৬ জুন: তাৰিখ

৬ জুন (ইংৰাজী: 6 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৭তম (অধিবৰ্ষত ১৫৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০৮টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

ঘটনাৱলী

  • ১৯৯৩ - চাইবেৰিয়াৰ ৪৬০জন শৰণাৰ্থীক গণহত্যা, তাৰে ভিতৰত অধিকাংশই নাৰী আৰু শিশু।
  • ১৯৯৪ - কলম্বিয়াত ভয়াবহ ভূমিকম্পত ১ হাজাৰ মানুহ নিহত।

জন্ম

  • ১৮৫১ - এঞ্জেলো মৰিঅণ্ডো, ইটালীৰ উদ্ভাৱক।
  • ১৮৭৪ - থমাছ মান, জাৰ্মানী কথাশিল্পী।
  • ১৮৯০ - লোকপ্ৰিয় গোপীনাথ বৰদলৈ, অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী তথা ভাৰতৰত্ন বঁটা প্ৰাপ্ত ব্যক্তি।
  • ১৯২৯ - সুনীল দত্ত, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক, পৰিচালক আৰু ৰাজনীতিবিদ। (মৃত্যু: ২০০৫)
  • ১৯৪০ - ৰমেন বৰুৱা, অসমীয়া সঙ্গীত পৰিচালক আৰু কণ্ঠশিল্পী।
  • ১৯৬৮ - ষ্টিভেন জনছন, আমেৰিকান বিজ্ঞান লেখক।
  • ১৯৭৯ - ভিতালী দাস, অসমীয়া সঙ্গীত শিল্পী। (মৃত্যু: ২১ এপ্ৰিল, ২০২১)
  • ১৯৮৮ - নেহা কক্কৰ, বলিউডৰ গায়িকা।

মৃত্যু

  • ১৮৩২ - জেৰেমি বেন্থাম, ইংৰাজ দাৰ্শনিক, আইনবিদ আৰু সমাজ সংস্কাৰক। (জন্মঃ ১৭৪৮)
  • ১৯৯৯ - ৰাজেন ৰাভা, অসমীয়া শিক্ষক, সাহিত্যিক, সমাজ সেৱক।
  • ২০১৬ - ভিক্টৰ কৰ্চনই, চোভিয়েট ইউনিয়নৰ বিখ্যাত গ্ৰেণ্ডমাষ্টাৰ দবা খেলুৱৈ আৰু লেখক আছিলে। (জন্মঃ ১৯৩১)
  • ২০১৮ - কিৰা মুৰাট'ভা, ইউক্ৰেনীয়ান চলচ্চিত্ৰ পৰিচালক।

দিৱস

  • অভিযন্তা দিৱস (টাইৱান)
  • ৰাষ্ট্ৰীয় দিৱস (ছুইডেন)

বাহ্যিক সংযোগ

Tags:

৬ জুন ঘটনাৱলী৬ জুন জন্ম৬ জুন মৃত্যু৬ জুন দিৱস৬ জুন বাহ্যিক সংযোগ৬ জুনঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

দশৰথঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাবিহু নৃত্যচকলংস্বামী বিবেকানন্দপঞ্চায়তী ৰাজমিজোৰামসন্ধ্যাৰাগ (চলচ্চিত্ৰ)হাঁচতিবিয়া নামভাৰতীয় দৰ্শনকনকলতা বৰুৱাভাস্কৰ (প্ৰথম)জ্যামিতিহিমন্ত বিশ্ব শৰ্মাঅসম চাহদীনেশ চন্দ্ৰ গোস্বামীঅসমৰ সমস্যানামচিংউত্তৰ-পূব ভাৰতভাওনাসিন্ধু সভ্যতাবিষুৱ ৰেখামানুহৰ কংকালঅসমৰ পৰম্পৰাগত সাজ- পাৰক্ৰা দাদি জিলাপ্ৰাকৃতিক পৰিৱেশগোৱালপাৰা জিলাৰংসৌৰজগতঅসমীয়া ব্যাকৰণলক্ষ্যধৰ চৌধুৰীভাৰত-ইউৰোপীয় ভাষা পৰিয়ালঅসমৰ নদীসমূহৰ তালিকাৰজনীকান্ত বৰদলৈৰুদ্ৰেশ্বৰ দেৱালয়ধাতু আৰু অধাতুকামৰূপ জিলাভাষাবিজ্ঞানতলাতল ঘৰবৰগীতলিংগ (জৈৱিক)ইয়াণ্ডাবু সন্ধিধেমাজি জিলাসাগৰঅসম চুক্তিঅসমৰ চিত্ৰকলাৰ ইতিহাসভূমিকম্পসংস্কৃতিনাৰীবাদমহিম বৰাগদ্যজেতুকাহীৰেন ভট্টাচাৰ্যগগনাসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকামিঠু বৰুৱাবিৰিঞ্চি কুমাৰ বৰুৱামানৱ উন্নয়ন সূচকঅসমীয়া জাতিচৰ্যাপদহাড়পায়ু সংগমমধ্যাহ্ন ভোজন আঁচনিকাৰেংঘৰঅসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকানাগালেণ্ডবগেজাৰী গীতমোৰো এটা সপোন আছেঅখণ্ড সংখ্যাআৱাহন (আলোচনী)য়ভাৰতীয় জনতা পাৰ্টিফকৰা যোজনা🡆 More