২৬ মে': তাৰিখ

২৬ মে' (ইংৰাজী: 26 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪৬তম (অধিবৰ্ষত ১৪৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২১৯টা দিন বাকী থাকে।

১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

ঘটনাবলী

জন্ম

  • ১৬৬৭ - আব্ৰাহাম দে মইভ্ৰে, ফৰাচী গণিতজ্ঞ, পৰিসংখ্যাৰ 'দে মইভ্ৰেৰ সূত্ৰ'ৰ বাবে বিখ্যাত।
  • ১৭৫০ - উইলিয়াম মৰ্গান, ৱেলচৰ চিকিৎসক, পদাৰ্থ বিজ্ঞানী আৰু গণিতজ্ঞ, বীমা বিজ্ঞানৰ (actuarial science) পিতৃ পুৰুষ।
  • ১৯৪৫ - বিলাস ৰাও দেশমুখ, অধিবক্তা আৰু ৰাজনীতিবিদ, মহাৰাষ্টৰ ১৭তম মুখ্যমন্ত্ৰী। (মৃত্যু: ২০১২)
  • ১৯৫১ - ভীমকান্ত বৰুৱা, ভাৰতীয় সাহিত্যিক।
  • ১৯৬৬ - হেলেনা ব'নহাম কাৰ্টাৰ, ব্ৰিটিছ অভিনেত্ৰী।
  • ১৯৮৩ - সুশীল কুমাৰ, ভাৰতীয় মল্লযোদ্ধা।
  • ১৯৯০ - উমৰ আকমল, পাকিস্তান ক্ৰিকেট দলৰ খেলুৱৈ।

মৃত্যু

  • ১৭০২ - জেব-উন-নিছা, মোগল ৰাজকুমাৰী। সম্ৰাট ঔৰংগজেৱ আৰু দিলৰস বানু বেগমৰ জ্যেষ্ঠ সন্তান। ( জন্মঃ ১৬৩৮)
  • ১৯৭৬ - মাৰ্টিন হাইডেগাৰ, জাৰ্মান দাৰ্শনিক।
  • ২০০৪ - নিকোলাই চেৰ্নিখ, ৰাছিয়াৰ জ্যোতিৰ্বিজ্ঞানী। (জন্মঃ ১৯৩১)

দিৱস

বহিঃসংযোগ


Tags:

২৬ মে' ঘটনাবলী২৬ মে' জন্ম২৬ মে' মৃত্যু২৬ মে' দিৱস২৬ মে' বহিঃসংযোগ২৬ মে'অধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

নেমুঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলমল্লিকা ফুলবিষ্ণুপ্ৰসাদ ৰাভামহামায়া ধামমাধৱ কন্দলিৰাছিয়াসংস্কৃতিজলসিঞ্চননাগাৰাহেমচন্দ্ৰ বৰুৱাআহোম ভাষামণিকৰ্ণেশ্বৰ দেৱালয়পদাৰ্থ বিজ্ঞানচ'জুনঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদহাই নান্নাদুৰ্যোগউদবড়ো জনগোষ্ঠীচৰ্যাপদপঞ্চায়তী ৰাজউৎসৱপৰিমেয় সংখ্যাভাৰতীয় জনতা পাৰ্টিৰাজ্যসভাওজাপালিভাওনাহাড়গিলাটিকেন্দ্ৰজিৎকণী যুঁজনামঘৰঅসম বিধানসভাপুতলা নাচঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাযোগাসনফুলজেং বিহুআপেক্ষিকতাবাদ তত্ত্বৰাতি বিহুবংগ বিভাজন (১৯০৫)কুকুৰাশিৱমিচিং নৃত্য আৰু গীত মাতপৰিয়ালনেতাই ধুবুনী ঘাটমাজুলীগাৰো জনগোষ্ঠীজিকিৰনিৰ্মলপ্ৰভা বৰদলৈআই সবাহগুগলদ্য টেল অফ গেঞ্জিমৌলানা আব্দুল হামিদ খান ভাসানীসমীৰ তাঁতীফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কাকৃষ্ণকবিতাঅন্নপ্ৰাশনলখিমপুৰ জিলাব'হাগ বিহুভাৰতৰ ৰাষ্ট্ৰপতিপোলেণ্ডগৌৰৱ গগৈঅৰ্থনীতিঅম্বিকাগিৰি ৰায়চৌধুৰীগোৱালপাৰা জিলাবেণুধৰ শৰ্মাসংগীতসাত বিহুপৰিৱেশ বিজ্ঞানবৰহমথুৰিপিয়লি ফুকনঅসমীয়া লোকসাহিত্যঅশোক ফুলশ্ৰীনিবাস ৰামানুজন🡆 More