১৬ জুলাই: তাৰিখ

১৬ জুলাই (ইংৰাজী: 16 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৯৭তম (অধিবৰ্ষত ১৯৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬৮টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

ঘটনাৱলী

  • ৬২২ - হজৰত মহম্মদমক্কাৰ পৰা মদিনালৈ যাত্ৰা। এই চনৰেপৰা মুছলমানসকলৰ ‘হিজিৰি’ চন গণনা কৰে।
  • ১৮৫৬ - হিন্দু বিধৱা বিবাহ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আইন প্ৰণয়ন কৰি বৈধ ঘোষণা কৰিছিল।
  • ১৮৮৩ - ডিব্ৰু-শদিয়া ৰেলৱেৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম ডিব্ৰুগড় আৰু মাকুমৰ মাজত ৰেল চলাচল আৰম্ভ হয়।
  • ১৯৪৫ - নিউ মেক্সিক’ৰ এলম’গ’ৰ্ডত প্ৰথম পাৰমাণৱিক বোমাৰ বিস্ফোৰণ ঘটোৱা হৈছিল।
  • ১৯৬৯ - চন্দ্ৰপৃষ্ঠত অৱতৰণৰ বাবে মানৱবাহী মহাকাশযান ‘‘এপল’—১১’’ আমেৰিকাৰ দ্বাৰা উৎক্ষেপন কৰা হৈছিল।
  • ১৯৮৯ - তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে পাকিস্তান ভ্ৰমণ কৰিছিল।
  • ২০০৪ - আছাম ৰাইফলছৰ গুলীত নিহত হোৱা মনোৰমা দেৱী নামৰ এগৰাকী মহিলাক মৃত্যুক কেন্দ্ৰ কৰি আছাম ৰাইফলছ মুখ্য কাৰ্যালয়ৰ সন্মুখত অভিনৱ ভাৱে নগ্ন মহিলাই বিক্ষোভ প্ৰদৰ্শন কৰে।

জন্ম

  • ১৮৭২ - ৰোৱাল্ড আমুণ্ডছেন, নৰৱেৰ এণ্টাৰ্কটিকা অভিযানকাৰী।
  • ১৮৮৮ - ফ্লিটজ জাৰাইনাক, পদাৰ্থ বিজ্ঞানী। তেওঁ পদাৰ্থ বিজ্ঞানৰ বাবে নোবেল লাভ কৰিছিল।
  • ১৯০৯ - অৰুণা আছফ আলি, দিল্লী কংগ্ৰেছ কমিটীৰ সভানেত্ৰী। তেখেতৰ কাল্কা নামৰ এখন গাঁৱত জন্ম হৈছিল।
  • ১৯৩০ - সুৰেন্দ্ৰ নাথ মেধি, অসমীয়া সাহিত্যৰ ইতিহাসত সৌৰভ কুমাৰ চলিহা ছদ্মনামেৰে পৰিচিত সাহিত্যিক।
  • ১৯৩৩ - কনকসেন ডেকা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্যিক, সাংবাদিক। তেখেতে নলবাৰীৰ বেলশৰত জন্ম গ্ৰহণ কৰিছিল।
  • ১৯৪৮ - সেৱাব্ৰত বৰুৱা, অসমীয়া নাট্যকাৰ, পৰিচালক আৰু অভিনেতা।
  • ১৯৬৮ - লেৰী ছেংগাৰ, আমেৰিকান ইণ্টাৰনেট প্ৰকল্প ডেভলপাৰ তথা ইণ্টাৰনেট বিশ্বকোষ ৱিকিপিডিয়াৰৰ সহ-প্ৰতিষ্ঠাপক।
  • ১৯৮৩ - কেটৰিনা কাঈফ, ইংৰাজ অভিনেত্ৰী।
  • ১৯৮৫ - ৰণৱীৰ সিং, ভাৰতীয় অভিনেতা।

মৃত্যু

  • ১৫৫৭ - এন অৱ ক্লিভছ, ইংলেণ্ডৰ ৰাণী। (জন্ম: ২২ ছেপ্টেম্বৰ, ১৫১৫)
  • ১৮৮২ - মেৰী ট'ড লিংকন, আব্ৰাহম লিংকনৰ পত্নী।
  • ২০০৮ - চাৰু বৰুৱা, ভাস্কৰ্য শিল্পী।
  • ২০১৪ - পুলিন দাস, অসমৰ এজন বিখ্যাত ক্ৰীড়া সংগঠক, ক্ৰীড়াবিদ।
  • ২০২১ - দানিছ চিদ্দিকী, ভাৰতীয় ফটো-সাংবাদিক।
  • ২০২১ - সুৰেখা চিক্ৰি, ভাৰতীয় অভিনেত্ৰী।

দিৱস

  • গিনিপিগ কৃতজ্ঞতা দিৱস।
  • বিশ্ব সৰ্প দিৱস

অনান্য

বাহ্যিক সংযোগ



তথ্য সংগ্ৰহ

Tags:

১৬ জুলাই ঘটনাৱলী১৬ জুলাই জন্ম১৬ জুলাই মৃত্যু১৬ জুলাই দিৱস১৬ জুলাই অনান্য১৬ জুলাই বাহ্যিক সংযোগ১৬ জুলাই তথ্য সংগ্ৰহ১৬ জুলাইঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

বহনক্ষম উন্নয়নৰ লক্ষ্যহাজোবগেজাৰী গীতইতিহাসফুলসাঁথৰব্ৰজাৱলী ভাষাৱৰ্ল্ড ৱাইড ৱেবঅসমৰ ধান খেতিৰ সঁজুলিসমূহএইচ টি এম এলআবেগকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানমালিনী থানউপনিষদভীমৰাও ৰামজী আম্বেদকাৰঅসম আৰক্ষীআমেৰিকা যুক্তৰাষ্ট্ৰকামৰূপ ৰাজ্যঅংককেতেকীত্ৰিভুজতৰল পদাৰ্থবিজ্ঞানআত্মাঢ়আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰভগ্নাংশ (গণিত)ৰাষ্ট্ৰসংঘ দিৱসধানবৰদৈচিলাসন্ধিঅসমীয়া যুক্তাক্ষৰৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসএডাম স্মিথআয়তক্ষেত্ৰঅসমৰ সমস্যাতোলনি বিয়াৱিকিপিডিয়াকনকলতা বৰুৱাসালোক সংশ্লেষণস্বৰাজধেমাজি জিলাভূপেন হাজৰিকাশূন্যবিহুৰ সাজ-পোচাক আৰু অলংকাৰকাৰেঙৰ লিগিৰীভূমিকম্পপাটবাউসী সত্ৰকাল সংহতিঅপাৰেটিং চিষ্টেমসংস্কৃতিঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহহাড়শিৱসাগৰ জিলাঅসম সাহিত্য সভাইউনিক’ডঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাছাইমন কমিশ্যনকোষ (জীৱবিজ্ঞান)ভাৰতীয় ৰেলপতঞ্জলিৰ যোগসূত্ৰভাইটি (চলচ্চিত্ৰ)মোৱামৰীয়া বিদ্ৰোহবৰ্ণালী কলিতাকলআনন্দৰাম ঢেকিয়াল ফুকনমৃণাল কলিতানিৰুপমা বৰগোহাঞিভাৰতীয় ভাষাঅলিম্পিকআহোম ধৰ্মকেঁচুসাৰবাৰেচহৰীয়া ভাওনা মহোৎসৱ🡆 More