পঞ্জাবী ভাষা: ভাৰত আৰু পাকিস্তানত কোৱা ভাষা

পঞ্জাবী বা পাঞ্জাৱী (ਪੰਜਾਬੀ, پنجابی) ইণ্ডো-ইউৰোপীয় ভাষা পৰিবাৰৰ ইণ্ডো-আৰ্য্য শাখাৰ এটি ভাষা। ই ভাৰতত পঞ্জাব ৰাজ্যৰ প্ৰায় ৩ কোটি মানুহৰ মাতৃভাষা। পশ্চিম পঞ্জাবী বা লাণ্ডা পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ প্ৰায় ৬ কোটি মানুহৰ মাতৃভাষা। ইয়াৰ উপৰিও আফগানিস্তান, বাংলাদেশ, যুক্তৰাজ্য, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাত পঞ্জাবী ভাষাৰ প্ৰচলন আছে। কানাডাত আঢ়ৈ লাখৰো অধিক মানুহে পঞ্জাবী ভাষাত কথা পাতে; সেয়ে ই কানাডাৰ ৬ষ্ঠ বৃহত্তম ভাষা। পূৰ্ৱ পঞ্জাবী ভাষা ভাৰতৰ ২২টা চৰকাৰী ভাষাৰ এটা। ভাৰতৰ পঞ্জাব ৰাজ্যত যোগাযোগ, শিক্ষা, প্ৰশাসন, ব্যৱসায় আৰু গণমাধ্যমত এই ভাষা ব্যবহৃত হয়। পাকিস্তানত পশ্চিম পঞ্জাবী ভাষাৰ কোনো চৰকাৰী স্বীকৃতি নাই। তাৰ পঞ্জাবী ভাষীসকলে মূলত ইংৰাজী আৰু উৰ্দু ভাষাৰ মাধ্যমত প্ৰশাসন, শিক্ষা, গণমাধ্যম আদিৰ কামবিলাক সম্পাদন কৰে। পঞ্জাবী ভাষা শিখ ধৰ্মাবলম্বীসকলৰ ধৰ্মীয় ভাষা। পঞ্জাবী ভাষাৰ মূল লিপি হ'ল- গুৰুমুখী লিপি।

Punjabi
  • ਪੰਜਾਬੀ
  • پَن٘جابی
পঞ্জাবী ভাষা: ভাৰত আৰু পাকিস্তানত কোৱা ভাষা
'Punjabi' written in Shahmukhi script used in Punjab, Pakistan (top) and Gurmukhi script used in Punjab, India (bottom)
উচ্চাৰণ
থলুৱা অঞ্চল Pakistan and India
অঞ্চল পঞ্জাব, ভাৰত
জাতীয়তা Punjabis
স্থানীয় ভাষিক
113 million (2011–2017)
ভাষা পৰিয়াল
পূৰ্বসূৰী
Proto-Indo-European
উপভাষা *See Punjabi dialects
লিখন প্ৰণালী
  • Shāhmukhī (in Pakistan)
  • Gurmukhī (in India)
  • Devanāgarī (in India)
  • Punjabi Braille
  • Laṇḍā (historical)
  • Takri (historical)
  • Mahajani (historical)
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
পঞ্জাবী ভাষা: ভাৰত আৰু পাকিস্তানত কোৱা ভাষা পাকিস্তান
  • সাঁচ:Country data Punjab (provincial)

পঞ্জাবী ভাষা: ভাৰত আৰু পাকিস্তানত কোৱা ভাষা ভাৰত
  • Punjab (official)
  • Haryana (additional)
  • Delhi (additional)
  • West Bengal (additional, in blocks and divisions with more than 10% of the population)
নিয়মাধীন হয়
Punjab Institute of Language, Art & Culture, Punjab, Pakistan
Department of Languages, Punjab, India
ভাষা সংকেত
ISO 639-1 pa
ISO 639-2 pan
ISO 639-3 Either:
pan – Panjabi
pnb – Western Panjabi
গ্লোটোলগ panj1256  Eastern Panjabi
west2386  Western Panjabi
লিংগোৱাস্ফেয়াৰ 59-AAF-e
পঞ্জাবী ভাষা: ভাৰত আৰু পাকিস্তানত কোৱা ভাষা
Geographic distribution of Punjabi language in Pakistan and India.
এই প্ৰবন্ধত IPA-ৰ ধ্বনি চিহ্নসমূহ আছে। কোনো সঠিক সহায় নললে আপুনি ধ্বনি চিহ্নসমূহৰ সলনি প্ৰশ্নবোধক চিন বা বাকচ বা আন চিহ্ন দেখা পাব পাৰে।

তথ্যসূত্ৰ

বাহ্যিক সংযোগ


Tags:

আফগানিস্তানআমেৰিকা যুক্তৰাষ্ট্ৰকানাডাপঞ্জাব, ভাৰতপাকিস্তানবাংলাদেশভাষাভাৰতযুক্তৰাজ্যশিখ ধৰ্ম

🔥 Trending searches on Wiki অসমীয়া:

ছোৱাইন ফ্লুঅসমৰ চাহ জনগোষ্ঠীজোনাকী (আলোচনী)গুণাভিৰাম বৰুৱাজলবায়ুচক্ৰধ্বজ সিংহ (নাটক)শিৱমনালিছাঅসমীয়া বৰ্ণমালাৰাজনৈতিক দল২৩ এপ্ৰিলঅসমৰ সত্ৰসমূহৰ তালিকাস্বাস্থ্যৰঘুনাথ চৌধাৰীনাগালেণ্ডশ্ৰীমদ্ভগৱতগীতাজৱাহৰলাল নেহৰুআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডসত্যনাথ বৰাইতিহাসহিমবাহকৰ্কট ৰোগবাল্য বিবাহস্বদেশী আন্দোলনকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানবানপানীশুৱালকুছিমঙ্গলদৈ (লোকসভা সমষ্টি)ব্ৰজাৱলী ভাষাআউনীআটী সত্ৰঅসমৰ সাহিত্যিকসকলৰ তালিকাবংগ বিভাজন (১৯০৫)গুৱাহাটী (লোকসভা সমষ্টি)অভিধানসংশয় ব্যৱস্থাপনাচামগুৰি সত্ৰৰংঘৰবৃহস্পতি গ্ৰহকবিৰত্ন সৰস্বতীঈয়াৰুইঙ্গমবৰষুণআহোম ৰাজবংশচিলাৰায়ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাঅলিম্পিকসাধুকথাঢোলঅংকীয়া নাটভাৰতীয় জনতা পাৰ্টি২০২১ৰ অসম বিধানসভা নিৰ্বাচনভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকামানস ৰাষ্ট্ৰীয় উদ্যানমানুহৰ কংকালওডিছীচুটিগল্পঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাপাচনআইদেউ সন্দিকৈচীনা-তিব্বতীয় ভাষাভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাঅসম সাহিত্য সভাডিফু চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়ভাৰতীয় সাহিত্যঅসমীয়া ব্যাকৰণপাইথাগোৰাছৰ উপপাদ্যপ্ৰেমচন্দজন গণ মনঅসমৰ কাঁহ শিল্পদৰ্শনযোৰানামমহাভাৰতদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰমানৰ অসম আক্ৰমণইলিয়াডনেতাই ধুবুনী ঘাটঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকা🡆 More