আফ্ৰিকা: বিশ্বৰ ২য় বৃহত্তম মহাদেশ

আফ্ৰিকা (ইংৰাজী: Africa) মাটিকালি আৰু জনসংখ্যাৰ দিশৰ পৰা বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশ (এছিয়াৰ পাছতেই)। পাৰ্শ্ববৰ্তী দ্বীপসমূহক লগ লগাই মহাদেশখন মাটিকালি ৩০,২২১,৫৩২ বৰ্গ কিলোমিটাৰ (১১,৬৬৮,৫৯৮ বৰ্গমাইল)। এইখন বিশ্বৰ মুঠ ভূপৃষ্ঠতলৰ ৬% আৰু মুঠ স্থলপৃষ্ঠৰ ২০.৪% জুৰি অৱস্থিত। এই মহাদেশৰ ৬১খন ৰাষ্ট্ৰ অথবা সমমানৰ প্ৰশাসনিক অঞ্চলত ১০০ কোটিৰো অধিক মানুহ, অৰ্থাৎ বিশ্বৰ জনসংখ্যাৰ ১৪% লোকে বসবাস কৰে। আফ্ৰিকাৰ প্ৰায় মধ্যভাগৰ মাজেদিয়ে বিষুবৰেখা পাৰ হৈ গৈছে। ইয়াৰ বেছি ভাগ অংশই ক্ৰান্তীয় অঞ্চল অৱস্থিত। মহাদেশখনৰ উত্তৰত ভূমধ্যসাগৰ, উত্তৰ-পূৰ্বে ছুয়েজ খাল আৰু লোহিত সাগৰ, পূৰ্বে ভাৰত মহাসাগৰ, আৰু পশ্চিমে আটলাণ্টিক মহাসাগৰ অৱস্থিত। উত্তৰ-পূৰ্ব কোনাত আফ্ৰিকা চিনাই উপদ্বীপৰ মাধ্যমৰে এছিয়া মহাদেশৰ সৈতে সংযুক্ত।

আফ্ৰিকা
আফ্ৰিকা: বিশ্বৰ ২য় বৃহত্তম মহাদেশ
মাটিকালি 30,221,532 km2 (11,668,599 sq mi)
জনসংখ্যা 1,022,234,000 (2010, 2nd)
জনঘনত্ব 30.51/km2 (about 80/sq mi)
বাসিন্দা আফ্ৰিকান
দেশসমূহ 56 তালিকা
অধীনস্থ অঞ্চলসমূহ
তালিকা
ভাষাসমূহ তালিকা
সময় অঞ্চলসমূহ UTC-1 ৰ পৰা UTC+4 লৈ
আফ্ৰিকা: বিশ্বৰ ২য় বৃহত্তম মহাদেশ
আফ্ৰিকাৰ মানচিত্ৰ

