২ মে': তাৰিখ

২ মে' (ইংৰাজী: 2 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২২তম (অধিবৰ্ষত ১২৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪৩টা দিন বাকী থাকে।

১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

ঘটনাৱলী

জন্ম

  • ১৯২০ - বসন্তৰাও দেশপাণ্ডে, ভাৰতীয় গায়ক আৰু চিতাৰ বাদক।
  • ১৯২১ - সত্যজিৎ ৰায়, ভাৰতীয় সাহিত্যিক, সঙ্গীতজ্ঞ, চিত্ৰকৰ আৰু চলচ্চিত্ৰ পৰিচালক।
  • ১৯২৮ - মায়া ৰাও, ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী।
  • ১৯৫৯ - সৌম্যা স্বামীনাথন, ভাৰতীয় শিশুৰোগ বিশেষজ্ঞ।
  • ১৯৬৯ - ব্ৰায়ান লাৰা, ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ।
  • ১৯৭৫ - ডেভিড বেকহাম, ইংৰাজ ফুটবল খেলুৱৈ।

মৃত্যু

  • ১৫১৯ - লিঅ'নাৰ্ড' দা ভিন্সি, বিশ্ব বিখ্যাত চিত্ৰশিল্পী।
  • ১৯২৮ - হেমচন্দ্ৰ গোস্বামী, অসমীয়া সাহিত্যত প্ৰথম ছনেট প্ৰণেতা আৰু অসমীয়া সাহিত্যৰ গুৰি বঠা ধৰা সকলৰ ভিতৰত অন্যতম। ইটালিয়ান গীতিকবি পেট্ৰাৰ্কৰ আৰ্হিত প্ৰথম ছনেট লিখি সুখ্যাতি অৰ্জন কৰা বিশিষ্ট কবি গৰাকীয়ে হ’ল হেমচন্দ্ৰ গোস্বামী। অসমীয়া সাহিত্যত এক বিশিষ্ট স্থান লাভ কৰা অভিনৱ সেই ছনেটটোৰ নাম হৈছে প্ৰিয়তমাৰ চিঠি। তেখেতৰ জন্ম হৈছিল ১৮৭২ চনৰ ৮ জানুৱাৰী তাৰিখে।
  • ১৯৭৫ - পদ্মজা নাইডু, ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ।
  • ২০০৫ - জেহিৰুল হুছেইন, অসমীয়া সাহিত্যিক।

দিৱস

তথ্য সংগ্ৰহ


বাহ্যিক সংযোগ

Tags:

২ মে' ঘটনাৱলী২ মে' জন্ম২ মে' মৃত্যু২ মে' দিৱস২ মে' তথ্য সংগ্ৰহ২ মে' বাহ্যিক সংযোগ২ মে'অধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

বৌদ্ধ ধৰ্মব্ৰজাৱলী ভাষাব্যাকৰণইংলেণ্ডডিমাছা জনগোষ্ঠীমঙ্গলদৈ (লোকসভা সমষ্টি)অসমৰ চলচ্চিত্ৰসংগীততিৱা জনগোষ্ঠীৰুদ্ৰেশ্বৰ দেৱালয়গঙ্গা নদীহেম বৰুৱামাজুলীঅসমীয়া ব্যাকৰণবিশেষ শিক্ষাকমলাবাৰী সত্ৰসৌৰভ কুমাৰ চলিহাউৎপাদন (অৰ্থনীতি)জেং বিহুপাচনঅখণ্ড সংখ্যাফলৰ তালিকাবাণিজ্যভট্টদেৱবহুকোষী জীৱসোৱণশিৰি নদীলেটিন ভাষাছুনামিনীলমণি ফুকন (জ্যেষ্ঠ)জাতীয়তাবাদহাড়অণুগল্পশক্তিঅমিয় কুমাৰ ভূঞাভাওনামহেঞ্জোদাৰোআমঅৰুণোদইৰেৱতী মোহন দত্তচৌধুৰীবাঁহীভাৰতীয় জাতীয় কংগ্ৰেছগোৱালপৰীয়া লোকগীতসাম্যবাদী সমাজডি এন এগোলাঘাট জিলাবৰ্মণ ৰাজবংশঅলিম্পিককোকৰাঝাৰ (লোকসভা সমষ্টি)মৌখিক পৰম্পৰাআউনীআটী সত্ৰবুলু ফিল্মপাইথেগাৰাছহিমাংশু প্ৰসাদ দাসসংস্কৃতিবসন্ত ৰোগদৰ্শনঅসমৰ পৰম্পৰাগত সাজ- পাৰহোমেন বৰগোহাঞিচিত্ৰা মণ্ডলআহোম ৰাজবংশপূৰ্ণ স্বৰাজপুঁজিবাদগগৈঅসমীয়া পুৰণি সাহিত্যধ্যান চান্দনেলছন মেণ্ডেলাঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিলুৰিন জ্যোতি গগৈঅসমৰ ইতিহাসউগ্ৰতাৰা দেৱালয়ডাকৰ বচনদৰং জিলা🡆 More