১ মে': তাৰিখ

১ মে' (ইংৰাজী: 1 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২১তম (অধিবৰ্ষত ১২২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

ঘটনাৰাজী

জন্ম

  • ১৮৮১ – পিয়েৰে টেইহাৰ্ড দ্য চাৰ্ডিন, ফৰাচী দাৰ্শনিক আৰু জীবাশ্মবিদ (মৃ. ১৯৫৫)
  • ১৯১৯ – মান্না দে, ভাৰতীয় সঙ্গীতশিল্পী।
  • ১৯১৩ - বলৰাজ চাহানী, হিন্দী চলচ্চিত্ৰৰ অভিনেতা। (মৃত্যু: ১৩ এপ্ৰিল, ১৯৭৩)
  • ১৯২২ - আব্দুছ ছাত্তাৰ, অসমৰ কবি, জীৱনীকাৰ, প্ৰবন্ধকাৰ, সমালোচক আৰু শিক্ষাবিদ।
  • ১৯২৩ – জোছেফ হেলাৰ, আমেৰিকান ঔপন্যাসিক (মৃ. ১৯৯৯)
  • ১৯৪২ - ৰমেশ পাঠক, ভাৰতীয় সাহিত্যিক তথা গৱেষক।
  • ১৯৫১ – গৰ্ডন গ্ৰীনিজ, ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ বেটচমেন।
  • ১৯৬০ - কমলেশ মেহতা, ভাৰতীয় টেবুল টেনিছ খেলুৱৈ তথা প্ৰশিক্ষক।
  • ১৯৬৮ - বাবুল ফুকন, অসমৰ এজন সুদক্ষ ফুটবল খেলুৱৈ আছিল। দীৰ্ঘদিন ধৰি যকৃৎ আৰু বৃক্কৰ ৰোগত আক্ৰান্ত হৈ থকাৰ পিছত ২০১৩ চনৰ ১৪ ডিচেম্বৰ তাৰিখে তেওঁ মৃত্যুবৰণ কৰে।
  • ১৯৬৮ – অলিভাৰ বিয়েৰহফ, জাৰ্মান ফুটবল খেলুৱৈ।
  • ১৯৭৩ - ডায়েনা হেইডেন, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৮৮ - অনুষ্কা শৰ্মা, হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী।
  • ১৯৯৫ - ৰাধিকা মাদান, হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী।

মৃত্যু

  • ১৯৪৫ – জোছেফ গোয়েবলচ, নাৎসি জাৰ্মানৰ প্ৰচাৰমন্ত্ৰী (জ. ১৮৯৭)
  • ১৯৯০ - উপেন্দ্ৰনাথ ব্ৰহ্ম, ভাৰতীয় ৰাজনৈতিক নেতা।
  • ১৯৯৩ - পিয়েৰ‌ বেৰেগোভোয়া, ফৰাচী প্ৰধানমন্ত্ৰী (জ. ১৯২৫)
  • ২০২১ - বিক্ৰমজিৎ কঁৱৰপাল, ভাৰতীয় অভিনেতা।

দিৱস

বাহ্যিক সংযোগ


Tags:

১ মে' ঘটনাৰাজী১ মে' জন্ম১ মে' মৃত্যু১ মে' দিৱস১ মে' বাহ্যিক সংযোগ১ মে'অধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

হিন্দু ধৰ্মসত্যনাথ বৰাবাংলাদেশনগাঁও (লোকসভা সমষ্টি)সংখ্যাবাণীকান্ত কাকতিগাঁও পঞ্চায়তগৱেষণাসাঁথৰঅংগৰাগ মহন্তসদৌ অসম ছাত্ৰ সন্থাইষ্ট ইণ্ডিয়া কোম্পানীঘৰ শালিকাএলভিছ আলী হাজৰিকাভাৰতীয় ৰেলঅসমত মহাত্মানক্ষত্ৰহিমন্ত বিশ্ব শৰ্মাব্ৰিটিছ ৰাজচোৰধৰাপাইথাগোৰাছৰ উপপাদ্যকথা-ভাগৱতঅসম চুক্তিএ কে গাৰ্নিঅৰ্থনীতিঅসমৰ পৰম্পৰাগত সাজ-পাৰফুলগুৰি ধেৱাকাল সংহতিঅনুবাদঅসমীয়া জাতিজাতনামঅলিম্পিকদিহানামবাঁহঅতুল চন্দ্ৰ হাজৰিকাকাৰাটেবিদ্যুৎকেন্দ্ৰীয় শাসিত অঞ্চলগোপীনাথ বৰদলৈআন্তৰ্জাতিক শ্ৰমিক দিৱসকৃষ্ণকান্ত সন্দিকৈভেঁকুৰপ্ৰজ্ঞাচ্যু-কা-ফাগঙ্গা নদীসমাৰ্থক শব্দহাতীহিমবাহসাত বিহুঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাছুনামিপৰিয়ালশালস্তম্ভ ৰাজবংশভ্ৰাম্যমাণ থিয়েটাৰজ্ঞানপীঠ বঁটাপাচনসংঘাতচি এছ এছশিক্ষাআহোম ভাষাবতৰপাৰ্ৱতি প্ৰসাদ বৰুৱাআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰউত্তৰ গুৱাহাটীহেমচন্দ্ৰ বৰুৱাবতাহআহোম ধৰ্মশামুকয়নীলমণি ফুকন (জ্যেষ্ঠ)চীনা-তিব্বতীয় ভাষাঅসমৰ তেল শোধনাগাৰমিৰি জীয়ৰীনেপালী জনগোষ্ঠী🡆 More