দেশ আৰু অঞ্চলসমূহ

  • আফ্ৰিকা: বিশ্বৰ ২য় বৃহত্তম মহাদেশ  গেবন
  • আফ্ৰিকা: বিশ্বৰ ২য় বৃহত্তম মহাদেশ  চাও টম আৰু প্ৰিন্সিপ
  • আফ্ৰিকা: বিশ্বৰ ২য় বৃহত্তম মহাদেশ  বৎচোৱানা
  • আফ্ৰিকা: বিশ্বৰ ২য় বৃহত্তম মহাদেশ  স্বাজিলেণ্ড
  • আফ্ৰিকা: বিশ্বৰ ২য় বৃহত্তম মহাদেশ  লেছথ’
  • আফ্ৰিকা: বিশ্বৰ ২য় বৃহত্তম মহাদেশ  নামিবিয়া
  • আফ্ৰিকা: বিশ্বৰ ২য় বৃহত্তম মহাদেশ  দক্ষিণ আফ্ৰিকা
  • আফ্ৰিকা: বিশ্বৰ ২য় বৃহত্তম মহাদেশ  বেনিন
  • আফ্ৰিকা: বিশ্বৰ ২য় বৃহত্তম মহাদেশ  বাৰ্কিনা ফাছো
  • আফ্ৰিকা: বিশ্বৰ ২য় বৃহত্তম মহাদেশ  কেপ ভাৰ্ডে
  • আফ্ৰিকা: বিশ্বৰ ২য় বৃহত্তম মহাদেশ  গাম্বিয়া
  • আফ্ৰিকা: বিশ্বৰ ২য় বৃহত্তম মহাদেশ  ঘানা
  • আফ্ৰিকা: বিশ্বৰ ২য় বৃহত্তম মহাদেশ  গুইনিয়া
  • আফ্ৰিকা: বিশ্বৰ ২য় বৃহত্তম মহাদেশ  গুইনিয়া-বিচ্চাও
  • আফ্ৰিকা: বিশ্বৰ ২য় বৃহত্তম মহাদেশ  আইভৰি ক’ষ্ট
  • আফ্ৰিকা: বিশ্বৰ ২য় বৃহত্তম মহাদেশ  লাইবেৰিয়া
  • আফ্ৰিকা: বিশ্বৰ ২য় বৃহত্তম মহাদেশ  মালি
  • আফ্ৰিকা: বিশ্বৰ ২য় বৃহত্তম মহাদেশ  মৌৰিতানিয়া
  • আফ্ৰিকা: বিশ্বৰ ২য় বৃহত্তম মহাদেশ  নাইজাৰ
  • আফ্ৰিকা: বিশ্বৰ ২য় বৃহত্তম মহাদেশ  নাইজেৰিয়া
  • আফ্ৰিকা: বিশ্বৰ ২য় বৃহত্তম মহাদেশ  ছেইন্ট হেলেনা, এছেনচিয়ন দ্বীপ আৰু ক্ৰিষ্টান দা কুনহা
  • আফ্ৰিকা: বিশ্বৰ ২য় বৃহত্তম মহাদেশ  ছেনেগাল
  • আফ্ৰিকা: বিশ্বৰ ২য় বৃহত্তম মহাদেশ  ছিয়েৰা লিয়ন
  • আফ্ৰিকা: বিশ্বৰ ২য় বৃহত্তম মহাদেশ  তগ’

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

    সাধাৰণ তথ্য
    ইতিহাস
    নিউজ মিডিয়া
    পৰিভ্ৰমণ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

২৫ এপ্ৰিলচীনসংগীতকেশৱ মহন্তসত্ৰীয়া নৃত্যঅসমৰ ধান খেতিৰ সঁজুলিসমূহসমাজতত্ত্বভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকামৃণাল কলিতাসিংহঅসম সাহিত্য সভাবিহুবৰগীতভাষাবিজ্ঞানপ্ৰাগজ্যোতিষপুৰঅসমৰ নদীসমূহৰ তালিকাচি এছ এছবিঘাঅসমমানুহহনুমান জয়ন্তীঅসমৰ ছপাশালবিয়া নামৰাধাগোবিন্দ বৰুৱাইউক্লিড২৭ এপ্ৰিলবিশ্ব মেলেৰিয়া দিৱসনাৰীপাটবাউসী সত্ৰভাৰতীয় জাতীয় কংগ্ৰেছকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানচিলাৰায়অৰ্থনীতিলক্ষ্মীনাথ বেজবৰুৱানাৰী সবলীকৰণচিৰ চেনেহী মোৰ ভাষা জননীফলৰ তালিকাপৰিৱেশ তন্ত্ৰকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলবহুমূত্ৰ ৰোগদৌল গোবিন্দ মন্দিৰএলভিছ আলী হাজৰিকাপৰিমেয় সংখ্যাভাৰত ত্যাগ আন্দোলনউপেন্দ্ৰনাথ গোস্বামীদেউৰী জনগোষ্ঠীআত্মজীৱনী২৩ এপ্ৰিলনাগৰিকত্বমঙ্গলদৈ (লোকসভা সমষ্টি)প্লাষ্টিকঅসমৰ মাছ ধৰা সঁজুলিসৌৰজগতৰবীন্দ্ৰনাথ ঠাকুৰঅসমৰ জাতীয় গীতগৰুদশাৱতাৰসমীৰ তাঁতীপালি ভাষাপঞ্চতন্ত্ৰইষ্ট ইণ্ডিয়া কোম্পানীসম্পাদনাবায়ু প্ৰদূষণৰাতি বিহুভগ্নাংশ (গণিত)শচীন তেণ্ডুলকাৰৱেবছাইটকামৰূপী উপভাষানাথান ব্ৰাউনআমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাজাপিমৃত্যুঞ্জয়সৰস্বতী পূজা🡆 More