৯ মে': তাৰিখ

৯ মে' (ইংৰাজী: 9 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৯তম (অধিবৰ্ষত ১৩০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩৬টা দিন বাকী থাকে।

১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

ঘটনাৱলী

  • ১৯৫৫ - শীতল যুদ্ধ‌: পশ্চিম জাৰ্মানীয়ে নাটোত যোগদান কৰে।
  • ২০১৪ - শশী কাপুৰক দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।

জন্ম

  • ১৫৪০ - মহাৰাণা প্ৰতাপ, ভাৰতীয় শাসনকৰ্তা।
  • ১৮৬৬ - গোপাল কৃষ্ণ গোখলে, ভাৰতীয় ৰাজনৈতিক নেতা আৰু সমাজ সংস্কাৰক।
  • ১৯৫৩ - মল্লিকা সাৰাভাই, ভাৰতীয় শাস্ত্ৰীয় নৃত্য শিল্পী তথা অভিনেত্ৰী।
  • ১৯৯২ - ছাই পল্লৱী, ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী।

মৃত্যু

  • ১৯৮১ - দুৰ্গাবাঈ দেশমুখ, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, অধিবক্তা, সমাজকৰ্মী আৰু ৰাজনীতিবিদ।
  • ১৯৮৬ - টেনজিং নৰ্গে, এজন নেপালী শেৰপা পৰ্বতাৰোহী আৰু এডমণ্ড হিলাৰীৰ লগত প্ৰথম এভাৰেষ্ট শৃঙ্গ বিজয়ী। (জন্ম: ২৯ মে', ১৯১৪)
  • ১৯৯৮ - তালাত মেহমুদ, ভাৰতীয় সংগীতজ্ঞ।
  • ২০১৫ - এলিজাবেথ উইলছন, আমেৰিকান অভিনেত্ৰী।
  • ২০২৩ - মিহিৰজ্যোতি বৰুৱা, অসমীয়া মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা।

দিৱস

  • বিজয় দিৱস (ছোভিয়েট সংঘ)

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

৯ মে' ঘটনাৱলী৯ মে' জন্ম৯ মে' মৃত্যু৯ মে' দিৱস৯ মে' তথ্য সংগ্ৰহ৯ মে' বাহ্যিক সংযোগ৯ মে'অধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

যোৰহাটনৰনাৰায়ণচাণক্যছক্ৰেটিছপঞ্চায়তী ৰাজবাজেটৰবীন্দ্ৰনাথ ঠাকুৰঅসম সাহিত্য সভাজালিয়ানৱালাবাগৰ হত্যাকাণ্ডৱিকিমিডিয়া আন্দোলনছ'ভিয়েট সংঘগুৱাহাটীঅভিধানশ্ৰী শ্ৰী বটদ্ৰৱা থানচুটিগল্পশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাভেঁকুৰপূৰ্ণ স্বৰাজবাগ্‌ধ্বনিতাল (বাদ্যযন্ত্ৰ)চীনগাঁও পঞ্চায়ততৎসমকামাখ্যা দেৱীতথ্য জনাৰ অধিকাৰ আইন, ২০০৫যুক্তৰাজ্যতিব্বতঅসমৰ পৰম্পৰাগত সাজ-পাৰসাঁথৰমৰাণ জনগোষ্ঠীবনলতা সেন (কবিতা)তাপগতি বিজ্ঞানকম্পিউটাৰঅসমৰ জিলাসমূহজ্ঞানপীঠ বঁটানাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ভূগোলবুৰঞ্জীডিব্ৰুগড়বিল্বেশ্বৰ দেৱালয়অসমৰ সাধুকথাপ্ৰাক্-ছক্ৰেটেছীয় দৰ্শনঅসম বিধানসভাৱিকিমানৱ ভূগোলআহোম জনগোষ্ঠীইউক্লিডমাজুলীমাঘ বিহুহাবুংজুৰী বৰা বৰগোহাঞিঅলিম্পিকগুৰু আসনআহোম ৰাজ্যযাদৱ পায়েংঅসমকলবাসুদেৱ থানকেতেকেশ্বৰ দেৱালয়কেশৱ মহন্তশকুন্তলাড'পলাৰ প্ৰভাৱবেক্টেৰিয়াৰাম মন্দিৰ, অযোধ্যাভট্টদেৱৰ গদ্যশৈলীশিৱসাগৰৰ শিৱদৌলউইলিয়াম শ্বেইকছপীয়েৰভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাঅসমৰ কাঁহ শিল্পতগৰৰছী টনা খেলবিহু নৃত্যপ্ৰাকৃতিক দুৰ্যোগমুহাম্মাদমানৱ শৰীৰঅসমৰ পৰম্পৰাগত খেল-ধেমালি🡆 More