২৭ মে': তাৰিখ

২৭ মে' (ইংৰাজী: 27 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪৭তম (অধিবৰ্ষত ১৪৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২১৮টা দিন বাকী থাকে।

১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

ঘটনাৱলী

  • ১৯১৯ - জালিয়ানাৱালাবাগৰ ঘৃণ্য আৰু বৰ্বৰোচিত হত্যাকাণ্ডৰ( ১৯১৯ চনৰ ১৩ এপ্ৰিল) প্ৰতিবাদ জনাই ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা "নাইট" উপাধি ত্যাগ কৰে আৰু বৰলাট লৰ্ড চেমচ ফোৰ্ডক চিঠি দিয়ে।
  • ১৯৫২ - ইউৰোপীয়ান প্ৰতিৰক্ষা গোষ্ঠী গঠিত হয়।
  • ১৯০১ - ব্ৰিটিছ শাসিত অসম প্ৰদেশৰ তদানিন্তন চীফ কমিছনাৰ ছাৰ হেনৰী ষ্টেডমেন কটনে কটন কলেজৰ আৰম্ভণি হ'ল বুলি ঘোষণা কৰিছিল।

জন্ম

  • ১৩৩২ - ইবন খালদুন, উত্তৰ আফ্ৰিকাৰ এজন দাৰ্শনিক, আধুনিক সমাজবিজ্ঞান, ভূগোল, বুৰঞ্জী আৰু অৰ্থনীতি বিজ্ঞানৰ অন্যতম পণ্ডিত, বিখ্য়াত কিতাপ 'মুকদ্দিমাহ'। (মৃত্য়ুঃ ১৪০৬)
  • ১৮৫২ - বিলি বাৰ্নছ, পেশাদাৰী ইংৰাজ ক্ৰিকেটাৰ।
  • ১৯০৭ - ৰাচেল কাৰ্ছন, আমেৰিকান জীৱবিজ্ঞানী।
  • ১৯৩৮ - ভালচন্দ্ৰ নেমাডে, ভাৰতীয় সাহিত্যিক।
  • ১৯৫৭ - নীতিন জয়ৰাম গাডকাৰী, ভাৰতীয় ৰাজনীতিবিদ আৰু উদ্যোগপতি।
  • ১৯৫৯ - ডনা থিয় ষ্ট্ৰিকলেণ্ড, কানাডিয়ান পদাৰ্থবিদ। লেজাৰ বিষয়ে গৱেষণা কৰি তেওঁ লেজাৰৰ উন্নতি সাধন কৰাৰ বাবে তেওঁ বিখ্যাত।
  • ১৯৬২ - ৰবি শাস্ত্ৰী, ভাৰতীয় ক্ৰিকেটাৰ।
  • ১৯৭৭ - মাহেলা জয়াবৰ্ধনে, শ্ৰীলংকাৰ ক্ৰিকেটাৰ।

মৃত্যু

দিৱস আৰু অন্যান্য

বহিঃসংযোগ



Tags:

২৭ মে' ঘটনাৱলী২৭ মে' জন্ম২৭ মে' মৃত্যু২৭ মে' দিৱস আৰু অন্যান্য২৭ মে' বহিঃসংযোগ২৭ মে'অধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ পৰম্পৰাগত খেল-ধেমালিহাড়লখিমপুৰ জিলাশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাপৰিৱেশ অধ্যয়নৰতিফেইচবুকঅসমৰ লোকগীতৰুক্মিণী হৰণ নাটচীনা-তিব্বতীয় ভাষাঅসম চুক্তিসংক্ৰমণপদ (ব্যাকৰণ)অসমীয়া লিপিৰ বুৰঞ্জীদক্ষিণ এচিয় আঞ্চলিক সহযোগিতা সংস্থাশৰৎচন্দ্ৰ চট্টোপাধ্যায়চিপকো আন্দোলনজিএছটিলুই পেষ্ট'ৰএচিদ বৰষুণঅসমত দেখা পোৱা মাছৰ তালিকাভাৰতৰ উপৰাষ্ট্ৰপতিএডল্ফ হিটলাৰনাগালেণ্ডৰ সংস্কৃতিশিক্ষাৰ অধিকাৰনলিনীবালা দেৱীপাতআবেগকোচ ৰাজবংশীঅম্বিকাগিৰি ৰায়চৌধুৰীঅশ্বত্থামাসৌৰজগতহনুমান জয়ন্তীমৌখিক লোকসাহিত্যপাটকাইৰ ইপাৰে মোৰ দেশপুথিভঁৰালফাট বিহুনীলমণি ফুকন (জ্যেষ্ঠ)এইচ টি এম এলএলভিছ আলী হাজৰিকাপাইথাগোৰাছৰ উপপাদ্যআল্লাহঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাবৰপেটা সত্ৰমাধৱী লতাআজান পীৰআমাৰ অসমধেমাজি জিলাসেউজ গৃহ প্ৰভাৱউপভাষাবিহুৰ খাদ্যতগৰকৃষিপৃথিৱীৰ বায়ুমণ্ডলমহাসাগৰপিম্পৰা গুচোৱাভাৰতৰ সংবিধানমাঘ বিহুৰক্তদলঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাসালোক সংশ্লেষণকামৰূপী উপভাষাযৌন সংক্ৰামক ৰোগৰঘুনাথ দাস মহন্তঅসমৰ কাঁহ শিল্পমামণি ৰয়ছম গোস্বামীমানৰ অসম আক্ৰমণৰাসায়নিক মৌলপুৰন্দৰ সিংহনিমাতী কইনাসৰ্বেপল্লী ৰাধাকৃষ্ণণকৰম পূজাকমলাকান্ত ভট্টাচাৰ্য্য🡆 More