ৰামধেনু

ৰামধেনু (ইংৰাজী: Rainbow) হ'ল সূৰ্যৰ ৰশ্মি বৰষুণৰ মাজেদি পাৰ হৈ আহোঁতে সাত ৰঙলৈ বিচ্ছুৰিত হৈ আকাশত দেখা দিয়া এক ৰঙীন পৰিঘটনা। সূৰ্যৰ বিপৰীতে আকাশত মেঘ থাকিলে মেঘৰ জলীয় বাষ্প বা পানীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণাৰ মাজেদি পোহৰৰ ৰশ্মি প্ৰতিসৰিত হয়। ফলত সূৰ্যৰ পোহৰত আমি দেখা পোৱা বগ ৰঙটো বিচ্ছুৰিত হৈ পৰে আৰু বিপৰীত আকাশত সাতটা ৰঙৰ বৃত্তচাপ কিছুমান সৃষ্টি কৰে। সূৰ্যৰ পোহৰ সাতটা ৰঙৰ সমষ্টি। সেইকেইটা হ'ল:

ৰামধেনু
বৰষুণৰ পিছত আকাশত দেখা পোৱা ৰামধেনু
বেঙুনীয়া
Violet
ঘন নীলা
Indigo
নীলা
Blue
সেউজীয়া
Green
হালধীয়া
Yellow
সুমথিৰা
Orange
ৰঙা
Red
                                  

পানীৰ কণিকাৰ মাজেদি অহা পোহৰ ৰশ্মি এই সাতটা ৰঙলৈ বিচ্ছুৰিত হৈ ৰামধেনু হিচাপে দেখা দিয়ে।

তথ্যসূত্ৰ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

হিন্দু ধৰ্মমই আৰু নেফাসাহিত্যৰ সমাজতত্ত্বমিজোৰামভূপেন হাজৰিকাৰ সাহিত্যভাৰতীয় শিল্পকলাইলন মাস্ক্ভাৰতীয় ভাষাভট্টদেৱৰ গদ্যশৈলীহেম সৰস্বতীঅভিধানচীনা-তিব্বতীয় ভাষামিচিং জনগোষ্ঠীসন্ধ্যাৰাগ (চলচ্চিত্ৰ)নেতাই ধুবুনী ঘাটখনিকৰ (নাট)লভিতাকমলাবাৰী সত্ৰদীনেশ চন্দ্ৰ গোস্বামীআহোম ভাষামৃণাল কলিতামিচিং নৃত্য আৰু গীত মাতমাতৃভাষামৃত্যুসম্পাদনাদেওপাহাৰছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)সংমিশ্ৰিত মীন-পালনযোৰহাট জিলাবেলিমাৰ (নাটক)অসমৰ জনগোষ্ঠীএকচেটীয়া বজাৰমহিম বৰাভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যভাৰতৰ জাতীয় পতাকাতৎসমহীৰেন ভট্টাচাৰ্যগমধৰ কোঁৱৰব্ৰহ্মপুত্ৰ উপত্যকাঅৰ্থনীতিঅসমৰ পৰম্পৰাগত খেল-ধেমালি২৬ এপ্ৰিলঅলিম্পিকআমেৰিকা যুক্তৰাষ্ট্ৰভূগোলডিফু চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়ৰামধেনু (আলোচনী)দুৰ্গা পূজাগুৱাহাটীকলঋণাত্মক অখণ্ড সংখ্যাদক্ষিণপাট সত্ৰবিপন্ন প্ৰজাতিভাৰতমোপিন উত্‍সৱইয়াত এখন অৰণ্য আছিললক্ষ্মীনন্দন বৰাহেমকোষশব্দ প্ৰদূষণতিৱা জনগোষ্ঠীখামটি জনগোষ্ঠীপূৰবী বৰমুদৈশিৱসাগৰ জিলালুৰিন জ্যোতি গগৈজিএছটিঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাওজাপালিমানুহৰ কংকালভাৰতীয় ৰেলহিমবাহ🡆 More