গুৰু গ্ৰন্থ চাহিব: শিখ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ

গুৰু গ্ৰন্থ চাহিব বা সাম্মাণিক উপাধি সহ শ্ৰী গুৰু গ্ৰন্থ চাহিব জি (পঞ্জাবী: ਸ਼੍ਰੀ ਗੁਰੂ ਗ੍ਰੰਥ ਸਾਹਿਬ ਜੀ, শ্ৰী গুৰু গ্ৰান্‌থ্‌ চাহিব্‌ জি ) বা আদি গ্ৰন্থ শিখ ধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থ। প্ৰতিষ্ঠানিকভাবে এই গ্ৰন্থখন শিখসকলৰ সৰ্বশেষ গুৰু। গুৰু গ্ৰন্থ চাহিব ১৪৩০টা অংগত বিভক্ত, যিবোৰ ১৪৬৯ চনৰ পৰা ১৭০৮ চনৰ মধ্যবৰ্তী সময়ত বিভিন্ন শিখ গুৰু কৰ্তৃক ৰচিত আৰু সংকলিত হয়। ই এক শবদ বা স্তোত্ৰ সংকলন। ইয়াৰ মূল উপজীৱ্য ঈশ্বৰৰ গুণাণুকীৰ্তন আৰু ঈশ্বৰৰ নাম জপ কৰাৰ কাৰণ ব্যাখ্যা।

গুৰু গ্ৰন্থ চাহিব: তথ্য সংগ্ৰহ, বহিঃসংযোগ
গুৰু গোবিন্দ সিংহৰ নিশান (মূল মন্ত্ৰ) চিত্ৰ সহ গুৰু গ্ৰন্থ চাহিবৰ এটি পৃষ্ঠা। পাটনাৰ তখত শ্ৰী হৰমন্দিৰ সাহিবত সংৰক্ষিত।

গুৰু গ্ৰন্থ চাহিব: তথ্য সংগ্ৰহ, বহিঃসংযোগ

 
শিখ গুৰু
নানক দেৱ • অঙ্গদ দেৱ • অমৰ দাস • ৰাম দাস • অৰ্জন দেৱ • হৰ গোবিন্দ • হৰ ৰাই • হৰ কিষান • টেগ বাহাদুৰ • গোবিন্দ সিংহ • গ্ৰন্থ চাহিব •
দৰ্শন
বিশ্বাস আৰু নীতিসমূহ • অন্তৰ্নিহিত মূল্যবোধ • নিষেধসমূহ • কাৰ্যপদ্ধতি
প্ৰথাসমূহ
অৰ্দাচ • অমৃত সংস্কাৰ • চৰদি কলা •

দশৱন্ত • পঞ্চ ক • কিৰত কৰো •
কীৰ্তন • লঙ্গৰ • নাম জপ • চিমৰন • ত্ৰিস্তম্ভ • বন্দ চক্কো

ধৰ্ম গ্ৰন্থ
গুৰু গ্ৰন্থ চাহিব • আদি গ্ৰন্থ •

দশম গ্ৰন্থ  • সৰ্বলোহ গ্ৰন্থ  • বাণী • চৌপাই • জাপ চাহিব • জপজি চাহিব • মূল মন্তৰ • ৰেহৰাচ • সুখমনি • তব-প্ৰসাদ চবইয়ে

সাধাৰণ বিষয়বস্তু
ইতিহাস • এক ওঙ্কাৰ • গুৰুদ্বাৰ •

হৰমন্দিৰ চাহিব • খালসা • খণ্ড • সাহিত্য • সংগীত • নাম • স্থান • সৎগুৰু • শিখ • ৱাহেগুৰু • দস্তৰ
গুৰু গ্ৰন্থ চাহিব: তথ্য সংগ্ৰহ, বহিঃসংযোগশিখ ধৰ্মৰ প্ৰবেশদ্বাৰ


গুৰু গ্ৰন্থ চাহিব: তথ্য সংগ্ৰহ, বহিঃসংযোগ
গুৰু গ্ৰন্থ চাহিব

দশম শিখ গুৰু গোবিন্দ সিংহয়ে (১৬৬৬-১৭০৮) পৱিত্ৰ ধৰ্মগ্ৰন্থ আদি গ্ৰন্থ-ক তেওঁৰ উত্তৰসূৰি ঘোষণা কৰে আৰু ইয়াক গুৰু গ্ৰন্থ চাহিব সম্মানেৰে ভূষিত কৰে। সেই তেতিয়াৰ পৰা এই গ্ৰন্থই দহ গুৰুৰ শিক্ষাৰ প্ৰতিনিধিৰূপে শিখসকলৰ পৱিত্ৰ ধৰ্মগ্ৰন্থৰ মৰ্যাদা পাই আহিছে। শিখধৰ্মৰ উপাসনাৰ ক্ষেত্ৰত প্ৰাৰ্থনাত সহায়ক বা সূ্ত্ৰ হিচাপে এই গ্ৰন্থৰ স্থান সৰ্বোচ্চ।

