্ৰিকা; পূবে ইন্দোচীন, সুন্দা দ্বীপপুঞ্জ আৰু অষ্ট্ৰেলিয়া; আৰু দক্ষিণে আছে দক্ষিণ মহাসাগৰ (বা সংজ্ঞাভেদে এণ্টাৰ্কটিকা)। ভাৰত মহাসাগৰ হৈছে একমাত্ৰ মহাসাগৰ, যাৰ নামকৰণ কোনো দেশৰ (এইক্ষেত্ৰত ভাৰত) নামানুসাৰে হৈছে।

ভাৰত মহাসাগৰ: মহাসাগৰ
ভাৰত মহাসাগৰ

ভাৰত মহাসাগৰ বিশ্ব মহাসাগৰৰ সৈতে আন্তঃসম্পৰ্কযুক্ত। ভাৰত মহাসাগৰৰ ঘনত্ব ২৯,২১,৩১,০০০ ঘন কিলোমিটাৰ (৭,০০,৮৬,০০০ ঘন মাইল)। মহাসাগৰখনৰ মহাদেশীয় প্ৰান্তসীমাত বহুতো সৰু সৰু দ্বীপ অৱস্থিত। এনে প্ৰধান দ্বীপৰাষ্ট্ৰসমূহ হৈছে মাদাগাস্কাৰ (পৃথিৱীৰ চতুৰ্থ বৃহত্তম দ্বীপ), ৰিইউনিয়ন দ্বীপ, কোমোৰোজ, চেচেলেস, মালদ্বীপ, মৰিচাচ আৰু শ্ৰীলঙ্কাইণ্ডোনেছিয়া দ্বীপপুঞ্জ এই মহাসাগৰৰ পূৰ্ব সীমাত অৱস্থিত।

তথ্যসূত্ৰ

বহিঃসংযোগ


Tags:

en:Indian Oceanঅষ্ট্ৰেলিয়াইংৰাজী ভাষাএণ্টাৰ্কটিকাদক্ষিণ মহাসাগৰপৃথিৱীভাৰতভাৰতীয় উপমহাদেশমহাসাগৰ

🔥 Trending searches on Wiki অসমীয়া:

জুবিন গাৰ্গমিডিয়াৱিকিমাঘ বিহুলিংগভিত্তিক অধ্যয়নঅৰুণাচল প্ৰদেশফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কামঙ্গলদৈ (লোকসভা সমষ্টি)এৰিষ্ট'টলভাৰতৰ উপৰাষ্ট্ৰপতিকুশল কোঁৱৰঘড়ীপবিতৰা অভয়াৰণ্যগণেশশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাজৈন ধৰ্মঅসমপূৰ্ণ স্বৰাজঈয়াৰুইঙ্গমকোষ (জীৱবিজ্ঞান)কলীয়াভোমোৰা সেতুসংঘাতপ্ৰাচীন গ্ৰীচঅসমৰ মাছ ধৰা সঁজুলিপুথিভঁৰালবৃত্তশ্ৰী সূৰ্য পাহাৰঅসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকাঅসমৰ মন্ত্ৰ-সাহিত্যনিৰুপমা বৰগোহাঞিহুঁচৰিঅসমৰ বয়ন শিল্পদৰ্শনদেউৰী জনগোষ্ঠীশ্ৰী শ্ৰী বটদ্ৰৱা থানকাৰ্ল মাৰ্ক্সঅসমৰ ধান খেতিৰ সঁজুলিসমূহঅসমৰ গামোচানাগালেণ্ডবিৰিঞ্চি কুমাৰ বৰুৱামোৱামৰীয়া বিদ্ৰোহমালিনী থানবৰপেটা সত্ৰৰাজ্যসভাস্তন সংগমবিশেষ শিক্ষাযোগাসনকলিমাৰুবুল মাউতপৰিয়ালভিটামিনমুখমৈথুনদেওহাঁহউজনি অসমহাবুংসৰ্বানন্দ সোণোৱালকালিচৰণ ব্ৰহ্মঅনুৰাধা শৰ্মা পূজাৰীআহোম ৰাজবংশভাৰতীয় জাতীয় কংগ্ৰেছঅসমীয়া লিপিৰ বুৰঞ্জীবিবাহবসন্ত ঋতুনৰেন্দ্ৰ মোদীআনন্দ চন্দ্ৰ আগৰৱালাঅসমীয়া খাদ্যাভ্যাসমূলা গাভৰুযৌন প্ৰৱেশক্ৰিয়াঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগপৰিৱেশ অধ্যয়নফলৰ তালিকাভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাপীযুষ হাজৰিকাকছাৰী ৰাজ্যঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকামাধৱদেৱলুৰিন জ্যোতি গগৈৰাৱণ🡆 More