৬ মে': তাৰিখ

৬ মে' (ইংৰাজী: 6 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৩তম (অধিবৰ্ষত ১২৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪২টা দিন বাকী থাকে।

১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

ঘটনাৱলী

  • ১৫২৯ - বিহাৰ আৰু উত্তৰ প্ৰদেশৰ আফগানসকল মোগল সম্ৰাট বাবৰৰ হাতত পৰাজিত হয় গংগা আৰু ঘঘৰা নদীৰ সংগমস্থলত। এই ঘটনাৰ পিছতে মোগল সম্ৰাট বাবৰ সিন্ধুৰ পৰা বিহাৰ আৰু গোৱালিয়ৰ পৰ্যন্ত এক বিশাল সাম্ৰাজ্যৰ অধিপতি হয়।
  • ১৮৪০ - বিশ্বৰ প্ৰথমটো ডাক টিকটৰ ৰাজহুৱা ব্যৱহাৰ আৰম্ভ হয় ব্ৰিটেইনত। এই ডাক টিকটটো ১৮৪০ চনৰ ১০ জানুৱাৰীত প্ৰৱৰ্তন কৰা হৈছিল। টিকটো নামকৰণ কৰা হৈছিল ‘পেনি ব্লেক’।
  • ১৮৫৩ - আমেৰিকান সংবাদ-পত্ৰ ‘নিউয়ৰ্ক হেৰাল্ড’ৰ প্ৰকাশ হয়।

জন্ম

  • ১৭৯২ - মাৰ্টিন ওম, জাৰ্মান গণিতজ্ঞ।
  • ১৮১১ - জেম্ছ ইয়ং ছিম্পছন, স্কটলেণ্ডৰ প্ৰসূতিবিদ, ক্লেৰোফৰ্মৰ আৱিষ্কাৰক।
  • ১৮৫৬ - ছিগমণ্ড ফ্ৰয়েড, অষ্ট্ৰিয়াৰ মনোবিজ্ঞানী।
  • ১৮৬১ - মতিলাল নেহৰু, ভাৰতৰ স্বাধীনতা সংগ্ৰামী, জৱাহৰলাল নেহৰুৰ পিতৃ।
  • ১৯০৪ - হেৰী মাৰ্টিনছন, ছুইডেনৰ কবি, ঔপন্যাসিক। ১৯৭৪ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
  • ১৯০৯ - এডমিৰেল ৰবাৰ্ট এডুইন প্যাৰী, উত্তৰ মেৰুত প্ৰথম মানৱৰ প্ৰথম খোজ দিয়া আমেৰিকাৰ অভিযাত্ৰী (১৮৫৬ চন)।
  • ১৯১১ - মৃদুলা সাৰাভাই, ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ।
  • ১৯২৬ - সোণেশ্বৰ বৰা, ভাৰতীয় স্বাধীনতা সংগ্ৰামী ,ৰাজনীতিবিদ আৰু সমাজকৰ্মী।
  • ১৯৫৩ - টনী ব্লেয়াৰ, ব্ৰিট্ৰিছ প্ৰধান মন্ত্ৰী।
  • ১৯৮৩ - গগন নাৰং, ভাৰতীয় শ্বুটাৰ।
  • ১৯৮৬ - শ্বাহানা গোস্বামী, ভাৰতীয় অভিনেত্ৰী।

মৃত্যু

  • ১৯৪৯ - মৰি মেটাৰলংক, বেলজিয়ামৰ ফৰাচী ভাষাৰ নাট্যকাৰ তথা কবি। ‘দা ব্লু বাৰ্ড’ (১৯০৮) তেওঁৰ প্ৰসিদ্ধ ৰচনা। ‘নীলা চৰাই’ নামেৰে এইখন অসমীয়ালৈও অনূদিত হৈছে। ১৯১১ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
  • ১৯৫২ - মাৰিয়া মণ্টেছৰী, ইটালিয়ান স্বাস্থ্যবিদ আৰু শিক্ষাবিদ।
  • ১৯৯২ - মাৰ্লিন ডিট্ৰিস, জাৰ্মান-আমেৰিকান অভিনেত্ৰী আৰু গায়িকা।
  • ২০০২ - শান্তা গান্ধী, ভাৰতীয় নাট পৰিচালক, নৃত্যশিল্পী আৰু নাট্যকাৰ।

দিৱস

  • শিক্ষক দিৱস (জামাইকা)

বাহ্যিক সংযোগ



তথ্য়সূত্ৰ

Tags:

৬ মে' ঘটনাৱলী৬ মে' জন্ম৬ মে' মৃত্যু৬ মে' দিৱস৬ মে' বাহ্যিক সংযোগ৬ মে' তথ্য়সূত্ৰ৬ মে'অধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

বসন্ত ৰোগতথ্য জনাৰ অধিকাৰ আইন, ২০০৫নগেন শইকীয়াদৰ্শনঅণুবীক্ষণ যন্ত্ৰউইলিয়াম শ্বেইকছপীয়েৰমানৰ অসম আক্ৰমণডি এন এহিন্দী ভাষাঅসমৰ কাঁহ শিল্পবনঘোষাভাৰত-আৰ্য ভাষা পৰিয়ালভাৰতীয় সাহিত্যকৃষ্ণচূড়ামণিৰাম দেৱান (চলচ্চিত্ৰ)বাঁহীস্বাভাৱিক সংখ্যাহিমবাহশিৱসাগৰ পুখুৰীৰজনীকান্ত বৰদলৈনুৰ জাহান (মোগল সম্ৰাজ্ঞী)নেপালমঙ্গলদৈ (লোকসভা সমষ্টি)বিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণসন্ধিভাৰতৰ সংবিধানৰ প্ৰস্তাৱনানীলমণি ফুকনৰ সম্পূৰ্ণ কবিতাযাদৱ পায়েংশূন্যউপনিষদহৰি-হৰ যুদ্ধনাৰীমুগা (ৰেচম)মৌ-মাখিঅংকীয়া নাটভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনমাধৱী লতাঅসমীয়া সাহিত্যত মালিতাবাৰেচহৰীয়া ভাওনা মহোৎসৱম’বাইল ফোনকলাখাৰধৰিত্ৰী দিৱসঅনুৰাধা শৰ্মা পূজাৰীবীৰেন্দ্ৰনাথ দত্তপাণিনিবংগ বিভাজন (১৯০৫)নগাঁও জিলাছুনামিনেলছন মেণ্ডেলাশিক্ষাখোলভূমিস্খলনগ্ৰহভাৰতীয় মহাকাশ গৱেষণা সংস্থাভাৰতীয় দৰ্শনৰামধেনু (আলোচনী)ভাৰতগুণাভিৰাম বৰুৱাআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডপৃথিৱীভাৰতীয় ভাষানীলমণি ফুকন (জ্যেষ্ঠ)কেশৱ মহন্তৰাজনীতিপানীহিউৱেন-চাংঅসমৰ ৰাজ্যিক প্ৰতীকসমূহবাণিজ্যআমেৰিকা যুক্তৰাষ্ট্ৰঅসমৰ সাধুকথামাতৃভাষাআহোম-মোগলৰ সংঘৰ্ষ🡆 More