১৩ মে': তাৰিখ

১৩ মে' (ইংৰাজী: 13 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৩৩তম (অধিবৰ্ষত ১৩৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩২টা দিন বাকী থাকে।

১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

ঘটনাৱলী

  • ১৯৯৫ - প্ৰথম মহিলা হিচাপে  এলিচন অক্সিজেন আৰু চেৰপা চাৰাই এভাৰেষ্ট জয় কৰে।
  • ২০০০ - ভাৰতৰ লাৰা দত্তই বিশ্বসুন্দৰী খিতাপ লাভ কৰে।

জন্ম

মৃত্যু

  • ১৮৩৬ - চাৰ্লছ উইলকিঞ্চ, ইংৰাজ ভাষাবিদ। (জন্ম: ১৭৪৯)
  • ১৯৪৭ - সুকান্ত ভট্টাচাৰ্য, ভাৰতীয় সাহিত্যিক। (জন্ম: ১৫ আগষ্ট, ১৯২৬)
  • ১৯৫১ - হাজৰত মোহনী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু কবি। (জন্ম:- ১ জানুৱাৰী ১৮৭৫)
  • ১৯৬৩ - সুকুমাৰ সেন, ভাৰতীয় সাহিত্যক। (জন্ম: ২ জানুৱাৰী, ১৮৯৮)
  • ২০০১ - আৰ কে নাৰায়ণ, ভাৰতীয় লেখক। (জন্ম: ১০ অক্টোবৰ, ১৯০৬)
  • ২০১৮ - ই চি জৰ্জ সুদৰ্শন, ভাৰতীয়-আমেৰিকান তাত্ত্বিক পদাৰ্থ বিজ্ঞানী।

দিৱস

  • ৰোটুমা দিৱস (ৰোটুমা দ্বীপপুঞ্জ)

তথ্য সংগ্ৰহ


বাহ্যিক সংযোগ


Tags:

১৩ মে' ঘটনাৱলী১৩ মে' জন্ম১৩ মে' মৃত্যু১৩ মে' দিৱস১৩ মে' তথ্য সংগ্ৰহ১৩ মে' বাহ্যিক সংযোগ১৩ মে'অধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

ফুলপৰম্পৰাৰুক্মিণীনামঘৰমোগল সাম্ৰাজ্যভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যযতীন্দ্ৰ নাথ দুৱৰাশামুকশাক-পাচলিকোচ ৰাজবংশকাঞ্চন (উপন্যাস)সাহিত্য সমালোচনাঋণাত্মক অখণ্ড সংখ্যাহেম বৰুৱা (ত্যাগবীৰ)ৰাতি বিহুশ্ৰীকৃষ্ণকীৰ্তনসিন্ধু সভ্যতাসমাজতত্ত্বআৱাহন (আলোচনী)হনুমানযোগেশ দাসইয়াত এখন অৰণ্য আছিলঅসমত দেখা পোৱা সাপবোৰগুগলচুটিগল্পতিৱা জনগোষ্ঠীৰজনীকান্ত বৰদলৈদেউৰী জনগোষ্ঠীকামৰূপ ৰাজ্যমহামায়া ধামঅসমীয়া ব্যাকৰণথমাছ আলভা এডিচনভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫সৰ্বেপল্লী ৰাধাকৃষ্ণণশোণিত কুঁৱৰীছ'ভিয়েট সংঘভাৰতৰ জাতীয় পতাকাশিক্ষা মনোবিজ্ঞানবসন্ত ৰোগত্ৰিপুৰাঅসম আৰক্ষীঅসমৰ ইতিহাসমানৱ উন্নয়ন সূচকপিয়লি ফুকনঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিচৰকাৰশিক্ষাৰ অধিকাৰলক্ষ্মীনন্দন বৰাপায়ু সংগমবড়ো জনগোষ্ঠীকনকলতা বৰুৱাপঞ্চভুজজাতি লাউনীলমণি ফুকন (কনিষ্ঠ)ইন্দিৰা মিৰিপিম্পৰা গুচোৱাচামেলি মেমচা'বনাটকপ্ৰাক-ইতিহাসপাইক প্ৰথাকেতেকী ফুলমামৰে ধৰা তৰোৱালপ্ৰাকৃতিক সম্পদফলৰ তালিকাউদাৰনৈতিকতাবাদটকা (বাদ্য)ছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)অসমীয়া ভাষাৰ ব্যাকৰণ (হেমচন্দ্ৰ বৰুৱা)ভক্তি ৰত্নাৱলীঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলযুধিষ্ঠিৰ🡆 More