লুকা-ভাকু: শিশুৰ খেল

লুকা-ভাকু (ইংৰাজী: Hide-and-seek) হৈছে এক জনপ্ৰিয় শিশুৰ খেল য’ত কমেও দুজন খেলুৱৈ (সাধাৰণতে কমেও তিনিজন) এক নিৰ্ধাৰিত পৰিৱেশত লুকাই থাকে, যাক এক বা তাতকৈ অধিক সন্ধানকাৰীয়ে বিচাৰিবলৈ যায়। খেলটো বাছনি কৰা এজন খেলুৱৈয়ে চকু বন্ধ কৰে আৰু এটা পূৰ্বনিৰ্ধাৰিত সংখ্যা গণনা কৰে। আনহাতে আন খেলুৱৈসকলে লুকাবলৈ যায়। এক নিৰ্দিষ্ট নম্বৰত উপনীত হোৱাৰ পিছত, লুকুৱাবলৈ যোৱা খেলৈসকল সাজু বা লুকুওৱা হোৱাৰ পিছত সন্ধানকাৰীয়ে খেলুৱৈবোৰক চিনাক্ত কৰিবলৈ চেষ্টা কৰে বা বিচাৰিবলৈ যায়।

লুকা-ভাকু
লুকা-ভাকু: শিশুৰ খেল
বনাঞ্চলত লুকা-ভাকু খেলি থকা তিনিটা শিশুৰ ১৯শতিকাৰ চিত্ৰ (ফ্ৰাইডৰিখ এডুয়াৰ্ড মেয়াৰহেইম)
খেলুৱৈ সংখ্যা ২+
Age range ৩+
Setup time ৯০ চেকেণ্ড
খেলৰ সময় নিৰ্দিষ্ট সময়সীমা নাই
খেলুৱৈক যাদৃচ্ছিক সুযোগ প্ৰদান অতি ক্ষীণ
প্ৰয়োজনীয় কৌশল(সমূহ) দৌৰ, লক্ষ্য ৰখা, লুকুৱা, পৰ্যবেক্ষণ, মৌনতা

খেলটো বহু ধৰণে শেষ বা সমাপ্ত হ'ব পাৰে। শেষ কৰাৰ সচৰাচৰ উপায়টো হৈছে সন্ধানকাৰী খেলৈসকলে লুকাই থকা খেলুৱৈক চিনাক্ত কৰা; প্ৰথমে বিচাৰি পোৱা খেলুৱৈজন হ’ল বিফল বা হাৰি যোৱা খেলৈ যিয়ে পৰৱৰ্তী খেলত লুকাই থকা খেলৈক বিচাৰিবলগীয়া হয়। অন্তিমত যাক বিচাৰি পোৱা যায়, সেই খেলুৱৈজনে এই খেলৰ বিজয়ী হয়। ঠাই বিশেষে এই খেলটোক বিভিন্ন ধৰণে খেলা দেখা যায়।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

  • লুকা-ভাকু: শিশুৰ খেল  ৱিকিমিডিয়া কমন্সত লুকা-ভাকু সম্পৰ্কীয় মিডিয়া ফাইল।

Tags:

🔥 Trending searches on Wiki অসমীয়া:

হিউৱেন-চাংদেওপাহাৰবিপন্ন প্ৰজাতিযোগেশ দাসশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯আকাশবাণী গুৱাহাটীকৰতল কমল কমল দল নয়নদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানসাম্যবাদবিষুৱ ৰেখাশৰৎচন্দ্ৰ গোস্বামীঅৰ্কিডভাৰতৰ নিৰ্বাচন আয়োগভাৰতীয় নাগৰিকত্ব আইনপ্ৰতিমা (কাব্য গ্ৰন্থ)মহাসাগৰঅসমীয়া বৰ্ণমালাবিশ্ব বেংকমহাদেশমই আৰু নেফাবিৰিঞ্চি কুমাৰ বৰুৱাভোলানাথ দাসবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যবৰগীতনাগৰিকত্বমোৰ জীৱন সোঁৱৰণডিগবৈ তেল শোধনাগাৰবাৰেচহৰীয়া ভাওনা মহোৎসৱকাৰেঙৰ লিগিৰীঅগ্নিগড়ৰামকোচ ৰাজবংশখামটি জনগোষ্ঠীবাঁহীৰুক্মিণী হৰণ নাটশব্দ প্ৰদূষণমণিৰাম দেৱানসংস্কৃতিমনোবিজ্ঞানমৃণাল কলিতাআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডফুলবিদ্যুৎঋতুকৃষ্ণকান্ত সন্দিকৈঅসমৰ কুঁহিলা শিল্পহয়গ্ৰীৱ মাধৱ মন্দিৰঅযোধ্যা (পৌৰাণিক নগৰ)তুলসীলাচিত বৰফুকনপৰিৱেশ অধ্যয়নঅসমৰ ৰেচম শিল্প২৫ এপ্ৰিলভঠেলিউত্তৰ-পূব সীমান্ত ৰেলৱেলখিমপুৰ (লোকসভা সমষ্টি)অসমীয়া শিশু আলোচনীসমূহৰ তালিকাঅসমীয়া গালি-গালাজযতি-চিনডাকৰ বচনবিশেষ শিক্ষাবহনক্ষম ভূমি ব্যৱস্থাপনাকামদেৱতাল (বাদ্যযন্ত্ৰ)নীলমণি ফুকন (কনিষ্ঠ)অনুৰাধা শৰ্মা পূজাৰীইষ্ট ইণ্ডিয়া কোম্পানীহীৰেন ভট্টাচাৰ্যভূমিকম্পইয়াণ্ডাবু সন্ধিনিৰুপমা বৰগোহাঞিশালস্তম্ভ ৰাজবংশঅসমীয়া ভাষাঅসমৰ চিত্ৰকলাৰ ইতিহাস🡆 More