কাবা

কাবা, কাবাঘৰ, কাবা শ্বৰীফ (الكعبة, আৰু যি নামেৰে পৰিচিত الكعبة المشرًّفة The Primordial House), অথবা (البيت الحرام The Sacred House), এটা ডাঙৰ ঘন আকৃতিৰ ইমাৰত, যিটো চৌদি আৰৱৰ মক্কা চহৰৰ মছজিদুল হাৰাম মছজিদৰ মাজত অৱস্থিত। আচঁলতে মছজিদটো কাবাৰ চাৰিওফালে নিৰ্মাণ কৰা হৈছে।

কাবা
কাবা

কাবা (মছজিদ আল হাৰামত)

সাধাৰণ তথ্য
স্থান মক্কা, আল হেজাজ, চৌদি আৰৱ
ভৌগোলিক স্থানাংক 21°25′21″N 39°49′34″E / 21.4225°N 39.8262°E / 21.4225; 39.8262 39°49′34″E / 21.4225°N 39.8262°E / 21.4225; 39.8262
ধৰ্মীয় আনুগত্য ইছলাম
স্থাপত্য সম্পৰ্কীয় বৰ্ণনা
নিৰ্দিষ্টকৰণ
উচ্চতা (অধিক) 13.1 মিটাৰ (43 ফুট)

ইছলাম ধৰ্ম মতে কাবা ক আটাইতকৈ পৱিত্ৰ স্থান হিচাপে ভাবে। এইটো মুছলিম সকলৰ কিবলা, অৰ্থাৎ যি দিশে থিয় হৈ নামাজ পঢ়ে বা ছালাত আদায় কৰে, পৃথিৱীৰ যিকোনো স্থানৰ পৰা কাবা যি দিশে মুছলিম সকলে ঠিক সেই দিশে মুখ কৰি নামাজ পঢ়ে। হজ্জ আৰু উমৰা পালনৰ সময়ত মুছলিম সকলে কাবাক ঘেৰি তাওয়াফ বা প্ৰদক্ষিন কৰে।

অৱস্থান আৰু বাস্তৱিক গঠন

কাবা 
কাবা ঘৰৰ ডিজাইন আৰু জোখ-মাখ

কাবাৰ আকৃতি প্ৰায় এটা ঘনকৰ নিচিনা। কাবা শব্দটো আহিছে আৰৱী শব্দ মুকা'আবৰ পৰা। যাৰ অৰ্থ হৈছে ঘনৰ পৰা। এইটো কেচা পাহাৰ গ্ৰানাইটৰ দ্বাৰা নিৰ্মিত, যিটো থিয়হৈ আছে প্ৰায় ২৫ছেঃমিঃ (১০ ইঞ্চি) মাৰ্বল পাথৰৰ ভিত্তিৰ উপৰত, যিটো বাহিৰৰ পৰা ৩০ছেঃমিঃ (১ ফুট) বাহিৰ হৈ আছে। গঠনৰ ঠাইৰ পৰিমাণ প্ৰায় ১৩.১০ মিঃ (৪৩ ফুট) উচ্চতা, ওচৰা-ওচৰি ১১.০৩ মিঃ X ১২.৬২ মিঃ চাৰিটা কোণ কম্পাচৰ প্ৰায় চাৰি বিন্দু যথাযথভাৱে দিশ কৰা। কাবাৰ পূৰ্ৱ কোণ হৈছে ৰুকন-আল- আচওয়াদ" (কলা পাথৰ অথৱা "আল-হাজাৰুল-আচওয়াদ"), এটা উল্কাপিন্ডৰ অৱশেষ; উত্তৰ কোণ হ'ল "ৰুকন-আল-ইৰাকী" (ইৰাকী কোণ); পশ্চিমত আছে "ৰুকন-আল-ছামী" (পূৰ্ৱ-ভূমধ্য সাগৰীয় কোণ) আৰু দক্ষিণত "ৰুকন-আল-ইয়ামানী" ('ইয়েমানী কোণ')।

কাবা শ্বৰীফৰ কাপোৰ

কাবা কলা চিল্কৰ উপৰত স্বৰ্ণ-খচিত কেলিগ্ৰাপি কৰা কাপোৰৰ চাদৰৰে আবৃত হৈ থাকে। কাপোৰক কিচওয়াহ নামেৰে পৰিচিত ; যিটো প্ৰতিবছৰে পৰিৱৰ্তন কৰা হয়। সুতা দি কলিমা লিখি কাপোৰ তৈয়াৰ কৰা হয়।

তথ্যসূত্ৰ

Tags:

চৌদি আৰৱমক্কা

🔥 Trending searches on Wiki অসমীয়া:

সৰ্বেপল্লী ৰাধাকৃষ্ণণশকুন্তলাদেউৰী জনগোষ্ঠীযৌন নিৰ্যাতনমহিলাৰ বিৰুদ্ধে হিংসানৱকান্ত বৰুৱাঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাঅম্বিকাগিৰি ৰায়চৌধুৰীছোৱাইন ফ্লুমহাকাব্যউইলিয়াম শ্বেইকছপীয়েৰহেমকোষকামৰূপী উপভাষাপ্ৰাক-ইতিহাসৰামধেনুৰাজনীতিভাৰতীয় সাহিত্যব'হাগ বিহুঅসমীয়া লোকসাহিত্যবিশেষ শিক্ষাভাইৰাছপ্ৰেমচন্দশ্ৰী সূৰ্য পাহাৰকৃষ্ণতোলনি বিয়াহেমচন্দ্ৰ বৰুৱাভাৰতীয় নাগৰিকত্ব আইনসন্ধিদীৰ্ঘেশ্বৰী দেৱালয়মঙ্গলদৈ (লোকসভা সমষ্টি)আহোম ৰাজবংশপঞ্চায়তী ৰাজজয়সাগৰ পুখুৰীৰংঘৰস্বামী বিবেকানন্দশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাঅসমৰ ইতিহাসগৌতম বুদ্ধচ্যু-কা-ফাকামৰূপী লিপিশিৱসাগৰ জিলাদশৰথজ্যোতিপ্ৰসাদ আগৰৱালাকাঞ্চন (উপন্যাস)লোকাচাৰশব্দ প্ৰদূষণবাৰেচহৰীয়া ভাওনা মহোৎসৱদুৰ্যোগভাৰতৰ নিৰ্বাচন আয়োগযতীন বৰাবিহুৰ বাদ্যযন্ত্ৰপালি ভাষাএইচ.আই.ভি/এইড্‌ছবৰ্মণ ৰাজবংশমামণি ৰয়ছম গোস্বামীপুতলা নাচলোকভাষাবগেজাৰী গীতমহাসাগৰঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাসতীৰবীন্দ্ৰনাথ ঠাকুৰলক্ষ্যধৰ চৌধুৰীচিৰ চেনেহী মোৰ ভাষা জননীবিশ্ব মেলেৰিয়া দিৱসইণ্টাৰনেটৰমন্যাসবাদপানীমহিম বৰাহলায়ুধভৃগু কুমাৰ ফুকনশালস্তম্ভ ৰাজবংশইউনিক’ড🡆 More