২৩ অক্টোবৰ: তাৰিখ

২৩ অক্টোবৰ (ইংৰাজী: 23 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৯৬তম (অধিবৰ্ষত ২৯৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬৯টা দিন বাকী থাকে।

১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

ঘটনাৱলী

  • ২০১১ - তুৰস্কত হোৱা ভূমিকম্পত ৫৮২ জন লোকৰ মৃত্যু হয়।

জন্ম

  • ১৭৭৮ - কিট্টুৰ চেন্নাম্মা, বৰ্তমানৰ কৰ্ণাটকৰ অন্তৰ্গত দেশীয় ৰাজ্য কিট্টুৰৰ ৰাণী আছিল।
  • ১৯১১ - তীৰ্থনাথ শৰ্মা, অসমৰ বিশিষ্ট সাহিত্যিক।
  • ১৯৩৫ - ভৱকান্ত নাথ, অসমীয়া সাহিত্যক, অনুবাদক, প্ৰত্নতত্ববিদ আৰু গৱেষক৷
  • ১৯৪০ - পেলে, ব্ৰাজিলৰ প্ৰসিদ্ধ ফুটবল খেলুৱৈ।
  • ১৯৬৯ - নন্দিতা দাস, অসমৰ ৰাজনীতিবিদ।
  • ১৯৭৪ - অৰবিন্দ আদিগা, ভাৰতীয় ঔপন্যাসিক, সাংবাদিক।
  • ১৯৭৯ - প্ৰভাস, তেলেগু, হিন্দী আৰু তামিল ভাষাৰ চলচ্চিত্ৰ অভিনেতা।
  • ১৯৮৩ - অৰ্চনা বৰঠাকুৰ, ভাৰতীয় সমাজকৰ্মী তথা সাহিত্যিক।

মৃত্যু

দিৱস

বাহ্যিক সংযোগ


তথ্য সূত্ৰ

Tags:

২৩ অক্টোবৰ ঘটনাৱলী২৩ অক্টোবৰ জন্ম২৩ অক্টোবৰ মৃত্যু২৩ অক্টোবৰ দিৱস২৩ অক্টোবৰ বাহ্যিক সংযোগ২৩ অক্টোবৰ তথ্য সূত্ৰ২৩ অক্টোবৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

পুৰন্দৰ সিংহবৰদৈচিলালোকাচাৰঅনুৰাধা শৰ্মা পূজাৰীঅপাৰেটিং চিষ্টেমবগেজাৰী গীতসম্ৰাট অশোকমঙ্গল গ্ৰহৰামমোহন ৰায়সাত বিহুভাৰতীয় দৰ্শনকাৰ্ল মাৰ্ক্সগোলকীকৰণবেদছক্ৰেটিছউমাচল শিলালিপিৰঘুনাথ চৌধাৰীযুগ্ম সংখ্যাসাপবিহু নৃত্যজ্ঞানপীঠ বঁটাভঠেলিবিহুএডল্ফ হিটলাৰঅসমৰ পৰম্পৰাগত সাজ- পাৰহনুমানকলিকতাউমাকান্ত শৰ্মাজন গণ মনগামখাৰুসৌৰভ কুমাৰ চলিহাযৌন সংগমসেউজ গৃহ প্ৰভাৱবৃত্তজাতনামসংস্কৃত সাহিত্যহিন্দু ধৰ্মবুধ গ্ৰহস্তন সংগমঅসম মাধ্যমিক শিক্ষা পৰিষদব্ৰহ্মপুত্ৰ উপত্যকাতোলনি বিয়াচি এছ এছমুদ্ৰানৱবিধা ভক্তিঅম্বিকাগিৰি ৰায়চৌধুৰীঅসমৰ ৰাজ্যিক প্ৰতীকসমূহমানৱ উন্নয়ন সূচকপাটকাইৰ ইপাৰে মোৰ দেশআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰকথা-ভাগৱতকপৌ ফুলজৰ্জ বেকাৰপ্লাষ্টিকআবেগসৰস্বতীএডৱাৰ্ড জেনাৰতাজমহলবিত্তীয় ব্যৱস্থাউদাৰনৈতিকতাবাদহস্তীবিদ্যাৰ্ণৱঅসমীয়া ভাষাৰ শব্দসম্ভাৰঅপৰিমেয় সংখ্যানিৰ্ম্মল ভকতমহাসাগৰমণিৰাম দেৱানমৌখিক ইতিহাসআৰৱ সাগৰশিক্ষাকলৰাসায়নিক মৌলমানৰ অসম আক্ৰমণগোপীনাথ বৰদলৈ🡆 More