চন্দ্ৰ: পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহ

চন্দ্ৰ বা জোন পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহ। চন্দ্ৰ সৌৰজগতৰ বৃহৎ উপগ্ৰহসমূহৰ অন্যতম, আৰু গ্ৰহৰ আকাৰ আৰু উপগ্ৰহৰ আকাৰৰ অনুপাতৰ ক্ষেত্ৰত সৌৰজগতৰ ভিতৰতে সৰ্ববৃহৎ। চন্দ্ৰৰ উৎপত্তি প্ৰায় ৪৫০ কোটি বৰ্ষৰ পূৰ্বে হোৱা বুলি ধাৰণা কৰা হয়। চন্দ্ৰৰ উৎপত্তিৰ বিষয়ে বিভিন্ন জনে অনুমান কৰিছে। সবাটোকৈ জনপ্ৰিয় অনুমান হ'ল যে ই পৃথিৱী আৰু মংগল গ্ৰহৰ সমান ডাঙৰ গ্ৰহ থেইয়াৰ সংঘৰ্ষৰ বাবে সৃষ্ট ডেব্ৰিৰপৰা সৃষ্ট। চন্দ্ৰৰ এফালহে পৃথিৱীৰ দিশে। কাৰণ তুল্যকালিক ঘূৰ্ণন। পৃথিৱীৰ দ্ৰষ্টাৰ বাবে ই আকাশৰ দ্বিতীয় উজ্জৱলতম বস্তু। যদিও চন্দ্ৰ প্ৰকৃততে অন্ধকাৰময়, চন্দ্ৰক জ্যোতিৰ্ময় যেন দেখা পোৱা যায় কাৰণ ইয়াৰ পোহৰ প্ৰতিফলন কৰাৰ ক্ষমতা আস্ফাল্টতকৈ অলপ অধিক।

চন্দ্ৰ ☾
Full moon in the darkness of the night sky. It is patterned with a mix of light-tone regions and darker, irregular blotches, and scattered with varying sizes of impact craters, circles surrounded by out-thrown rays of bright ejecta.
পৃথিৱীৰ উত্তৰাৰ্ধৰপৰা দৃশ্যমান পূৰ্ণচন্দ্ৰ
বিৱৰণ
বিশেষণ
কক্ষপথৰ বৈশিষ্ট্য
অনুসূৰ 362600 km
(356400370400 km)
অপসূৰ 405400 km
(404000406700 km)
অৰ্ধ-মুখ্য অক্ষ
()
কক্ষীয় পৰ্যায়কাল

(27 d 7 h 43.19 min 11.5 s)
পৰ্যায়কাল

(29 d 12 h 44 min 2.9 s)
গড় কক্ষীয় দ্ৰুতি
নতি 5.145° to the ecliptic
উদ্বিন্দুৰ দ্ৰাঘিমা
regressing by one revolution in 18.6 years
অনুসূৰ উৎপত্তি
progressing by one revolution in 8.85 years
যাৰ উপগ্ৰহ পৃথিৱী
ভৌতিক বৈশিষ্ট্যসমূহ
গড় ব্যাসাৰ্ধ   (0.273 Earths)
বিষুৱীয় ব্যাসাৰ্ধ   (0.273 Earths)
মেৰু ব্যাসাৰ্ধ   (0.273 Earths)
সমৰূপতা
পৰিধি   (equatorial)
পৃষ্ঠৰ ক্ষেত্ৰফল   (0.074 Earths)
আয়তন   (0.020 Earths)
ভৰ 7.342×1022 kg  ( Earths)
গড় ঘনত্ব
× Earth
বিষুৱীয় পৃষ্ঠৰ অভিকৰ্ষ   (0.1654 g)
পলায়ন বেগ
নাক্ষত্ৰিক ঘূৰ্ণনকাল   (synchronous)
বিষুৱীয় অঞ্চলত ঘূৰ্ণন বেগ 4.627 m/s
অক্ষীয় ঢাল
  • 1.5424° to ecliptic
  • 6.687° to orbit plane
প্ৰতিফলন অনুপাত 0.136
পৃষ্ঠৰ তাপমাত্ৰা ন্যূনতম মধ্যমীয়া সৰ্বোচ্চ
Equator 100 K 220 K 390 K
85°N  150 K 230 K
আপাত মান
  • −2.5 to −12.9
  • −12.74  (mean full moon)
কৌণিক ব্যাস 29.3 to 34.1 arcminutes
বায়ুমণ্ডল
পৃষ্ঠৰ চাপ
  • 10−7 Pa (1 picobar)  (day)
  • 10−10 Pa (1 femtobar)   (night)
আয়তন অনুসৰি সংযুতি

