মৰুভূমি

মৰুভূমি (ইংৰাজী: Desert) হ’ল এক অতি শুকান বিস্তৃত অঞ্চল বা ভূ-মণ্ডল। ইয়াত বৰষুণৰ পৰিমাণ অতি কম। ইয়াত নামমাত্ৰ হে গছ-গছনিৰে ভৰা ঠাই আছে আৰু যিখিনি আছে অতি সোনকালে শুকাই যায়, যদিহে বাহিৰৰ পৰা পানী যোগান ধৰা নহয় মৰুভূমিৰ অৰ্থ আমি এনেকেও বুজিব পাৰো, যি অঞ্চলত বহু অংশ পানী বাষ্পীভূত হৈ হেৰাই যায়, আৰু গেদীয়কৰনৰ ফলত বৰষুণ হিচাপে নামি আহে। মৰুভূমিৰ গছবোৰৰ মৰু অঞ্চলৰ অতি কম পানী থকা পৰিবেশৰ লগত খাপ খুৱাই চলিবলে কিছুমান বিশেষ গুণৰ প্ৰয়োজন। মৰুভূমিত সাধাৰণতে বছৰি ২৫০ মিলিলিটাৰতকৈও (ইঞ্চি) কম বৰষুণ হয।

মৰুভূমি
থৰ মৰুভূমি, ৰাজস্থান, ভাৰত

Tags:

🔥 Trending searches on Wiki অসমীয়া:

উপন্যাসডিব্ৰুগড় জিলাতথ্য প্ৰযুক্তিসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাভাষাবিজ্ঞানকলাকামাখ্যা মন্দিৰকিতাপ পঢ়াৰ আনন্দফ্লোৰেন্স নাইটিংগেলঅসহযোগ আন্দোলনঅসমৰ কাঁহ শিল্পপ্লেটোতগৰমিচিং জনগোষ্ঠীৰ সাজপাৰকাৰাটেহনুমানবড়ো জনগোষ্ঠীআৰবী ভাষাবৰ্ণালী কলিতাৰাষ্ট্ৰসংঘ দিৱসঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাদুৰ্যোগঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাপাৰিপাৰ্শ্বিক সংঘাতকামৰূপী উপভাষাসূৰ্যকুমাৰ ভূঞাশিক্ষাৰ অধিকাৰছাইমন কমিশ্যনহোমেন বৰগোহাঞিবৰপেটাচৰকাৰৰাজনীতিৰাতাবাৰী (বিধানসভা সমষ্টি)অসমৰ পৰম্পৰাগত সাজ- পাৰগামখাৰুলক্ষ্মীনাথ বেজবৰুৱাহিউমাছনগাঁও (লোকসভা সমষ্টি)হৰেকৃষ্ণ ডেকাসাক্ষৰতাশোণিতপুৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাহৰি-হৰ যুদ্ধমানৱ শৰীৰএইচ টি এম এলহস্তমৈথুনঅসমৰ লোকগীতফলৰ তালিকাভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকা২০২৪মানৱ উন্নয়ন সূচকঅসমৰ শাক-পাচলিৰ তালিকাসৌৰজগতমহাসাগৰপালি ভাষাজ্ঞানপীঠ বঁটাজোনাকী (আলোচনী)অসমৰ সাহিত্যিকসকলৰ তালিকাগীতি-ৰামায়ণভট্টদেৱৰ গদ্যশৈলীঅসমৰ ছপাশালপাচন তন্ত্ৰচিলাৰায়কাৰ্ল মাৰ্ক্সমণিপুৰঅসমীয়া ব্যাকৰণবেটুপাততথ্যলোকভাষামণিপুৰ সংঘৰ্ষ ২০২৩সত্যেন্দ্ৰনাথ শৰ্মাবিহুৰ সাজ-পোচাক আৰু অলংকাৰমৰুভূমিবিজ্ঞাপন🡆 More