এণ্টাৰ্কটিকা: মহাদেশ

এণ্টাৰ্কটিকা পৃথিৱী এখন মহাদেশ। কুমেৰু অৰ্থাৎ দক্ষিণ মেৰুত এই মহাদেশৰ অৱস্থিত, আৰু এই মহাদেশক পৰিবেষ্টন কৰি আছে দক্ষিণ মহাসাগৰ। এণ্টাৰ্কটিকা পৃথিৱীৰ দক্ষিণতম মহাদেশ হোৱাৰ লগতেই আটাইতকৈ শীতলতম আৰু শুষ্কতম মহাদেশ। ইয়াৰ গড় উচ্চতা আৰু বায়ুপ্ৰবাহবেগও মহাদেশবোৰৰ ভিতৰত সৰ্বাধিক।

এণ্টাৰ্কটিকা
এণ্টাৰ্কটিকা: মহাদেশ
মাটিকালি 14,000,000 km2 (মুঠ)

280,000 km2 (বৰফ মুক্ত)

13,720,000 km2 (বৰফাবৃত্ত)
জনসংখ্যা সপ্তম

0 (স্থায়ী)

প্ৰায় 1,000 (অস্থায়ী)
অধীনস্থ অঞ্চলসমূহ
4
  • Bouvet Island
  • French Southern Territories
  • Heard Island and McDonald Islands
  • South Georgia and the South Sandwich Islands
সময় অঞ্চলসমূহ নাই
UTC-3 (কেবল গ্ৰাহাম লেণ্ডৰ বাবে)
ইন্টাৰনেট TLD .aq
এণ্টাৰ্কটিকা: মহাদেশ

এণ্টাৰ্কটিকা এক মৰুভূমি হিচাবে বিবেচনা কৰা হয়, কাৰণ ইয়াৰ বাৰ্ষিক বৃষ্টিপাত মাত্ৰ ২ ৰ পৰা ০ মিমি (৮ ইঞ্চি), ই কেবল উপকূলৰহে পৰিমাণ, ভিতৰৰ পৰিমাণ ইয়াতকৈও কম। ইয়াত স্থায়ীভাবে মানুহ বাস নকৰে, মহাদেশখনৰ বিভিন্ন স্থানত থকা গবেষণা ষ্টেচনসমূহত ১,০০০ ৰ পৰা ৫,০০০ মানুহ বছৰৰ বিভিন্ন সময়ত অৱস্থান কৰে। প্ৰবল শীতৰ বাবে উদ্ভিদ আৰু প্ৰাণী ইয়াত জীয়াই থকা কঠিন, কেবল পেঙ্গুইন, চিল, নেমাটোড, টাৰ্ডিগ্ৰেৰ, মাইট, বিভিন্ন প্ৰকাৰৰ শৈবাল, অন্যান্য অনুবিক্ষণীয় জীৱ আৰু তুন্দ্ৰাৰ উদ্ভিদসমূহে ইয়াৰ বাসিন্দা।

তথ্যসূত্ৰ

Tags:

কুমেৰুদক্ষিণ মহাসাগৰপৃথিৱী

🔥 Trending searches on Wiki অসমীয়া:

নামচিংম'হৰ শিঙৰ পেঁপাফুটবলঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাফুলগুৰি ধেৱামহেশ্বৰ নেওগঅণুবীক্ষণ যন্ত্ৰবেটুপাতসাত বিহুঅসীমত যাৰ হেৰাল সীমাচিৰ চেনেহী মোৰ ভাষা জননীভাৰতৰ জাতীয় পতাকাফাট বিহুপাইথাগোৰাছৰ উপপাদ্যআহোম ৰাজ্যপৰিমেয় সংখ্যাযুগ্ম সংখ্যাবাৰেচহৰীয়া ভাওনা মহোৎসৱপৰিস্থিতি বিজ্ঞানবাঁহমে ডাম মে ফিঅসমীয়া গীতি সাহিত্যসম্পাদনাবৰপেটা সত্ৰদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাৰঘুনাথ চৌধাৰীৰমন্যাসবাদঅসমীয়া লোক কবিতাবিষ্ণুৰাম মেধিহেমচন্দ্ৰ গোস্বামীপ্ৰাক-ইতিহাসঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিমালিনী থানভগ্নাংশ (গণিত)বৰপেটানামঘৰচাহআন্তৰ্জাতিক শ্ৰমিক দিৱসমিজোৰামএহাত ডাবাহয়গ্ৰীৱ মাধৱ মন্দিৰয়মাধৱদেৱপুতলা নাচইণ্টাৰনেটছক্ৰেটিছবহল ব্যাকৰণচামগুৰি সত্ৰচি++সুতুলীএককোষী জীৱচাচনি মেৰবিলসংঘাতঅম্বিকাগিৰি ৰায়চৌধুৰীথাই ভাষাৰামায়ণজয়মতী (১৯৩৫ চলচ্চিত্ৰ)ভঠেলিফাকুৱাসিন্ধু সভ্যতাশৰাইঘাটৰ যুদ্ধসতীকোচ ৰাজবংশীমুগা (ৰেচম)ভাস্কৰ (প্ৰথম)পৰ্যাবৃত্ত তালিকাগৌতম বুদ্ধমাজুলীঅৰূপা পটংগীয়া কলিতাচৰকাৰমেখেলা চাদৰৰজনীকান্ত বৰদলৈধৰিত্ৰী দিৱসঅংগৰাগ মহন্তদুৰ্যোগপঞ্চভুজনীলমণি ফুকন (কনিষ্ঠ)মৃত্যুঞ্জয়🡆 More