আকাশত চন্দ্ৰৰ প্ৰাধান্যই চন্দ্ৰক কলাত্মক, ধাৰ্মিক, পঞ্জিকা সম্বন্ধীয় আৰু ভাষিক দিশত অত্যধিক প্ৰভাৱ পেলাইছে। চন্দ্ৰৰ মধ্যাকৰ্ষণে বাবে সাগৰত জোৱাৰ আদিৰ সৃষ্টি কৰে। জোনৰ পৃথিৱীৰপৰা দূৰত্ব প্ৰায় পৃথিৱীৰ ব্যাসৰ ৩০ গুণ। পৃথিৱীৰপৰা চন্দ্ৰৰ আকাৰ প্ৰায় সূৰ্যৰ সমান যেন দেখা পায়, সেয়ে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ সম্ভৱ।

Tags:

উপগ্ৰহপৃথিৱীসৌৰজগত

🔥 Trending searches on Wiki অসমীয়া:

পাচনহীৰেন ভট্টাচাৰ্যভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাকামৰূপী লিপিগোলাঘাট জিলাসাধুকথাসতীধৰিত্ৰী দিৱসয়নামঘোষাগৰু বিহুঅসমৰ মাছ ধৰা সঁজুলিভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকানাৰীবাদসিন্ধু সভ্যতাবাজেটভটিমাভাৰত-চীন যুদ্ধপাৰিপাৰ্শ্বিক সংঘাতপথেৰ পাঁচালীনিৰ্মলপ্ৰভা বৰদলৈতথ্য জনাৰ অধিকাৰ আইন, ২০০৫খোলমাটিকুলধৰ শইকীয়াকৃষ্ণচূড়াচ্যু-লিক-ফাঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাবৰপেটামোৰো এটা সপোন আছেমেখেলা চাদৰমৰাণ জনগোষ্ঠীনীলমণি ফুকন (কনিষ্ঠ)বসন্ত ঋতুপিঠাঠেঙ্গাল কছাৰী জনগোষ্ঠীভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫তাল (বাদ্যযন্ত্ৰ)অসম বৈভৱ বঁটাএইচ.আই.ভি/এইড্‌ছভাৰতৰ উচ্চতম ন্যায়ালয়সাহিত্যৰ সমাজতত্ত্বমাটিৰ হিচাপপাৰিজাত হৰণ নাটচিলাৰায়ভাৰতৰ প্ৰধানমন্ত্ৰীঅনাভেদী যৌনক্ৰিয়াবায়ু প্ৰদূষণঅসমৰ লোকগীতগাঁও পঞ্চায়তব্ৰহ্মপুত্ৰ উপত্যকাহীৰেন্দ্ৰ নাথ দত্তঅসমৰ বাঁহ-বেতৰ শিল্পকপৌ ফুলকলিকতাৰুদ্ৰ কন্দলীমোহনদাস কৰমচান্দ গান্ধীনাগৰিকত্ব (সংশোধনী) আইন, ২০১৯মাধৱদেৱঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫সন্ধিঅসমৰ মুখা শিল্পধেমাজি জিলাঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাভাৰত-আৰ্য ভাষা পৰিয়ালজৈন ধৰ্মঅসমৰ মহকুমাসমূহৰ তালিকামহিলাৰ বিৰুদ্ধে হিংসাহৃদযন্ত্ৰসাপশ্ৰীমদ্ভগৱতগীতাকোচ ৰাজবংশীঅসমীয়া ভাষাৰ শব্দসম্ভাৰসংবিধান দিৱস (ভাৰত)বিত্তীয় বজাৰভাৰতীয় দৰ্শন🡆 More