চেনি

চেনি (ইংৰাজী: Sugar) হৈছে মিঠা সোৱাদযুক্ত, পানীত দ্ৰৱনীয় কাৰ্বহাইড্ৰটৰ সাধাৰণ নাম। বেছিভাগ চেনি খাদ্য হিচাপে ব্যৱহৃত হয়। বিভিন্ন প্ৰকাৰৰ চেনি বিভিন্ন উৎসৰ পৰা আহৰণ কৰা হয়।

চেনি
বগা চেনি, পৰিশোধন নকৰা চেনি আদি বিভিন্ন প্ৰকাৰৰ চেনি
চেনি
চেনি

চেনিৰ গঠন স্ফটিকাকাৰ, প্ৰধানতঃ চুক্ৰ’জ (sucrose), লেক্ট’জ (lactose) আৰু ফ্ৰুক্ট’জ (fructose)ৰ দ্বাৰা গঠিত এবিধ খাব পৰা পদাৰ্থ। মানুহৰ জিভাত ইয়াক মিঠা সোৱাদৰ অনুভূতি লাভ কৰে। চেনি মূলতঃ হ’ল খাদ্য বস্তুত থকা কাৰ্ব’হাইড্ৰেট (carbohydrate) যি কুঁহিয়াৰত প্ৰচুৰ পৰিমাণে পোৱা যায়। অৱশ্যে ফলমূল, মৌ-জোল আদিতো এই উপাদান যথেষ্ট পৰিমাণে পোৱা যায়। মৰ্টন জাতীয় খাদ্যত চেনি হৈছে মূল উপাদান। যথেষ্ট বেছি পৰিমাণে চেনি গ্ৰহণ কৰিলে মানুহৰ দৃষ্টি শক্তি কমা, দাঁত ক্ষয় যোৱা আদিৰ দৰে বহু ধৰণৰ ৰোগ হ’ব পাৰে। মধুমেহ ৰোগীক চেনি নাখাবলৈ পৰামৰ্শ দিয়া হয়।

বিজ্ঞানৰ ভাষাত চেনি হৈছে যিকোনো মন’চেকাৰাইড বা ডিচেকাৰাইড (monosaccharide or disaccharide)। মন’চেকাৰাইড যেনে গ্লুক’জ (glucose) যাৰ সঞ্চিত ৰাসায়িনক শক্তি জীৱৰ কোষে আন শক্তিলৈ ৰূপান্তৰিত কৰে।

গ্লুক’জৰ ৰাসায়িনক সূত্ৰ হ’ল C6H12O6

তথ্যসূত্ৰ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

সংস্কৃতিঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাঅভিযাত্ৰীনাঙলগান্ধীবাদঅসমীয়া ভাষাৰ ব্যাকৰণ (হেমচন্দ্ৰ বৰুৱা)অব্যয় পদৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাউইলিয়াম শ্বেইকছপীয়েৰআৱাহন (আলোচনী)প্লেটোজামুগুৰিহাটবিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণঅতুল চন্দ্ৰ হাজৰিকাজন গণ মনপাঠ পৰিকল্পনাভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাবিশ্ব মেলেৰিয়া দিৱসভাৰতৰ প্ৰধানমন্ত্ৰীশ্ৰীমদ্ভগৱতগীতাদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰকোচ ৰাজবংশতথ্য প্ৰযুক্তিপদ্মধৰ চলিহাজাপিঅম্বুবাচীসুতুলীবিবাহৰাষ্ট্ৰসংঘমহেশ্বৰ নেওগদেউলপৰিৱেশ বিজ্ঞানপাচনমাছপৰ্যটনঅসমীয়া ভাষা উন্নতি সাধিনী সভাফাকুৱাকলিমাগমধৰ কোঁৱৰৰুদ্ৰ কন্দলীবংগ বিভাজন (১৯০৫)গৰু বিহুগোৱালপাৰা জিলামহিম বৰাবৰাক উপত্যকাচ্যু-লিক-ফাকমলাকান্ত ভট্টাচাৰ্য্যভূপেন হাজৰিকাঅসম চাহঅৰুণোদইআহোম-মোগলৰ সংঘৰ্ষগদ্যচন্দ্ৰকুমাৰ আগৰৱালাপথৰুঘাটৰ ৰণপ্ৰদূষণকোষ (জীৱবিজ্ঞান)পৰম্পৰাকালিদাসথমাছ আলভা এডিচনপথেৰ পাঁচালীশিক্ষক দিৱসনিৰ্মলপ্ৰভা বৰদলৈইতিহাসখোলবসন্ত ঋতুপৰিস্থিতি বিজ্ঞানগোলাঘাটহাজোমোৰ জীৱন সোঁৱৰণৰাতি বিহুবিজ্ঞাপনসাপগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকা🡆 More