মাতৃ দিৱস

মাতৃ দিৱস হৈছে মাতৃৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি উদ্‌যাপন কৰা এক দিৱস। ইয়াৰ দ্বাৰা, মাতৃ, মাতৃত্ব, সমাজলৈ মাতৃৰ ভূমিকা আৰু শিশু তথা মাতৃৰ সম্পৰ্কক সোঁৱৰা হয়। পৃথিৱীৰ বিভিন্ন দেশসমূহে বিভিন্ন সময়ত এই দিৱস উদ্‌যাপন কৰা দেখা যায়। বিশেষকৈ মাৰ্চ আৰু মে’ মাহত এই দিৱস পালন কৰা হয়। বিশ্বৰ বিভিন্ন প্ৰান্তত যেনে— উত্তৰ গোলাৰ্ধত এপ্ৰিল-মে’ত, আৰ্জেণ্টিনাত অক্টোবৰত, অষ্ট্ৰেলিয়াত মে’ মাহত মাতৃ দিৱস পালন কৰা হয়। এই দিৱস পিতৃ দিৱসৰ বিপৰীত। অৱশ্যে উদ্দেশ্য আৰু বৈশিষ্ট্যসমূহ একেই।

মাতৃ দিৱস
মাতৃ দিৱস
মাতৃ দিৱস উপলক্ষে এটি শিশুৱে মাকলৈ তৈয়াৰ কৰা শুভেচ্ছা-পত্ৰ।
পালন কৰে আন্তঃৰাষ্ট্ৰীয়
প্ৰকাৰ সাংস্কৃতিক আৰু ব্যৱসায়িক
আৰম্ভ হয় মে’ৰ দ্বিতীয় দেওবাৰ
তাৰিখ দ্বিতীয় দেওবাৰ in মে’
২০২৩ৰ তাৰিখ মে’ এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ
২০২৪ৰ তাৰিখ মে’ এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ
২০২৫ৰ তাৰিখ মে’ এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ
সম্পৰ্কিত পিতৃ দিৱস, অভিভাৱক দিৱস
অৱধি ১ দিন
সংঘটন বাৰ্ষিক

প্ৰথমবাৰৰ বাবে আধুনিক মাতৃ দিৱস ১৯০৮ চনত পশ্চিম ভাৰ্জিনিয়াত আন্না জাৰ্ভিছে মাতৃ গ্ৰাফটনৰ স্মৃতিত পালন কৰে। অৱশ্যে ই অন্যান্য পৰম্পৰাগত অনুষ্ঠানৰ সৈতে একে নহয় (যিসমূহ বিশ্বই পৰম্পৰাগতভাৱে মাতৃৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি পলন কৰে)। ১৯১২ চনত আন্না জাৰ্ভিছে ছেকেণ্ড ছানডে’ ইন মে’ আৰু মাদাৰ্ছ ডে’ ইণ্টাৰনেশ্যনেল এছ’চিয়েছন গঠন কৰে। তেওঁ কৈছিল যে— “মাদাৰ্ছ শব্দটো পৃথিৱীৰ প্ৰতিগৰাকী মাতৃক স্মৃতি তৰ্পণ কৰা বহুবচনাত্মক সম্বন্ধ কাৰক নহয়, প্ৰতিটো পৰিয়ালে নিজ-নিজ মাতৃক সন্মান জনোৱাৰ বাবে একবচনাত্মক সম্বন্ধ কাৰক হোৱাহে উচিত।”

তথ্যসূত্ৰ

Tags:

পিতৃ দিৱস

🔥 Trending searches on Wiki অসমীয়া:

যোৰহাটৰুদ্ৰেশ্বৰ দেৱালয়সংগীত নাটকযোগাসনত্ৰিপুৰাজুবিন গাৰ্গঅংগৰাগ মহন্তসপ্তকাণ্ড ৰামায়ণগণেশমানস ৰাষ্ট্ৰীয় উদ্যানউৎসৱতথ্য জনাৰ অধিকাৰ আইন, ২০০৫ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসফলৰ তালিকাহেম বৰুৱাপোহৰসমোচ্চাৰিত শব্দকম্পিউটাৰএ পি জে আব্দুল কালামবৃত্তচুতীয়া ৰাজ্যব’হাগবসন্ত ঋতু২৪ এপ্ৰিলস্বাস্থ্যলুৰিন জ্যোতি গগৈবেণুধৰ শৰ্মাভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাগগনাভাৰতৰ জাতীয় পতাকাঈয়াৰুইঙ্গমতলাতল ঘৰওডিছীৰামধেনু (আলোচনী)মানুহৰ কংকালমহঅশোকৰ অনুশাসনসুতুলীপ্ৰকৃতিচৰিত পুথিভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যমাটিকলিকতাঅনাভেদী যৌনক্ৰিয়াবিশ্ব মেলেৰিয়া দিৱসসাহিত্য অকাডেমি বঁটাসম্পাদনাঅসমৰ মাছ ধৰা সঁজুলিভীমৰাও ৰামজী আম্বেদকাৰআলাবৈৰ ৰণকোষ (জীৱবিজ্ঞান)ঢ়জীৱনীগঙ্গা নদীআধুনিকতাবাদমহিলাৰ বিৰুদ্ধে হিংসাছাইমন কমিশ্যনগুণাভিৰাম বৰুৱাভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাটুক্ৰেশ্বৰী দেৱালয়ৰুবুল মাউতভাৰতীয় সাহিত্যঅসমৰ জনগোষ্ঠীঅন্নপ্ৰাশনমিচিং নৃত্য আৰু গীত মাতমহা মৃত্যুঞ্জয় মন্দিৰগায়ন-বায়নৰুদ্ৰ কন্দলীপিঠানিৰ্মলপ্ৰভা বৰদলৈকেতেকী ফুল🡆 More