দক্ষিণ মহাসাগৰ

দক্ষিণ মহাসাগৰ বা এণ্টাৰ্কটিক মহাসাগৰ (ইংৰাজী: Southern Ocean) হৈছে পৃথিৱীৰ দক্ষিণ প্ৰান্তত অৱস্থিত মহাসাগৰ। ইণ্টাৰনেশ্যনেল হাইড্ৰ'গ্ৰাফিক অৰ্গেনাইজেশ্যনে এণ্টাৰ্কটিকা মহাদেশক আবৰি ৰখা বিশাল জলৰাশিকে দক্ষিণ মহাসাগৰ ৰূপে চিহ্নিত কৰিছে। সেই অনুসৰি এই মহাসাগৰখন ৬০° দক্ষিণ অক্ষাংশৰ পৰা এণ্টাৰ্কটিকা মহাদেশক আবৰি অৱস্থান কৰি আছে।

দক্ষিণ মহাসাগৰ
দক্ষিণ মহাসাগৰ (পৃথিৱীৰ তলভাগ)

দক্ষিণ মহাসাগৰৰ মুঠ ক্ষেত্ৰফল ২,০৩,২৭,০০০ বৰ্গ কিলোমিটাৰ, আৰু উপকূলৰ দৈৰ্ঘ্য ১৭,৯৬৮ কিলোমিটাৰ। আকাৰৰ তুলনাত পাঁচখন মহাসাগৰৰ ভিতৰত ইয়াৰ স্থান চতুৰ্থ।

বহিঃসংযোগ


Tags:

ইংৰাজী ভাষাএণ্টাৰ্কটিকাপৃথিৱীমহাসাগৰ

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকালক্ষ্মীধৰ শৰ্মানলবাৰী জিলামামণি ৰয়ছম গোস্বামীৰ উপন্যাসভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাসিন্ধু সভ্যতাগৱেষণাআহোম-মোগলৰ সংঘৰ্ষআৰতি ছাৰিনঅসমৰ লোকবাদ্যকমতা ৰাজ্যখেৰাইকল্পনা সাহিত্যগ্ৰহাণুবৰ্মণ ৰাজবংশনেতাই ধুবুনী ঘাটপঁচতি উৎসৱৰয়েল ছ’ছায়িটি ফৰ প্ৰটেকশ্যন অব বাৰ্ডছবেংক অৱ মহাৰাষ্ট্ৰভটিমাবলকপিলীপৰীয়া সাধুবৌদ্ধ দৰ্শনভক্তি ৰত্নাৱলীঅজন্তা গুহাসমূহগীতি-ৰামায়ণহেম বৰুৱাৰ ভ্ৰমণ সাহিত্যফণী শৰ্মাসংখ্যাবীৰবলয়ুৰি গেগেৰিনঅসমত দেখা চৰাইবোৰচুতীয়া ৰাজ্যঅসমৰ পৰম্পৰাগত সাজ- পাৰঅভিজ্ঞানম শকুন্তলমৰঘুনাথ দাস মহন্তশিক্ষা মনোবিজ্ঞানপাইথাগোৰাছৰ উপপাদ্যআৱাহন (আলোচনী)চিত্ৰ-ভাগৱতখোলকলাঅৰবিন্দ ৰাজখোৱা (লেখক)ভঠেলিকৃষ্ণগোলকীয় উষ্ণতা বৃদ্ধিবিজ্ঞানপদ্মনাথ গোহাঞি বৰুৱাআৰ্লিং হালান্ডপোহৰঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫অসমৰ চাহ জনগোষ্ঠীমোগল সাম্ৰাজ্যহীৰেন গোহাঁইকৰ'নাভাইৰাছ ৰোগ ২০১৯অসমীয়া বৰ্ণমালাসামাজিক উপভাষাপথেৰ পাঁচালীহাজোইণ্ডিয়ান বেংকডিম্বেশ্বৰ নেওগসংগীতগণৰাজ্য দিৱস (ভাৰত)ম'হৰ শিঙৰ পেঁপামাধৱ কন্দলিদৰং জিলাপৰিৱেশ তন্ত্ৰভিটামিনদেও লাংখুইবিষ্ণুপ্ৰসাদ ৰাভাআত্মসহায়ক গোটপঞ্জাৱ এণ্ড সিন্ধ বেংক🡆 More