১৯ মে': তাৰিখ

১৯ মে' (ইংৰাজী: 19 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৩৯তম (অধিবৰ্ষত ১৪০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২২৬টা দিন বাকী থাকে।

১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

ঘটনাৱলী

  • ১৯৪০ - ৰাষ্ট্ৰীয় মিল নামৰ প্ৰসিদ্ধ শ্ৰমিক সংংগঠনটোৰ জন্ম হয়।
  • ১৯৭১ - মঙ্গল গ্ৰহ অভিমুখে ৰুছ মহাকাশযান মাৰ্চ-২ ৰ উপেক্ষণ কৰা হয়।
  • ১৯৭৫ - টকিঅ'ৰ মাৰুনাউচিৰ মিটচোপবিছি হেভি ইণ্ডষ্টিজৰ মুখ্য কাৰ্যালয়ত হোৱা ভয়ংকৰ বিস্ফোৰণৰ (৩০ আগষ্ট, ১৯৭৪) ঘটনাত জড়িত থকাৰ সন্দেহত জাপানৰ কৰ্তৃপক্ষই আঠগৰাকী বাওঁপন্থী সংগ্ৰামীক আটক কৰিছিল।
  • ১৯৯৯ - কাৰ্গিল আৰু ড্ৰাছত ৪০০ পাক অনুপ্ৰৱেশকাৰী সেনাকসীমান্তৰপৰা বহিষ্কৰণ কৰা হয়।

জন্ম

মৃত্যু

  • ১৫৩৬ - আনা বোলিন, ইংলেণ্ডৰ ৰজা অষ্টম হেনৰীৰ পত্নী।
  • ১৯০৪ - জামছেটজী টাটা, টাটা আইৰণ এণ্ড ষ্টীল কোম্পানী টিছকোৰ প্ৰতিষ্ঠাতা।
  • ২০০৮ - বিজয় টেণ্ডুলকাৰ, ভাৰতীয় নাট্যকাৰ আৰু অভিনেতা।

দিৱস

বাহ্যিক সংযোগ



Tags:

১৯ মে' ঘটনাৱলী১৯ মে' জন্ম১৯ মে' মৃত্যু১৯ মে' দিৱস১৯ মে' বাহ্যিক সংযোগ১৯ মে'অধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

পৰ্যটনলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীমাইলছ ব্ৰনছনg987zম’বাইল ফোনপৰম্পৰাশিৱসাগৰৰ শিৱদৌলঅলিম্পিকবানপানীলেটিন ভাষাৰামধেনু (আলোচনী)আহোম ৰাজ্যকপৌ ফুলভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাকামদেৱফলৰ তালিকামহাকাব্যকৰতল কমল কমল দল নয়নব্ৰহ্মগুপ্তবৰপেটা সত্ৰপ্ৰশান্ত মহাসাগৰউত্তৰ-পূব সীমান্ত ৰেলৱেডিগবৈ তেল শোধনাগাৰওজাপালিঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকামহেঞ্জোদাৰোঅণুবীক্ষণ যন্ত্ৰঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগপিঠাশৰৎ ঋতুঅসমৰ ধান খেতিৰ সঁজুলিসমূহইণ্টাৰনেটবিশ্বকোষশিশুৰ খেল-ধেমালিঅসমীয়া জাতিঅসমৰ শাক-পাচলিৰ তালিকাকোষ (জীৱবিজ্ঞান)ভেদাই লতাউদ্বিগ্নতাহেমকোষবাইখো পূজাবৰপেটা (লোকসভা সমষ্টি)উপভাষামাঘ বিহুবহনক্ষম ভূমি ব্যৱস্থাপনাভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনযৌন সংগমআমেৰিকা যুক্তৰাষ্ট্ৰতগৰআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলভাৰতৰ স্বাধীনতা আন্দোলনবাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ধৰ্ষণকালিদাসপদ্মধৰ চলিহাৰাষ্ট্ৰসংঘবনঘোষাশালস্তম্ভ ৰাজবংশপদ (ব্যাকৰণ)ৰেখাতেজপুৰপদুমপুৰাণশেলাইজীৱবিশ্ব বৌদ্ধিক সম্পত্তি দিৱসৰসায়ন বিজ্ঞানৰামআয়ুৰ্বেদগান্ধীবাদঅসমৰ তেল শোধনাগাৰহুমায়ুনৰ সমাধিক্ষেত্ৰডুবি তাম্ৰলিপি আৰু ছীলতথ্য জনাৰ অধিকাৰ আইন, ২০০৫ভোলানাথ দাস🡆 More