পঞ্চম শিখ গুৰু অৰ্জুন দাসে(১৫৬৩-১৬০৬) প্ৰথম পাচ শিখ গুৰু আৰু হিন্দু, মুছলমান সন্ত সহ বিভিন্ন মহান সন্তৰ ৰচিত স্তোত্ৰাৱলীৰ পৰা ৰচনা চয়ন কৰি প্ৰথম আদি গ্ৰন্থ সংকলন কৰিছিল। দশম শিখ গুৰুৰ মহাপ্ৰয়াণৰ পিছত বাবা দীপ সিংহয়ে বিতৰণৰ বাবে এই গ্ৰন্থৰ একাধিক সম্পাদিত নকল প্ৰস্তুত কৰিছিল।

গুৰু গ্ৰন্থ চাহিব: তথ্য সংগ্ৰহ, বহিঃসংযোগ
মানচিত্ৰ গুৰু গ্ৰন্থ চাহিবৰ বিভিন্ন লেখকৰ জন্মস্থানৰ বৰ্ণনা Mānacitra guru grantha sāhēbēra bibhinna lēkhaka janma jāẏagā barṇanā

গ্ৰন্থখন গুৰুমুখী হৰফত লিখিত। প্ৰধানত প্ৰাচীন পঞ্জাবী ভাষা ব্যৱহৃত হলেও কোনো কোনো স্থলত ব্ৰজাৱলী, পঞ্জাবী, খড়িবোলি (হিন্দী), সংস্কৃত, বিভিন্ন স্থানীয় উপভাষা আৰু ফাৰ্চী ভাষা ব্যৱহৃত হৈছে। এই গ্ৰন্থৰ ভাষাক সন্ত ভাষা বোলা হয়।

তথ্য সংগ্ৰহ

বহিঃসংযোগ

ভিডিঅ'

অডিঅ'

পাঠ্য

অন্যান্য

Tags:

গুৰু গ্ৰন্থ চাহিব তথ্য সংগ্ৰহগুৰু গ্ৰন্থ চাহিব বহিঃসংযোগগুৰু গ্ৰন্থ চাহিবপঞ্জাবী ভাষাশিখ ধৰ্ম

🔥 Trending searches on Wiki অসমীয়া:

ৱিকিপিডিয়াহেমাঙ্গ বিশ্বাসমাঘনোৱা দ’লভাৰতৰ প্ৰধানমন্ত্ৰীবিহু নৃত্যধুবুৰী জিলাবৰপেটাপ্ৰতিজৈৱিকঢোলঅসমৰ আৰ্দ্ৰভূমিজঙ্গমবাঢ়ৈটোকাশ্ৰী শ্ৰী বটদ্ৰৱা থানমামণি ৰয়ছম গোস্বামীকেতেকীশিশু সাহিত্যচাহেবপুৰাৰ বৰষুণঅসমৰ চাহ জনগোষ্ঠীবদলা পদ্ম আতা সত্ৰৰাধাগোবিন্দ বৰুৱাআনন্দৰাম বৰুৱামহাভাৰতঅভয়াপুৰীনৰকাসুৰপানীকোচ ৰাজবংশীবগীবিল দলংকৰ'নাভাইৰাছ ৰোগ ২০১৯তোলনি বিয়ামাঘ বিহুসংস্কৃত ভাষাশিৱসাগৰ জিলাশ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰজয়মতী কুঁৱৰীমধুপুৰ সত্ৰকোচ ৰাজবংশভাষাবিজ্ঞানপথেৰ পাঁচালীবকুল ফুলৰ দৰেপৰিমেয় সংখ্যাঅসমীয়া সাহিত্যসমোচ্চাৰিত শব্দধেমাজি জিলাসৰ্বশিক্ষা অভিযাননৱকান্ত বৰুৱাগোলকীয় উষ্ণতা বৃদ্ধিমিচিং জনগোষ্ঠীবাণাসুৰঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫কপৌ ফুলছট পূজাবাজেটচিত্ৰ-ভাগৱতসাঁচিপাতঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাখৰ্গেশ্বৰ তালুকদাৰঅসমীয়া সাহিত্যত মালিতাগোলোকচন্দ্ৰ গোস্বামীবিশ্ব বাণিজ্য সংস্থাব'হাগ বিহুকলিতা জনগোষ্ঠীদিহানামসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাতিৱা জনগোষ্ঠীজৈৱ বৈচিত্ৰ্যঅসমৰ ৰেচম শিল্পএৰী ৰেচমপ্ৰাকৃতিক সম্পদতামোলঅসীমত যাৰ হেৰাল সীমাবুঢ়ী আইৰ সাধুধাতু আৰু অধাতুনাৰ্জীগান্ধীবাদৰংবং তেৰাংহীৰেন ভট্টাচাৰ্যউৎসৱ🡆 More